Chapter 1

অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি


ভাৰতবৰ্ষলৈ ইউৰোপসকলৰ আগমন

১। ভাৰতবৰ্ষৰ সৈতে গ্ৰীচ, ৰোম আদি ইউৰোপ দেশৰ যোগাযোগ কেতিয়ালৈ বৰ্তি আছিল?

(ক) খ্ৰীষ্টীয় ঊণবিংশ শতিকাৰ শেষলৈকে

(খ) খ্ৰীষ্টীয় পঞ্চম শতিকাৰ শেষলৈকে

(গ) খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ শেষলৈকে

(ঘ) খ্ৰীষ্টীয় সোঁতৰ শকিকাৰ শেষলৈকে

উত্তৰঃ (গ) খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ শেষলৈকে


২। ভাস্ক’-ডা-গামাই কাক অনুসৰণ কৰি ভাৰত পাশ্চাত্য়ৰ মাজত সাগৰীয় পথ আৱিস্কাৰ কৰিছিল?

(ক) কেপ্টেইন উইলিয়াম হকিন্স

(খ) বাৰ্থ’ল’ মিউ ডিয়াজ

(গ) ওপৰত উল্লেখ কৰা এজনো শুদ্ধ নহয়

উত্তৰঃ (খ) বাৰ্থ’ল’ মিউ ডিয়াজ


৩। কোনজন ইংৰাজ নাৱিকে সেইসময়ত অনুমতি পত্ৰ লৈ ভাৰতভূমিত প্ৰৱেশ কৰিছিল?

(ক) মংগল পাণ্ডে

(খ) জন মিলডেন হল

(গ) ছাৰ টমাছ ৰ’

উত্তৰঃ(খ) জন মিলডেন হল


৪। ভাৰত আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰি ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই অনা নাৱিকজনৰ নাম কি?

(ক) কেপ্টেইন উইলিয়াম হকিন্স

(খ) ৰিয়াল্ফ ফিট্চ

(গ) মংগল পাণ্ডে

উত্তৰঃ(খ) ৰিয়াল্ফ ফিট্চ


৫। এলিজাবেথ কোনখন দেশৰ ৰাণী আছিল?

(ক) আফগানিস্তান

(খ) ইংলেণ্ড

(গ) পাকিস্তান

উত্তৰঃ (খ) ইংলেণ্ড


৬। ভাস্ক’-ডা-গামাই কিমান খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কলিকট বন্দৰত উপস্থিত হৈছিল?

(ক) ১৪৯৮ খ্ৰীষ্টাব্দত

(খ) ১৪৯৯ খ্ৰীষ্টাব্দত

(গ) ১৬৮৭ খ্ৰীষ্টাব্দত

উত্তৰঃ (ক) ১৪৯৮ খ্ৰীষ্টাব্দত


৭। ভাৰতবৰ্ষত থিতাপি লোৱা ইষ্ট ইণ্ডিয়া কোম্পানিৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য় কি আছিল?

(ক) ভৰতবৰ্ষক শাসন কৰি নিজৰ অধীন কৰি লোৱা

(খ) বেহা বেপাৰ কৰা

(গ) ওপৰত উল্লেখ কৰা এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) বেহা বেপাৰ কৰা


৮। কিমান খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্য়ৰ চুলটানৰ পৰা অনুমতি লৈ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে মছপট্ৰমত এটা বাণিজ্য় কেন্দ্ৰ স্থাপন কৰিছিল?

(ক) ১৬১১ খ্ৰীষ্টাব্দত

(খ) ১৫৯৮ খ্ৰীষ্টাব্দত

(গ) ১৫৮৭ খ্ৰীষ্টাব্দত

উত্তৰঃ (ক) ১৬১১ খ্ৰীষ্টাব্দত


৯। ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকটা বাণিজ্য়কেন্দ্ৰটোৰ নাম কি ৰখা হৈছিল?

(ক) ফৰ্ট ছেণ্ট জৰ্জ

(খ) ফৰ্ট উইলিয়াম

(গ) এটাও নহয়

উত্তৰঃ (খ) ফৰ্ট উইলিয়াম


১০। কিমান খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লচে পৰ্টুগীজৰ ৰাজকন্য়াক বিয়া কৰাইছিল?

