Chapter - 6

ৰাজনীতি বিজ্ঞানৰ ধাৰণা



১। ৰাজনীতি বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ কি ?

(ক) General Science

(খ) Social Science

(গ) Political Science

উত্তৰঃ (গ) Political Science।


২। 'Politics' শব্দৰ কোনটো ভাষাৰ শব্দ ?

(ক) ইংৰাজী

(খ) গ্ৰিক

(গ) সংস্কৃত

উত্তৰঃ (খ) গ্ৰিক।


৩। ৰাজনীতি শব্দটো পেন প্ৰথমে কোনে ব্য়ৱহাৰ কৰিছিল ?

(ক) এৰিষ্ট'টলে

(খ) প্লেট

(গ) আলেকজেণ্ডাৰ

উত্তৰঃ (ক) এৰিষ্ট'টলে।


৪। ৰাজন মানে কি ?

(ক) ৰাজ

(খ) প্ৰজা

(গ) মন্ত্ৰী

উত্তৰঃ (ক) ৰজা।


৫। কোনে অৰ্থশাস্ত্ৰ গ্ৰন্থখন ৰচনা কৰিছিল ?

(ক) বাল্মিকী

(খ) কৌটিল্য়

(গ) গাৰ্ণাৰৰ

উত্তৰঃ (খ) কৌটিল্য়।


৬। প্লেট'ৰ বিখ্য়াত গ্ৰন্থখন কি ?

(ক) 'দ্য় লজ'

(খ) 'দ্য় কজ'

(গ) 'দ্য় লাজ'

উত্তৰঃ (ক) 'দ্য় লজ'।


৭। পলিচ শব্দ বা অৰ্থ কি ?

(ক) নগৰ বা ৰাষ্ট্ৰ

(খ) গাঁও বা ৰাষ্ট্ৰ

(গ) চহৰ বা ৰাষ্ট্ৰ

উত্তৰঃ (ক) নগৰ বা ৰাষ্ট্ৰ।


৮। ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু কি ?

(ক) গৰু

(খ) মানুহ

(গ) কাছ

উত্তৰঃ (খ) মানুহ।


৯। দ্য় লজ নামৰ গ্ৰন্থখনৰ ৰচিয়তা কোন ?

(ক) প্লেট'

(খ) এৰিষ্ট'টল

(গ) আলেকজেণ্ডাৰ

উত্তৰঃ প্লেট'।


১০। ৰাজনীতি বিজ্ঞান যিমান বিজ্ঞান তাতকৈ অধিক কি ?

(ক) সমস্য়া

(খ) কলা

(গ) পদ্ধতি

উত্তৰঃ (খ) কলা।


১১। ৰাজনীতি বিজ্ঞান শব্দটো সৰ্বপ্ৰথম কোনে ব্য়ৱহাৰ কৰিছিল ?

(ক) জ্য়া বঁদাই

(খ) প্লেট

(গ) মেকিয়াভেলি

উত্তৰঃ (ক) জ্য়া বঁদাই।


১২। ৰাজনীতি বিজ্ঞানক কোনে শ্ৰেষ্ঠ বুলি অবিহিত কৰা হৈছিল ?

(ক) এৰিষ্ট'টল

(খ) মেকিয়াভেলি

(গ) মন্টেছকিড

উত্তৰঃ (ক) এৰিষ্ট'টল।


১৩। গীটাৰ বজাই সৃষ্টি কৰা সুৰ কি ?

(ক) কলা

(খ) পদ্ধতি

(গ) সমস্য়া

উত্তৰঃ (ক) কলা।


১৪। ৰাজনীতি বিজ্ঞানিক কি বুলি অভিহিত কৰা হয় ?

(ক) প্ৰকৃত বিজ্ঞান

(খ) ৰাসায়ন বিজ্ঞান

(গ) সাধাৰণ বিজ্ঞান

উত্তৰঃ (ক) প্ৰকৃত বিজ্ঞান।


১৫। ব্ৰাইচৰ মতে ৰাজনীতি বিজ্ঞান কি বিজ্ঞান ?

(ক) সাধাৰণ বিজ্ঞান

(খ) ৰাসায়ন বিজ্ঞান

(গ) প্ৰগতিশীল বিজ্ঞান

উত্তৰঃ (গ) প্ৰগতিশীল বিজ্ঞান।


Type: Pompi Hazarika