Chapter – 11

প্ৰাকৃতিক সম্পদ আৰু অসম


১। তলৰ কোনটো প্ৰাকৃতিক সম্পদ নহয় ?

(ক) মাটি

(খ) পানী

(গ) পাংখা

উত্তৰঃ (গ) পাংখা।


২। প্ৰকৃতিক সম্পদক প্ৰধানকৈ কেইভাগত ভগাব পাৰি ?

(ক) দুই

(খ) তিনি

(গ) চাৰি

উত্তৰঃ (খ) তিনি।


৩। ভাৰত চৰকাৰে কিমান চনত বন সংৰক্ষণ আৰু উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় বন নীতি ঘোষণা কৰে ?

(ক) 1965

(খ) 1952

(গ) 1942

উত্তৰঃ (খ) 1952।


৪। তলৰ কোনখন দেশত লোৰ আকৰ কম –

(ক) ভাৰত

(খ) জাপান

(গ) আমেৰিকা

উত্তৰঃ (খ) জাপান।


৫। ভাৰত চৰকাৰে দেশৰ ভৌগোলিক অঞ্চল কেই শতাংশ ভূমি হ’ব লাগে বুলি অনুমুদন কৰিছিল ?

(ক) 33%

(খ) 35%

(গ) 22.1%

উত্তৰঃ (ক) 33%।


৬। তলৰ কোনখন দেশ প্ৰকৃতিক সম্পদত চহকী ?

(ক) ভাৰত

(খ) জাপান

(গ) আমেৰিকা

উত্তৰঃ (ক) ভাৰত।


৭। তীখা উৎপাদনৰ ক্ষেত্ৰত কোনখন দেশ চহকী ?

(ক) জাপান

(খ) আমেৰিকা

(গ) বৃটেইন

উত্তৰঃ (ক) জাপান


৮। তলৰ কোনটো বনজ সম্পদৰ উপকাৰ নহয় ?

(ক) ভূমিক্ষয় হ্ৰাস

(খ) বানপানীৰ প্ৰকোপ বঢ়োৱা

(গ) প্ৰকৃতিক ভাৰসাম্য় ৰক্ষা কৰা

উত্তৰঃ (খ) বানপানী প্ৰকোপ বঢ়োৱা।


৯। তলৰ কোনখন জিলাত তেল শেধনাগাৰ নাই ?

(ক) নুমলীগড়

(খ) বঙাইগাঁও

(গ) মৰিগাঁও

উত্তৰঃ (গ) মৰিগাঁও।


১০। অসমত খাৰুৱা তেলৰ শোধনৰ বাবে কেইটা শোধনাগাৰ আছে ?

(ক) দুটা

(খ) চাৰিটা

(গ) ছয়টা

উত্তৰঃ (খ) চাৰিটা।


১১। অসমৰ ক’ত জুইশলা উদ্য়োগ আছে ?

(ক) ধুবুৰী

(খ) তেজপুৰ

(গ) নুমলীগড়

উত্তৰঃ (ক) ধুবুৰী।


১২। অসমৰ কোন এশিঙীয়া গড় পোৱা যায় ?

(ক) কাজিৰঙা

(খ) দীপৰবিল

(গ) জাতিংগা

উত্তৰঃ (ক) কাজিৰঙা।


১৩। অসমৰ হাবিত প্ৰায় কেইবিধমান আপুৰুগীয়া কপৌফুল পোৱা যায় ?

(ক) ২০০

(খ) ৪০০

(গ) ৬০০

উত্তৰঃ (খ) ৪০০।


১৪। প্ৰকৃতিক গেছ কোনটো সম্পদত পৰে ?

(ক) খনিজ সম্পদ

(খ) বনজ সম্পদ

(গ) জলজ সম্পদ

উত্তৰঃ (ক) খনিজ সম্পদ।


১৫। অসমত কিমান চনত প্ৰথমটো তেল শোধনাগাৰ প্ৰতিষ্ঠা কৰা হৈছিল ?

(ক) 1987

(খ) 1901

(গ) 1902

উত্তৰঃ (খ) 1901। 


Type: Pompi Hazarika