Chapter 11

ডিমাছাসকল


১। ডিমাছাসকল মূলতঃ বৰ্তমান কি জিলাৰ বাসিন্দা ?

(ক) নগাঁও

(খ) ডিমা হাচাও

(গ) লংকা

উত্তৰঃ (খ) ডিমা হাচাও


২। ডিমাছাসকলৰ গোত্ৰসমূহৰ নামবোৰৰ শেষ আখৰটো সাধৰণতে কি হয় ?

(ক) হ আখৰেৰে

(খ) শ আখৰেৰে

(গ) চা আখৰেৰে

উত্তৰঃ (গ) চা আখৰেৰে


৩। ডিমাছাসকলৰ ভাষা কাৰ লগত প্ৰায়ে একেই ?

(ক) কছাৰীসকলৰ লগত

(খ) বড়োসকলৰ লগত

(গ) আহোমৰ লগত

উত্তৰঃ (খ) বড়োসকলৰ লগত


৪। বড়োসকলৰ বিবাহ কৰাত ক’ত বাধা আছে ?

(ক) নিজৰ গোত্ৰৰ ভিতৰত বিয়া-বাৰু সম্বন্ধত বাধা আছে

(খ) ওচৰৰ মানুহৰ লগত বিয়া-বাৰু নিষিদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) নিজৰ গোত্ৰৰ ভিতৰত বিয়া-বাৰু সম্বন্ধত বাধা আছে


৫। ডিমাছাসকলে জানুৱাৰী মাহৰ শেষভাগত খেতিৰ শেষত কি উৎসৱ পালন কৰে ?

(ক) কৰম

(খ) বিছু ডিমা

(গ) আসিমা

উত্তৰঃ (খ) বিছু ডিমা


৬। বিছু ডিমা অনুষ্ঠানত কি কটা হয় ?

(ক) ছাগলী

(খ) গাহৰি

(গ) কুকুৰা

উত্তৰঃ (গ) কুকুৰা


৭। বিছু ডিমা অনুষ্ঠানত ডেকা-গাভৰুৱে কি বজাই ?

(ক) হাতেৰে বজোৱা প্ৰায় ৪ ফুট মান দীঘল এবিধ বিশেষ ধৰণৰ ঢোল আৰু অতি দীঘল এক প্ৰকাৰৰ পেঁপাৰ

(খ) ঢোল, পেঁপা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) হাতেৰে বজোৱা প্ৰায় ৪ ফুট মান দীঘল এবিধ বিশেষ ধৰণৰ ঢোল আৰু অতি দীঘল এক প্ৰকাৰৰ পেঁপাৰ


৮। ডিমাছাৰ মহিলাসকল কিহত পাকৈত ?

(ক) খেতি কৰাত

(খ) বেপাৰ-বাণিজ্য় কৰাত

(গ) শিপিনী কৰাত

উত্তৰঃ (গ) শিপিনী কৰাত


৯। ডিমাছাসকলৰ সাজ-পাৰসমূহ কেনে ধৰণৰ ?

(ক) ৰংচঙীয়া

(খ) বগা

(গ) ক’লা

উত্তৰঃ (ক) ৰংচঙীয়া


১০। ডিমাছাসকলৰ বিখ্যাত অনুষ্ঠানত কি ভোজ দিয়া হয়?

(ক) ৰুটি

(খ) গাহৰি বা ম’হৰ মাংসৰ ভোজ দিয়া হয়

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) গাহৰি বা ম’হৰ মাংসৰ ভোজ দিয়া হয়


Type : Pompi Hazarika