Chapter 7

চাওতালসকল


১। সুনীতি কুমাৰ চট্ৰোপাধ্য়ায়ৰ মতে ‘চাওতাল’ শব্দটো ক’ৰ পৰা উৎপত্তি হৈছিল ?

(ক) সমান্তৰাল শব্দৰ পৰা

(খ) অসমৰ পৰা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) সমান্তৰাল শব্দৰ পৰা


২। চাওতালসকলৰ সমাজখন কি প্ৰধান ?

(ক) মাতৃ-প্ৰধান

(খ) পিতৃ-প্ৰধান

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) পিতৃ-প্ৰধান


৩। চাওতাল মহিলাসকলৰ প্ৰধান সাজ-পাৰ কি ?

(ক) চাদৰ-মেখেলা

(খ) দাগাবান্দা, দাগশাৰী, চুনী

(গ) লুংগী পাঞ্চি (হোৰঃ বান্দে)

উত্তৰঃ (গ) লুংগী পাঞ্চি (হোৰঃ বান্দে)


৪। বেনেডিক্ট হেম্ব্ৰমৰ কিমান চনত জন্ম হৈছিল ?

(ক) ১৯৩০ চনৰ ১৫ তাৰিখে

(খ) ১৮৬৭ চনৰ ১৮ অক্টোবৰ তাৰিখে

(গ) ১৯২৫ চনত

উত্তৰঃ (খ) ১৮৬৭ চনৰ ১৮ অক্টোবৰ তাৰিখে


৫। বেনেডিক্ট হেম্ব্ৰমৰ কিমান চনত মৃত্য়ু হৈছিল ?

(ক) ১৯৫৭ চনত

(খ) ২০১৩ চনত

(গ) ২০০৭ চনত

উত্তৰঃ (খ) ২০১৩ চনত


৬। বদন হাসদাৰ পিতৃ-মাতৃৰ নাম কি ?

(ক) ডাটু লক্ষণ হেম্ব্ৰম আৰু ৰাণী চাবেন

(খ) মাঝি হাসদা আৰু চলমা বেছৰা

(গ) ৰেভাৰেণ্ড কানহু টুডু আৰু মাৰথা মুৰ্মু

উত্তৰঃ (খ) মাঝি হাসদা আৰু চলমা বেছৰা


৭। অসমত চাওতাল জনগোষ্ঠীৰ পৰা ওলাই অহা ভোটাতৰা কোন আছিল ?

(ক) মিথিয়াছ টুডু

(খ) বেনেডিক্ট হেম্ব্ৰম

(গ) ৰাহেল কিস্কু

উত্তৰঃ (ক) মিথিয়াছ টুডু


৮। অসম চান্থালী সাহিত্য় সভাৰ উপদেষ্টা কোন আছিল ?

(ক) বেনেডিক্ট হেম্ব্ৰম

(খ) মিথিয়াছ টুডু

(গ) বদন হাসদা

উত্তৰঃ (গ) বদন হাসদা


৯। ৰাহেল কিস্কুয়ে কিমান চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল ?

(ক) ১৯২৫ চনত

(খ) ১৯৫১ চনত

(গ) ২০০১ চনত

উত্তৰঃ (খ) ১৯৫১ চনত


১০। চাওতালসকলৰ প্ৰধান জীৱিকা কি ?

(ক) দোকান দিয়া

(খ) কৃষি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) কৃষি



Type : Pompi Hazarika