ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা | 

১) তেওঁ  পিতৃৰ নাম কি আছিল ? 

ক) জৱাহৰলাল নেহৰু

খ) পৰামানন্দ আগৰৱালা

গ) মুনিন বৰুৱা

উত্তৰঃ খ) পৰামানন্দ আগৰৱালা

২) তেওঁ মাতূৰ নাম কি আছিল ? 

ক) কিৰণীময়ী আগৰৱালা

খ) নলিনীবালা দেৱী

গ) লীলা গগৈ

উত্তৰঃ ক) কিৰণীময়ী আগৰৱালা

৩) কিমান চনত তেজপুৰ চৰকাৰী হাইস্কুলত নাম লগাই দিয়ে |

ক) ১৯২০

খ) ১৯১৯

গ) ১৯১৮

উত্তৰঃ খ) ১৯১৯

৪) হাইস্কুলৰ দশম শ্ৰেণীত পঢ়ি থাকোঁতেই তেঁও কি নাটক ৰচনা কৰিছিল ? 

ক)  জয়মতী

খ)  ইন্দ্ৰমালতী

গ)  শোণিত কুঁৱৰী

উত্তৰঃ গ)  শোণিত কুঁৱৰী

৫) তেঁও কিমান চনত জন্ম হৈছিল ?

ক) ১৯০৫ চনৰ ১৭ জুন

খ) ১৯০৩ চনৰ ১৭ জুন

গ)  ১৯০৭ চনৰ ১৭ জুন

উত্তৰঃ খ) ১৯০৩ চনৰ ১৭ জুন

৬) কিমান চনত তেঁও শোণিত কুঁৱৰী নাটকখন ৰচনা কৰিছিল

ক) ১৯২১ চনত

খ) ১৮২১ চনত

গ) ২০২১ চনত

উত্তৰঃ ক) ১৯২১ চনত

৭) কিমান চনত তেওঁ কলকাতাৰ জাতীয় বিশ্ববিদ্য়ালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উওীৰ্ণ হয় ? 

ক) ১৯২২ চনত

খ) ১৭২২ চনত

গ) ১৮২২ চনত

উত্তৰঃ ক) ১৯২২ চনত

৮) কিমান চনত তেঁও উচ্চ শিক্ষাৰ বাবে ইংলেণ্ডলৈ গৈছিল ? 

ক) ১৯২৬ চনত

খ) ১৯২০ চনত

গ)  ১৯২২ চনত

উত্তৰঃ ক) ১৯২৬ চনত

৯) ১৯২৬ চনত তেঁও উচ্চ শিক্ষাৰ বাবে কত গৈছিল ? 

ক)  যোৰহাট

খ)  কলকাতা

ঘ)  ইংলেণ্ড

উত্তৰঃ ঘ)  ইংলেণ্ড

১০) তেঁও মূত্যু কেতিয়া হৈছিল ? 

ক)১৭৫১ চনৰ ১৭ জানুৱাৰীত

খ) ১৮৫১ চনৰ ১৭ জানুৱাৰীত

গ) ১৭৫১ চনৰ ১৭ জানুৱাৰীত

উত্তৰঃ ১৭৫১ চনৰ ১৭ জানুৱাৰীত