(ক) ১৬৯৯ খ্ৰীষ্টাব্দত

(খ) ১৫৬৮ খ্ৰীষ্টাব্দত

(গ) ১৬৬১ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৬৬১ খ্ৰীষ্টাব্দত


১১। দ্বিতীয় চাৰ্লচে বিয়া কৰোৱা ৰাজকন্য়াগৰাকীৰ নাম  কি?

(ক) কেটৰিনা

(খ) কেথৰিন

(গ) এলিজাবেথ

উত্তৰঃ (খ) কেথৰিন


১২। কোনে মেয়’ৰ বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱৰ আঁত ধৰি ভাৰতবৰ্ষত স্বায়ত্ব শাসনৰ ভেঁটিটো নিৰ্মাণ কৰিছিল?

(ক) লৰ্ড মেয়’ৰ

(খ) লৰ্ড ৰিপণ

(গ) লৰ্ড কেনিং

(ঘ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) লৰ্ড ৰিপণ


১৩। লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা কিমান আছিল?

(ক) 20 বছৰ

(খ) 21 বছৰ

(গ) 22 বছৰ

উত্তৰঃ (গ) 22 বছৰ


১৪। পৰাধীন ভাৰতৰ সুদাৰ্ঘ কালজুৰি ব্ৰিটিছ শাসনৰ কালছোৱাক কেইটা ভাগত ভগাব পাৰি?

(ক) এটা

(খ) তিনিটা

(গ) দুটা

উত্তৰঃ (গ) দুটা


১৫। ‘ভাৰত চৰকাৰ আইন’ খন কোনে প্ৰণয়ন কৰিছিল?

(ক) ভাৰত চৰকাৰে

(খ) নেপালৰ ৰজাই

(গ) ব্ৰিটিছ সংসদে

উত্তৰঃ (গ) ব্ৰিটিছ সংসদে


১৬। ব্ৰিটিছ চৰকাৰে কিমান খ্ৰীষ্টাব্দত ‘ভৰত চৰকাৰ আইন’ খন প্ৰণয়ন কৰিছিল?

(ক) ১৮৫৭ খ্ৰীষ্টাব্দত

(খ) ১৮৫৮ খ্ৰীষ্টাব্দত

(গ) ১৮৫৯ খ্ৰীষ্টাব্দত

উত্তৰঃ (খ) ১৮৫৮ খ্ৰীষ্টাব্দত


১৭। কিমান খ্ৰীষ্টাব্দত লৰ্ড ডেল হাউছীয়ে বিদায় গ্ৰহণ কৰিছিল?

(ক) ১৭৭৩ খ্ৰীষ্টাব্দত

(খ) ১৮৫৪ খ্ৰীষ্টাব্দত

(গ) ১৮৫৬ খ্ৰীষ্টাব্দত

(ঘ) ১৮৫৭ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৮৫৬ খ্ৰীষ্টাব্দত


১৮। লৰ্ড ৰিপণে কিমান খ্ৰীষ্টাব্দত ঐতিহাসিক প্ৰস্তাৱ মৰ্মে প্ৰত্য়েকটো মহকুমাত একোখনকৈ লোকেল ব’ৰ্ড গঠন কৰে?

(ক) ১৮৮০ খ্ৰীষ্টাব্দত

(খ) ১৮৮১ খ্ৰীষ্টাব্দত

(গ) ১৮৮২ খ্ৰীষ্টাব্দত

(ঘ) ১৮৮৩ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৮৮২ খ্ৰীষ্টাব্দত


১৯। ১৯২২ খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে কাৰ নেতৃত্বত ৰয়েল কমিছন অন পাব্লিক ছাৰ্ভিচ গঠন কৰিছিল?

(ক) কেপ্টেইন উইলিয়াম হকিন্স

(খ) ছাৰ টমাচ ৰ’

(গ) ওৱাৰেণ হেষ্টিংছ

(ঘ) লৰ্ড ইচলিংটন

(ঙ) লৰ্ড ৰিপণ

উত্তৰঃ (খ) ছাৰ টমাচ ৰ’


২০। ভাৰতীয় পৰিষদ আইনখন কিমান খ্ৰীষ্টাব্দত প্ৰণয়ন কৰা হৈছিল?

(ক) ১৮৫৬ খ্ৰীষ্টাব্দত

(খ) ১৮৬০ খ্ৰীষ্টাব্দত

(গ) ১৮৬১ খ্ৰীষ্টাব্দত

(ঘ) ১৮৫৭ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৮৬১ খ্ৰীষ্টাব্দত