শস্য উৎপাদন আৰু ব্যৱস্থাপনা

Chapter 1

১. খ্ৰীষ্টপূৰ্ব কিমান চনলৈ মানুহে অঘৰী জীৱন যাপন কৰিছিল?

(ক) ২০,০০০ বছৰলৈ

(খ) ১০,০০০ বছৰলৈ

(গ) ২৫,০০০ বছৰলৈ

উত্তৰঃ (খ) ১০,০০০ বছৰলৈ

২. বতৰ অনুযায়ী শস্য়ক কেইটা ভাগত ভগাব পাৰি?

(ক) ৫ টা ভাগত ভগাব পাৰি

(খ) ৪ টা ভাগত ভগাব পাৰি

(গ) ২ টা ভাগত ভগাব পাৰি

উত্তৰঃ (গ) ২ টা ভাগত ভগাব পাৰি

৩. কৃষি কাৰ্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম কি ?

(ক) মাটি ডৰা ঢিলা কৰা

(খ) মাটি চহোৱা

(গ) মজুত কৰা

উত্তৰঃ (ক) মাটি ডৰা ঢিলা কৰা

৪. শস্য় উৎপাদনৰ অতি প্ৰয়োজনীয় পদ্ধতি হ'ল?

(ক) খেতি চপোৱা

(খ) বীজ সিঁচা

(গ) মাটি চহাই ঢিলা কৰা

উত্তৰঃ (গ) মাটি চহাই ঢিলা কৰা

৫. মাটি চহ কৰা আৰু ঢিলা কৰা পদ্ধতিটোক হ'ল?

(ক) হাল বোৱা বা মাটি চহহোৱা

(খ) মজুত কৰা

(গ) বীজ সিঁচা

উত্তৰঃ (ক) হাল বোৱা বা মাটি চহহোৱা

৬. মাটি চহোৱা বা হাল বোৱা কিহৰ দ্বাৰা চহোৱা হ'য় ?

(ক) নাঙলৰ দ্বাৰা (ট্ৰেক্টৰ)

(খ) কোৰ দ্বাৰা

(গ) দলিমাৰি দ্বাৰা

উত্তৰঃ (ক) নাঙলৰ দ্বাৰা (ট্ৰেক্টৰ)

৭. কি সহায়ত মাটি সমান কৰা হয়?

(ক) কোৰ সহায়ত

(খ) দলিমাৰি সহায়ত

(গ) মৈৰ সহায়ত

উত্তৰঃ (গ) মৈৰ সহায়ত

৮. শক্তিশালী ত্ৰিভূজ আকৃতিৰ এটা লোৰ পাতি লগোৱা থাকে তাক কি বোলে?

(ক) ফাল বোলে

(খ) দলিমাৰি বোলে

(গ) কোৰ বোলে

উত্তৰঃ (ক) ফাল বোলে

৯. শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম হ'ল?

(ক) মজুত কৰা

(খ) মাটি চহোৱা

(গ) বীজ সিঁচা

উত্তৰঃ (গ) বীজ সিঁচা

১০. আমাৰ ৰাজ্যত খেতিয়কে পৰম্পৰাগত ভাৱে কিহেৰে বীজ সিঁচি আহিছে?

(ক) হাতেৰে

(খ) পৰম্পৰাগ পদ্ধতি

(গ) আজি-কালি ট্ৰেক্টৰৰ সহায়ত

উত্তৰঃ (ক) হাতেৰে

১১. উদ্ভিদবোৰ যাতে ঠাহ খাই নপৰে তাৰ বাবে বীজবোৰ কি কৰিব লাগে?

(ক) এক নিৰ্দিষ্ট দূৰত্বত ৰোপণ কৰিব লাগে।

(খ) অপতৃণ বোৰ ওঘালি পেলাব লাগে।

(গ) এটাও নহয়

উত্তৰঃ (ক) এক নিৰ্দিষ্ট দূৰত্বত ৰোপণ কৰিব লাগে।

১২. উদ্ভিদক পৰ্যাপ্ত সূৰ্যৰ পোহৰত মাটি পৰা কি পোৱাত সহায় কৰে?

(ক) জৈৱিক সাৰ পোৱাত সহায় কৰে।

(খ) পোষক দ্ৰব্য আৰু পানী পোৱাত সহায় কৰে।

(গ) এটাও নহয় ।

উত্তৰঃ (খ) পোষক দ্ৰব্য আৰু পানী পোৱাত সহায় কৰে।

১৩.উদ্ভিদবোৰ সুস্থভাৱে ডাঙৰ হ'বলৈ কি প্ৰয়োগ কৰা হয়?

(ক) জৈৱিক সাৰ প্ৰয়োগ কৰা হয়।

(খ) ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয়।

(গ) পোষক দ্ৰব্য আৰু সাৰ প্ৰয়োগ কৰা হয়।

উত্তৰঃ (গ) পোষক দ্ৰব্য আৰু সাৰ প্ৰয়োগ কৰা হয়।

১৪. মাটিয়ে উদ্ভিদক কি যোগান ধৰে ?

(ক) জৈৱ দ্ৰব্য

(খ) বৰ্জিত দ্ৰব্য

(গ) খনিজ পোষক দ্ৰব্য

উত্তৰঃ (গ) খনিজ পোষক দ্ৰব্য

১৫. খাৰিফ শস্য কোন মাহৰ পৰা কোন মাহলৈ খেতি কৰা হয়?

(ক) জানুৱাৰী পৰা মাৰ্চ মাহলৈ

(খ) জুনৰ পৰা ছেপ্তেম্বৰ মাহলৈ

(গ) এপ্ৰিলৰ পৰা জুন মাহলৈ

উত্তৰঃ (খ) জুনৰ পৰা ছেপ্তেম্বৰ মাহলৈ

১৬. ৰবি শস্য কোন মাহৰ পৰা কোন মাহলৈ খেতি কৰা হয়?

(ক) জুনৰ পৰা ছেপ্তেম্বৰ মাহলৈ

(খ) অক্টোবৰ পৰা মাৰ্চ মাহলৈ

(গ) এটাও নহয়

উত্তৰঃ (খ) অক্টোবৰ পৰা মাৰ্চ মাহলৈ

১৭.কেঁচু সাৰ আৰু অণুজীৱ খেতিয়কৰ ?

(ক) বন্ধু

(খ) শত্ৰু

(গ) এটাও নহয়

উত্তৰঃ (ক) বন্ধু

১৮. ধানজাতীয় শস্য পকিবলৈ কিমান মাহ সময় লাগে?

(ক) ৩ ৰ পৰা ৬ ৰ মাহ সময় লাগে।

(খ) ৩ ৰ পৰা ৪ ৰ মাহ সময় লাগে।

(গ) এটাও নহয় ।

উত্তৰঃ (খ) ৩ ৰ পৰা ৪ ৰ মাহ সময় লাগে।

১৯.  উৎপাদন হোৱাৰ পাছত এটা প্ৰয়োজনীয় কাম হল?

(ক) শস্য সাঁচি ৰখা ।

(খ) খেতি চপোৱা।

(গ) এটাও নহয়।

উত্তৰঃ (ক) শস্য সাঁচি ৰখা ।

২০. অপতৃণবোৰে শস্য় কি কৰে?

(ক) উৎপাদন কৰে।

(খ) ধ্বংস কৰে ।

(গ) এটাও নহয়।

উত্তৰঃ (খ) ধ্বংস কৰে ।