তৰা আৰু সৌৰজগত

Chapter 17

১. আকাশত তিৰবিৰ নকৰাবোৰ কি ?

(ক) গ্ৰহ

(খ) গ্ৰহাণুপুঞ্জ

(গ) এটাও নহয়

উত্তৰঃ (ক) গ্ৰহ


২. তৰা, গ্ৰহ, চন্দ্ৰ আৰু আকাশৰ আন ভালেমান বস্তুক কি বোলে ?

(ক) নভোমণ্ডলীয় বস্তু

(খ) পঞ্চদশ

(গ) এটাও নহয়

উত্তৰঃ (ক) নভোমণ্ডলীয় বস্তু


৩. যিদিনা চন্দ্ৰৰ সম্পূৰ্ণ থালখন দৃশ্য়মান হয় সিদিনা কি হয়? 

(ক) পূৰ্ণিমা

(খ) অমাৱস্য়া

(গ) এটাও নহয়

উত্তৰঃ (ক) পূৰ্ণিমা


৪. এটা পূৰ্ণিমাৰ পৰা পৰৱৰ্তী পূৰ্ণিমালৈ সময়ৰ অন্তৰাল কিমান ?

(ক) ২৯ দিনতকৈ কিঞ্চিৎ বেছি

(খ) ২৯ দিনতকৈ কিঞ্চিৎ কম

(গ) এটাও নহয়

উত্তৰঃ (ক) ২৯ দিনতকৈ কিঞ্চিৎ বেছি


৫. যিবিলাক তৰাই থুপ বান্ধি একোটা বিশেষ আকৃতি লাভ কৰে সেইবোৰক কি বোলে ?

(ক) তাৰকাপুঞ্জ

(খ) উৰ্ষা মেজৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) তাৰকাপুঞ্জ


৬. উত্তৰ আকাশৰ আন এটা বিশিষ্ট তাৰকাপুঞ্জ কি ?

(ক) অৰিঅ’ন

(খ) কাশ্য়পী

(গ) এটাও নহয়

উত্তৰঃ (খ) কাশ্য়পী


৭. সৌৰজগতত মুঠতে কেইটা গ্ৰহ আছে ?

(ক) সাতটা

(খ) ন টা

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়


৮. শুক্ৰ গ্ৰহৰ ইংৰাজী নামটো কি ? 

(ক) Mercury

(খ) Venus

(গ) এটাও নহয়

উত্তৰঃ (খ) Venus


৯. মংগল গ্ৰহটো কি ৰঙেৰে দেখা যায় ?

(ক) বগা

(খ) ৰঙা

(গ) এটাও নহয়

উত্তৰঃ (খ) ৰঙা


১০. পপীয়া তৰাবোৰৰ প্ৰকৃত নাম ?

(ক) উল্কা

(খ) ধূমকেতু

(গ) এটাও নহয়

উত্তৰঃ (ক) উল্কা


১১. এমাহৰ ভিতৰত দেখা চন্দ্ৰৰ উজ্জ্বল অংশৰ বিভিন্ন পৰ্যায়ক কি বোলে ?

(ক) চন্দ্ৰকলা

(খ) কাঁচিজোন

(গ) এটাও নহয়

উত্তৰঃ (ক) চন্দ্ৰকলা

১২. __________ৰ পাছত পৃথিৱীৰ পৰা দৃশ্য়মান চন্দ্ৰৰ উজ্জ্বল অংশটোৰ আকাৰ দিনে দিনে বাঢ়িবলৈ ধৰে ?

(ক) পূৰ্ণিমা

(খ) অমাৱস্য়া

(গ) এটাও নহয়

উত্তৰঃ (খ) অমাৱস্য়া


১৩. কবি আৰু সাধুকথা কোৱা লোকৰ বাবে চন্দ্ৰ এটা কি ?

(ক) কৌতূহলোদ্দীপক বস্তু

(খ) ধ্ৰুৱ তৰা

(গ) এটাও নহয়

উত্তৰঃ (ক) কৌতূহলোদ্দীপক বস্তু


১৪. সূৰ্যটো পৃথিৱীৰ পৰা কিমান নিযুত কি মি আঁতৰত অৱস্থিত ?

(ক) ১৫০০ নিযুত কি মি

(খ) ১৫০ নিযুত কি মি

(গ) এটাও নহয়

উত্তৰঃ (খ) ১৫০ নিযুত কি মি


১৫. পৃথিৱীৰ পৰা আলফা ছেণ্টাউৰিৰ দূৰত্ব কিমান ?

(ক) প্ৰায় ৪.৩ আলোক বৰ্ষ

(খ) প্ৰায় ৪.৬ আলোক বৰ্ষ

(গ) এটাও নহয়

উত্তৰঃ (ক) প্ৰায় ৪.৩ আলোক বৰ্ষ


১৬. তৰাবিলাক কিয় দিনত নেদেখি ?

(ক) চন্দ্ৰৰ তাপৰ বাবে

(খ) সূৰ্যৰ উজ্জ্বল পোহৰৰ বাবে

(গ) এটাও নহয়

উত্তৰঃ (খ) সূৰ্যৰ উজ্জ্বল পোহৰৰ বাবে


১৭. কালপুৰুষৰ অন্য় এটা নাম কি ?

(ক) চিকাৰী

(খ) চতুৰ্ভুজ

(গ) এটাও নহয়

উত্তৰঃ (ক) চিকাৰী


১৮. আকাশৰ আটাইতকৈ উজ্জ্বল তৰা _________ৰ অৱস্থান কালপুৰুষৰ ওচৰত ।

(ক) অৰিঅ’ন

(খ) লুব্ধক

(গ) এটাও নহ

উত্তৰঃ (খ) লুব্ধক


১৯. উত্তৰ আকাশৰ আন এটা বিশিষ্ট তাৰকাপুঞ্জ কি ?

(ক) কাশ্য়পী

(খ) অৰিঅ’ন

(গ) এটাও নহয়

উত্তৰঃ (ক) কাশ্য়পী


২০. কিমান চনত আন্তঃৰাষ্ট্ৰীয় জ্য়োতিৰ্বিজ্ঞান সংস্থাই গ্ৰহ সম্পৰ্কে এটা নতুন সংজ্ঞা নিৰ্ধাৰণ কৰিছিল ?

(ক) ২০০৭ চনত

(খ) ২০০৬ চনত

(গ) এটাও নহয়

উত্তৰঃ (খ) ২০০৬ চনত