Chapter 4

কোচ-ৰাজবংশীসকল


১। কোচ-ৰাজবংশীসকল কি ধৰ্মৰ লোক আছিল ?

(ক) হিন্দু ধৰ্মৰ

(খ) মুছলিম

(গ) খ্ৰীষ্টান ধৰ্মৰ

উত্তৰঃ (ক) হিন্দু ধৰ্মৰ


২। অসম, বংগ , বিহাৰ, নেপাল আৰু বাংলাদেশ আদি ঠাইত কোচ- ৰাজবংশীসকল কি বুলি পৰিচিত  ?                                  

(ক) হিন্দু ধৰ্মীয় লোক

(খ) ৰাজবংশী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ৰাজবংশী


৩। কাৰ পৰা ৰাজবংশীসকল উৎপত্তি হৈছিল ?

(ক) বিহাৰৰ পৰা

(খ) অসমৰ পৰা

(গ) কোচৰ পৰা

উত্তৰঃ (গ) কোচৰ পৰা


৪। শৰৎচন্দ্ৰ সিংহৰ জন্ম কিমান চনত হৈছিল ?

(ক) ১৯১৪ চনৰ ১ জানুৱাৰীত

(খ) ১৯৩০ চনৰ ১৬ আগষ্টত

(গ) ১৯২৫ চনৰ ৮ অক্টোবৰ

উত্তৰঃ (ক) ১৯১৪ চনৰ ১ জানুৱাৰীত


৫। অম্বিকাচৰণ চৌধুৰীৰ পিতৃ-মাতৃৰ নাম কি আছিল ?

(ক) প্ৰকাশ চন্দ্ৰ ৰায় আৰু অভয়েশ্বৰী ৰায়

(খ) নৰেশ্বৰ চৌধুৰী আৰু কাশীশ্বৰী চৌধুৰী

(গ) লালসিং সিংহ আৰু আয়াচিনি সিংহ

উত্তৰঃ (খ) নৰেশ্বৰ চৌধুৰী আৰু কাশীশ্বৰী চৌধুৰী


৬। ১৯৬১ চনত অসম সাহিত্য় সভাৰ গোৱালপাৰা অধিৱেশনত অম্বিকাচৰণ চৌধুৰীদেৱে কি উপাধিৰে বিভূষিত হৈছিল ?

(ক) ভাৰত ৰত্ন উপাধিৰে

(খ) ৰত্নপীঠৰ ৰত্ন উপাধিৰে

(গ) কোনো উপাধিৰে বিভূষিত হোৱা নাছিল

উত্তৰঃ (খ) ৰত্নপীঠৰ ৰত্ন উপাধিৰে


৭। অৰুণ কুমাৰ ৰায়য়ে সৰ্বমুঠ কেইখন গ্ৰন্থ ৰচনা কৰিছিল ?

(ক) ৫ খন

(খ) ১৩ খন

(গ) ১০ খন

উত্তৰঃ (গ) ১০ খন


৮। অম্বিকাচৰণ চৌধুৰীৰ জন্ম ক’ত হৈছিল ?

(ক) বঙাইগাওঁ জিলাৰ বৰপাৰা নাম গাঁৱত

(খ) বঙাইগাওঁৰ ছিপন ছিলা গাঁৱত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) বঙাইগাওঁ জিলাৰ বৰপাৰা নাম গাঁৱত


৯। ৰুক্মিণী কান্ত ৰায়ে সমাজৰ উন্নতিৰ কাৰণে কি কি ক্ষেত্ৰত আগভাগ লৈছিল ?

(ক) ৰাস্তা-ঘাট বনোৱাৰ ক্ষেত্ৰত

(খ) অসংখ্য় স্কুল, কলেজ, মঠ-মন্দিৰ আদি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত

(গ) দুখীয়া মানুহক সহায় কৰাৰ ক্ষেত্ৰত

উত্তৰঃ (খ) অসংখ্য় স্কুল, কলেজ, মঠ-মন্দিৰ আদি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত


১০। পানীৰাম দাসৰ মৃত্য়ু কিমান চনত হৈছিল ?

(ক) ১৯১৭ চনত

(খ) ২০০৩ চনত

(গ) ২০১০ চনত

উত্তৰঃ (গ) ২০১০ চনত


Type : Pompi Hazarika