13 ) শব্দ | 

১. কোনে আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ?

ক) শব্দই

খ) ভাষাই

গ) এটাও নহয়

উত্তৰঃ ক) শব্দই


২. বস্তুৰ ইফাল-সিফাল বা অগা-পিছা গতিকেই __________ বোলে ।

ক) শব্দ

খ) কম্পন

গ) এটাও নহয়

উত্তৰঃ খ) কম্পন


৩. মানুহৰ ক্ষেত্ৰত কিহৰ দ্বাৰা শব্দ সৃষ্টি হয় ?

ক) স্বৰকক্ষ বা স্বৰযন্ত্ৰ

খ) নলী

গ)  এটাও নহয়

উত্তৰঃ ক) স্বৰকক্ষ বা স্বৰযন্ত্ৰ


৪. স্বৰকক্ষ ক'ত অৱস্থিত ?

ক) বায়ুনলিত

খ) লেৰিংছ

গ)  মিউকাচ

উত্তৰঃ খ) লেৰিংছ


৫. পুৰুষৰ স্বৰতন্ত্ৰী কিমান দীঘল ?

ক) প্ৰায় ১৫ মি. মি.

খ) প্ৰায় ২০ মি. মি.

গ)  এটাও নহয়

উত্তৰঃ খ) প্ৰায় ২০ মি. মি.


৬. আমাৰ কাণৰ বহিৰ্ভাগৰ আকৃতি এটা  ___________ দৰে ।

ক) চুপিৰ

খ) গিলাচৰ

গ)  এটাও নহয়

উত্তৰঃ ক) চুপিৰ


৭. প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্য়াক কি বুলি কোৱা হয় ?

ক) দোলনৰ কম্পনাংক

খ) হাৰ্টজত

গ)  এটাও নহয়

উত্তৰঃ ক) দোলনৰ কম্পনাংক


৮. শুনিবলৈ শুৱলা শব্দক কি বোলে ?

ক) হাৰ্টজ

খ) সুললিত শব্দ

গ) এটাও নহয়

উত্তৰঃ খ) সুললিত শব্দ


৯. কম্পনাংক হাৰ্টজক কিহত প্ৰকাশ কৰা হয় ?

ক) Hz

খ) H2

গ) এটাও নহয়

উত্তৰঃ ক) Hz


১০. কি বস্তুৱে শব্দৰ সৃষ্টি কৰে ?

ক) টিং-টিঙনিৰ শব্দই

খ) কম্পমান

গ) এটাও নহয়

উত্তৰঃ ক) টিং-টিঙনিৰ শব্দই


১১. স্বৰকক্ষ বা স্বৰযন্ত্ৰৰ ইপাৰ সিপাৰ হোৱাকৈ দুডাল ___________ টান খাই থাকে ।

ক) স্বৰতন্ত্ৰী

খ) নলী

গ) এটাও নহয়

উত্তৰঃ ক) স্বৰতন্ত্ৰী


১২. কোনে ছিদ্ৰৰ মাজেৰে বায়ু জোৰেৰে ঠেলি পঠিয়ালে স্বৰতন্ত্ৰী কঁপিবলৈ ধৰে আৰু শব্দৰ সৃষ্টি হয় ?

ক) স্বৰযন্ত্ৰই

খ)  হাওঁফাওঁৱে

গ) এটাও নহয়

উত্তৰঃ খ)  হাওঁফাওঁৱে


১৩. কম্পনাংক কিহত প্ৰকাশ কৰা হয় ?

ক) হাৰ্টজত

খ) শব্দত

গ)  এটাও নহয়

উত্তৰঃ ক) হাৰ্টজত


১৪. প্ৰকৃততে, প্ৰতি ছেকেণ্ডৰ প্ৰায় ২০ টা কম্পনতকৈ (______) কম কম্পনাংকৰ শব্দ মানুহৰ কাণে ধৰা পেলাব নোৱাৰে ।

ক) 20H

খ) 20Hz

গ) এটাও নহয়

উত্তৰঃ খ) 20Hz


১৫. মানুহৰ কাণৰ বাবে শ্ৰাব্য় কম্পনাংকৰ পৰিসৰ মোটামুটিভাৱে কিমান হাৰ্টজৰ ভিতৰত ?

ক) ২০ ৰ পৰা ২০,০০০ হাৰ্টজৰ ভিতৰত

খ) ২০ ৰ পৰা ২০,০০ হাৰ্টজৰ ভিতৰত

গ) এটাও নহয়

উত্তৰঃ খ) ২০ ৰ পৰা ২০,০০ হাৰ্টজৰ ভিতৰত


১৬. আলট্ৰাছাউণ্ড কৰিবলৈ ব্য়ৱহাৰ কৰা সঁজুলিয়ে কিমান বেছি কম্পনাংকত কাৰ্য সম্পাদন কৰে ?

ক) ২০০০ হাৰ্টজত

খ) ২০,০০০ হাৰ্টজত

গ) এটাও নহয়

উত্তৰঃ খ) ২০,০০০ হাৰ্টজত


১৭. আমনিদায়ক শব্দবোৰক কি বোলে ?

ক) কোলাহল

খ) শ্ৰৱণাতীত

গ) এটাও নহয়

উত্তৰঃ ক) কোলাহল


১৮. শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্য়ম হৈছে -

ক) একমাত্ৰ গেছ

খ) গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ

গ)  এটাও নহয়

উত্তৰঃ খ) গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ


১৯. বায়ুশূণ্য় স্থানত শব্দ সঞ্চাৰিত হ'ব নোৱাৰে ।

ক)  অশুদ্ধ

খ) শুদ্ধ

গ) এটাও নহয়

উত্তৰঃ খ) শুদ্ধ


২০. কম্পনৰ __________ দ্বাৰা তীব্ৰতা নিৰ্ণয় হয় ।

ক)  হাৰ্টজৰ

খ)  বিস্তাৰৰ

গ) এটাও নহয়

উত্তৰঃ খ)  বিস্তাৰৰ