Chapter 1

আহোমসকল


১। আহোমসকল ক’ত অহাৰ পৰা আহোম নামে জনাজাত হ’ল ?

(ক) চীন দেশত

(খ) অসমত

(গ) কাৰ্বি আংলঙত

উত্তৰঃ (খ) অসমত


২। আহোমসকলক টাইসকলৰ মাজত কি বুলি জনা যায় ?

(ক) ডাঙৰ ফৈদ

(খ) টাই বা শ্য়ান

(গ) ইয়াৰ ভিতৰত এটাও নহয়ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ডাঙৰ ফৈদ


৩। আহোমসকল অসমত কিমান বছৰ কাল ৰাজ্য় শাসন কৰে ?

(ক) ৬০০ বছৰ কাল

(খ) ২০ বছৰ কাল

(গ) ৬০০ বছৰৰ অধিক কাল

উত্তৰঃ (গ) ৬০০ বছৰৰ অধিক কাল


৪। আজৰি সময়ত পুৰুষসকলে কি পুহিছিল ?

(ক) হাঁহ পুহিছিল

(খ) গছ মুগা পুহিছিল

(গ) গৰু পুহিছিল

উত্তৰঃ (খ) গছ মুগা পুহিছিল


৫। আহোমসকলৰ মুখ্য় আহাৰ কি ?

(ক) ভাত

(খ) ৰুটি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ভাত


৬। আহোমসকলৰ বিবাহ কি কি পদ্ধতিৰে সম্পাদন কৰা হয় ?

(ক) ৰাইজৰ নিয়মৰ মতে

(খ) চকলং আৰু দেওবান

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) চকলং আৰু দেওবান


৭। অসমৰ ইতিহাসত দেশপ্ৰেমিক বীৰ বুলি ক’লে কাক জনা যায় ?

(ক) লাচিত বৰফুকন

(খ) কৃষ্ণকান্ত সন্দিকৈ

(গ) প্ৰণেতা টেঙাই মহন

উত্তৰঃ (ক) লাচিত বৰফুকন


৮। লাচিত বৰফুকনৰ জন্ম কিমান চনত হৈছিল ?

(ক) ১৭১৫ চনত

(খ) ১৮৯৮ চনত

(গ) ১৬১২ খ্ৰীষ্টাব্দ

উত্তৰঃ (গ) ১৬১২ খ্ৰীষ্টাব্দ


৯। শৰাইঘাট যুদ্ধৰ সময়ত লাচিতৰ কি হৈছিল ?

(ক) ভয় লাগিছিল

(খ) অসুস্থতাত ভুগিছিল

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) অসুস্থতাত ভুগিছিল


১০। লাচিত বৰফুকনৰ কত মৃত্য়ু হয় ?

(ক) গুৱাহাটীত

(খ) নগাওঁত

(গ) মৰিগাওঁ

উত্তৰঃ (ক) গুৱাহাটীত


১১। লালুকসোলাই ছু-লিক্-ফাক ৰজা পাতিয়েই ছ্য়ু-দৈয় স্বৰ্গদেৱক কি খোৱালে ?

(ক) বিহ

(খ) অমৃত

(গ) ভাত

উত্তৰঃ (ক) বিহ


Type : Pompi Hazarika