Chapter – 3

 ভাৰতৰ প্ৰথম স্বাধীনতা সংগামঃ ভাৰতত জাতীয়তাবাদৰ সূচনা (১৮৫৭-১৮৫৮)



১। ইষ্ট ইণ্ডিয়া ক’ম্পেনি কি উদ্দেশ্য় ভাৰতবৰ্ষলৈ আহিছিল ?

(ক) খেতি – বাতি

(খ) বেহা – বেপাৰ

(গ) হাজিৰা

উত্তৰঃ (খ) বাহ – বেপাৰ।


২। কিমান চনত ইষ্ট ইণ্ডিয়া কম্পেনি ভাৰতৰলৈ আহিছিল ?

(ক) ১৭০০ খ্ৰি. ত

(খ) ১৬০০ খ্ৰি. ত

(গ) ১৮০০ খ্ৰি. ত

উত্তৰঃ (খ) ১৬০০ খ্ৰি. ত।


৩। তলৰ ক’ত প্ৰথম বিধৱা বিবাহ সম্পন্ন হৈছিল ?

(ক) অন্ধ্ৰপ্ৰদেশ

(খ) কলিকতাত

(গ) অসম

উত্তৰঃ (খ) কলিকতাত।


৪। কিমান খ্ৰি. ৰ পৰা বিদ্ৰোহে ভাৰতত জাতীয়তাবাদৰ সূচনা কৰে ?

(ক) ১৮৫৬ খ্ৰি. ত

(খ) ১৮৪৫ খ্ৰি. ত

(গ) ১৮৫৭ খ্ৰি. ত

উত্তৰঃ (গ) ১৮৫৭ খ্ৰি. ত।


৫। তলৰ কোনজন লোকৰ ৮৩১ চনত মৃত্য়ু হয় ?

(ক) ৰাজা ৰামমোহন ৰয়

(খ) হেনৰি লুই ভিভিয়ান

(গ) নানাচাহেব

উত্তৰঃ (খ) হেনৰি লুই ভিভিয়ান।


৬। ১৮৫৭ খ্ৰি. ৰ বিদ্ৰোহৰ আনএটা কাৰণ কি ?

(ক) সৈনিক সকলৰ মাজত সন্তুষ্টি

(খ) সৈনিক সকলৰ মাজত অসন্তুষ্টি

(গ) সৈনিক সকলৰ মাজত আনন্দ

উত্তৰঃ (খ) সৈনিক সকলৰ মাজত অসন্তুষ্টি।


৭। ইংৰাজসকল ভাৰতবৰ্ষত বসতি স্থাপন কৰিবলৈ –

(ক) আহিছিল

(খ) নাই

(গ) ওপৰৰ গোটেই কেইটা

উত্তৰঃ (খ) নাই।


৮। ইংৰাজসকলৰ মূল লক্ষ্য় কি আছিল ?

(ক) সাম্ৰজ্য়বাদ

(খ) জাতীয়তা বাদ

(গ) মোগল বাদ

উত্তৰঃ (ক) সাম্ৰাজ্য়বাদ।


৯। ভাৰতীয় চিপাহীৰ বাবে ইংৰাজে কি নীতি গ্ৰহণ কৰে ?

(ক) জাতীয়তা বাদ

(খ) বৈষম্য়মূলক

(গ) সাম্ৰাজ্য়বাদ

উত্তৰঃ (খ) বৈষম্য়মূলক।


১০। এনফিল্ড ৰাইফল ব্য়ৱহাৰ কৰাৰ সময়ত গুলীটো কিহেৰে কামুৰিব লাগে ?

(ক) দাঁতেৰে

(খ) নাকেৰে

(গ) হাতেৰে

উত্তৰঃ (ক) দাঁতেৰে।


১১। চিপাহী বিদ্ৰোহৰ প্ৰথম চহীদ কোন আছিল ?

(ক) ৰাণী লক্ষ্মীবাই

(খ) নানাচাহেব

(গ) মঙ্গল পাণ্ডে

উত্তৰঃ (গ) মঙ্গল পাণ্ডে।


১২। বাহাদুৰ ছাহক যাবৎজীৱন কাৰদণ্ড দি কোনটো কাৰাগাৰত ৰাখিছিল ?

(ক) জুই কাৰগাৰত

(খ) ৰেঙ্গুনৰ কাৰাগাৰত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ৰেঙ্গুনৰ কাৰাগাৰত


১৩। ইংৰাজ কৰ্মচাৰী জনক গুলীয়াবলৈ মঙ্গল পাণ্ডে কোনে সহায় কৰিছিল ?

(ক) ঈশ্বৰী পাণ্ডে

(খ) দীলিপ পাণ্ডে

(গ) গৌততম পাণ্ডে

উত্তৰঃ (ক) ঈশ্বৰী পাণ্ডে।


১৪। বাহাদুৰ ছাহক ক’ত মৃত্য়ু হৈছিল ?

(ক) কাৰাগাৰত

(খ) কাৰাগাৰৰ বাহিৰত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কাৰাগাৰত।


১৫। তলৰ কোনজনে বিদ্ৰোহৰ নেতৃত্ব দিয়া নাছিল ?

(ক) মঙ্গল পাণ্ডে

(খ) নানাচাহেব

(গ) তাঁতীয় টোপী

উত্তৰঃ (ক) মঙ্গল পাণ্ডে।



Type: Pompi Hazarika