Chapter 8

চাহ জনগোষ্ঠীসকল


১। ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্য়ৰ পৰা চাহ জনগোষ্ঠীৰ লোকসকল ক’লৈ আহিছিল ?

(ক) চীন লৈ

(খ) অসমলৈ

(গ) বিহাৰ

উত্তৰঃ (খ) অসমলৈ


২। মজদুৰ চালান কাক কোৱা হয় ?

(ক) নিজৰ ৰাজ্য়ৰ পৰা বেলেগৰ ৰাজ্য়ৰলৈ গুচি যোৱা

(খ) বিভিন্ন ৰাজ্য়ৰ পৰা অসমলৈ শ্ৰমিক সংগ্ৰহ কৰি অনা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বিভিন্ন ৰাজ্য়ৰ পৰা অসমলৈ শ্ৰমিক সংগ্ৰহ কৰি অনা


৩। মজদুৰ চালান কেই ধৰণৰ ?

(ক) দুই ধৰণৰ

(খ) পাচঁ ধৰণৰ

(গ) ন ধৰণৰ

উত্তৰঃ (ক) দুই ধৰণৰ


৪। ১৮৭৭ চনত চুক্তিবদ্ধ শ্ৰমিকৰ সংখ্য়া কিমান হয় ?

(ক) ৪৫,০০০ জন

(খ) ৬৮,৩৫০ জন

(গ) ৪৬,৭৬৫ জন

উত্তৰঃ (গ) ৪৬,৭৬৫ জন


৫। চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিকসকলৰ লোকসকলৰ মাজত বেছি সংখ্য়ক কি ধৰ্মীয় লোক আছিল ?

(ক) মুছলিম ধৰ্মীয়

(খ) খ্ৰীষ্টান আৰু হিন্দু ধৰ্মীয়

(গ) হিন্দু ধৰ্মীয়

উত্তৰঃ (খ) খ্ৰীষ্টান আৰু হিন্দু ধৰ্মীয়


৬। চাহ জনগোষ্ঠী সমাজৰ অতি জনপ্ৰিয় উৎসৱ কি কি ?

(ক) বিহু নাচ, সত্ৰীয়া নৃত্য়

(খ) ওৱানগালাও, আসিমা

(গ) কৰম, টুচু আৰু সহঁৰাই

উত্তৰঃ (গ) কৰম, টুচু আৰু সহঁৰাই


৭। চালুক বচন গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?

(ক) মেঘৰাজ কৰ্মকাৰ

(খ) সন্তোষ কুমাৰ তপ্ন

(গ) চাইমন সিংহ’ৰ

উত্তৰঃ (ক) মেঘৰাজ কৰ্মকাৰ


৮। চাহ জনগোষ্ঠীৰ প্ৰথম গ্ৰন্থখনৰ নাম কি ?

(ক) চালুক বচন

(খ) মুণ্ডা জাতিৰ চমু পৰিচয়

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) মুণ্ডা জাতিৰ চমু পৰিচয়


৯। সন্তোষ কুমাৰ তপ্নৰ কিমান চনত মৃত্য়ু হৈছিল ?

(ক) ১৯৯৪ চনৰ ২১ নৱেম্বৰত

(খ) ১৯৮০ চনত

(গ) ১৯৭৯ চনৰ ২৬ জুনত

উত্তৰঃ (ক) ১৯৯৪ চনৰ ২১ নৱেম্বৰত


১০। চাইমন সিংহৰ কিমান চনত জন্ম হৈছিল ?

(ক) ১৯২১ চনত

(খ) ১৯২৯ চনত

(গ) ১৯৭৯ চনত

উত্তৰঃ (খ) ১৯২৯ চনত


Type : Pompi Hazarika