Chapter 2


চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ


১। সংসদীয় পদ্ধতিৰ চৰকাৰৰ জন্ম স্থান ক’ত?

(ক) ভাৰতত

(খ) নেপালত

(গ) ইংলেণ্ডত

(ঘ) আমেৰিকা

উত্তৰঃ (গ) ইংলেণ্ডত


২। চৰকাৰৰ শ্ৰেণীবিভাজনৰ সূচনা কৰা প্ৰথমগৰাকী ব্য়ক্তিজনৰ নাম কি?

(ক) এৰিষ্ট’টল

(খ) এডলফ হিটলাৰ

(গ) প্লেটো

(ঘ) এটাও নহয়

উত্তৰঃ (গ) প্লেটো


৩। বৰ্তমান পৃথিৱীত জনপ্ৰিয় হোৱা গণতান্ত্ৰিক চৰকাৰ কেইপ্ৰকাৰ?

(ক) চাৰি প্ৰকাৰ

(খ) তিনি প্ৰকাৰ

(গ) দুই প্ৰকাৰ

(ঘ) ছয়প্ৰকাৰ

উত্তৰঃ (ক) চাৰি প্ৰকাৰ


৪। বৰ্তমান সময়ত ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্য়তম উদাহৰণ হৈছে-

(ক) ইংলেণ্ড চৰকাৰ

(খ) ভাৰত চৰকাৰ

(গ) আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰ

(ঘ) ওপৰত উল্লেখ কৰা এটাও শুদ্ধ নহয়

উত্তৰঃ (গ) আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰ


৫। কোনখন চৰকাৰত ৰাষ্ট্ৰপতিয়ে বিধানমণ্ডল ভংগ কৰা নিয়ম নাই?

(ক) সংসদীয় পদ্ধতিৰ চৰকাৰ

(খ) ৰাষ্ট্ৰপতীয় চৰকাৰ

(গ) এককেন্দ্ৰীয় চৰকাৰ

(ঘ) যুক্তৰাষ্ট্ৰীয় চৰকাৰ

উত্তৰঃ (খ) ৰাষ্ট্ৰপতীয় চৰকাৰ

 

৬। চৰকাৰৰ শ্ৰেণীবিভাজন মানে কিহৰ বিভাজন

(ক) ৰাষ্ট্ৰৰ শ্ৰেণীবিভাজন

(খ) দলীয় শ্ৰেণীবিভাজ

(গ) সদস্য়ৰ শ্ৰেণীবিভাজন

(ঘ) এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) ৰাষ্ট্ৰৰ শ্ৰেণীবিভাজন


৭। একককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰক কেইটা ভাগত বিভাগ কৰিছে?

(ক) তিনিটা

(খ) দুটা

(গ) এটা

(ঘ) এটাও ভাগত ভাগ কৰা নাই

উত্তৰঃ (খ) দুটা


(৮ ) জনকল্য়াণৰ হকে হোৱা এজনৰ শাসনক কি বুলি নামাকৰণ কৰিছিল?

(ক) ৰাজতন্ত্ৰ

(খ) অভিজাততন্ত্ৰ

(গ) ৰাজ্য় ব্য়ৱস্থা

(ঘ) ওপৰত উল্লেখ কৰা কেইটাৰ ভিতৰত এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) ৰাজতন্ত্ৰ


৯। কোনখন চৰকাৰক ৱেষ্ট মিনিষ্টাৰ মডেল চৰকাৰ বুলি কোৱা হয়?

(ক) ৰাষ্ট্ৰপতীয় চৰকাৰ

(খ) সংসদীয় চৰকাৰ

(গ) এককেন্দ্ৰীয় চৰকাৰ

(ঘ) এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) সংসদীয় চৰকাৰ


১০। এডলফ হিটলাৰ কোন আছিল?

(ক) এসময়ত গণতন্ত্ৰৰ শাসক আছিল

(খ) এসময়ত একনায়কত্ববাদী শাসক আছিল

(গ) এটাও নহয়

উত্তৰঃ (খ) এসময়ত একনায়কত্ববাদী শাসক আছিল


১১) সংসদীয় পদ্ধতিৰ চৰকাৰৰ প্ৰধান বৈশিষ্ট্য কেইটা?

(ক) ৫টা

(খ) ৭টা

(গ) ৯টা

উত্তৰঃ (ক) ৫টা


১২) সংসদীয় পদ্ধতিৰ চৰকাৰৰ গুণ কেইটা?

(ক) ৫টা

(খ) ৬টা

(গ) ৭টা

উত্তৰঃ (ক) ৫টা


১৩) সংসদীয় পদ্ধতিৰ চৰকাৰৰ দোষ কেইটা?

(ক) ৫টা

(খ) ৭টা

(গ) ৮টা

উত্তৰঃ (ক) ৫টা


১৪) এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্য কেইটা?

(ক) ৬টা

(খ) ৭টা

(গ) ৫টা

উত্তৰঃ (গ) ৫টা


১৫) এককেন্দ্ৰীয় চৰকাৰৰ গুণ কেইটা?

(ক) ৬টা

(খ) ৭টা

(গ) ৮টা

উত্তৰঃ (ক) ৬টা


১৬) যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্য কেইটা?

(ক) ৬টা

(খ) ৭টা

(গ) ৮টা

উত্তৰঃ (ক) ৬টা


১৭) যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ গুণ কেইটা?

(ক) ৬টা

(খ) ৭টা

(গ) ৫টা

উত্তৰঃ (গ) ৫টা


১৮) যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দোষ কেইটা?

(ক) ৬টা

(খ) ৫টা

(গ) ৭টা

উত্তৰঃ (ক) ৬টা


১৯) এককেন্দ্ৰীয় চৰকাৰ এখনৰ নাম?

(ক) জাপান

(খ) ইংলেণ্ড

(গ) লণ্ডন

উত্তৰঃ (ক) জাপান


২০) গণতান্ত্ৰিক চৰকাৰ কেইপ্ৰকাৰৰ?

(ক) চাৰি প্ৰকাৰৰ

(খ) পাঁচ প্ৰকাৰৰ

(গ) ছয়প্ৰকাৰৰ

উত্তৰঃ (ক) চাৰি প্ৰকাৰৰ