Chapter 5

গৰিয়া, মৰিয়া আৰু দেশীয়সকল


১। বখতিয়াৰ খিলিজিক কোন ৰজাই বাট দেখুৱাই লৈ আহিছিল ?

(ক) আলি মেচ

(খ) আজান ফকিৰে চাহাব

(গ) বাঘ হাজৰিকা

উত্তৰঃ (ক) আলি মেচ


২। অসমীয়া ভাষা-সাহিত্য়ৰ ভঁৰাল চহকী বুলিলে কাৰ নাম জনা যায় ?

(ক) আজান ফকিৰে চাহাব

(খ) চৈয়দ আব্দুল মালিক

(গ) মহান পীৰ হজৰত

উত্তৰঃ (গ) মহান পীৰ হজৰত


৩। আহোম ৰাজত্বকালত কাঁহ-পিতলৰ স’তে জড়িত ইছলাম ধৰ্মাৱলম্বী লোকসকলক কি বুলি জনা যায় ?

(ক) গৰিয়া

(খ) মৰিয়া

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) মৰিয়া


৪। গোৱালপাৰাৰ কোচ-ৰাজবংশী ভাষা-সংস্কৃতিসম্পন্ন ইছলাম ধৰ্মী খিলঞ্জীয়া লোকসকলক কি বুলি জনা যায় ?

(ক) গৰিয়া, মৰিয়া আৰু দেশীসকল

(খ) ৰাজবংশী

(গ) দেশী বা দেশী মুছলমান

উত্তৰঃ (গ) দেশী বা দেশী মুছলমান


৫। অসমত ইছলাম ধৰ্মৰ সূচনা কিমান খ্ৰীষ্টাব্দত হৈছিল ?

(ক) ১২২৮ খ্ৰীষ্টাব্দত

(খ) ১২০৫ খ্ৰীষ্টাব্দত

(গ) ১২০৬ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১২০৬ খ্ৰীষ্টাব্দত


৬। বাঘ হাজৰিকাৰ প্ৰকৃত নাম কি ?

(ক) বাহাদুৰ গাওঁবুঢ়া

(খ) ইছমাইল ছিদ্দিকী

(গ) চৈয়দ আব্দুল মালিক

উত্তৰঃ (খ) ইছমাইল ছিদ্দিকী


৭। বাহাদুৰ গাওঁবুঢ়াক কি হিচাপে জনা যায় ?

(ক) এজন গাওঁবুঢ়া হিচাপে

(খ) এজন স্বাধীনতা সংগ্ৰামী

(গ) এজন সাহিত্য়িক হিচাপে

উত্তৰঃ (খ) এজন স্বাধীনতা সংগ্ৰামী


৮। চৈয়দ আব্দুল মালিকৰ কিমান চনত জন্ম হৈছিল ?

(ক) ১৯১৯ চনত ১৬ মে’

(খ) ১৯৩৫ চনত

(গ) ১৯০৫ চনৰ ১৩ মে’

উত্তৰঃ (ক) ১৯১৯ চনত ১৬ মে’


৯। চৈয়দ আব্দুল মালিকে ‘অঘৰী আত্মাৰ কাহিনী’ উপন্য়াসখনৰ কাৰণে কি বঁটা লাভ কৰিছিল ?

(ক) জ্ঞানপীঠ বঁটা

(খ) সাহিত্য় একাডেমীৰ বঁটা

(গ) কোনো উপাধি লাভ কৰা নাছিল

উত্তৰঃ (খ) সাহিত্য় একাডেমীৰ বঁটা


১০। ফখৰুদ্দিন আলী আহমেদ কিমান চনত স্বৰ্গগামী হয় ?

(ক) ১৯৭৭ চনৰ ১৯ ফেব্ৰুৱাৰীত

(খ) ১৯৪৫ চনৰ ৩১ মাৰ্চত

(গ) ২০০২ চনৰ ১৯ ডিচেম্বৰত

উত্তৰঃ (ক) ১৯৭৭ চনৰ ১৯ ফেব্ৰুৱাৰীত


Type : Pompi Hazarika