শাক-পাচলি


১। বাৰিষা কালত হোৱা শাক-পাচলিবোৰ হ’ল?

(ক) লাই, পালেং, আলু, আদি

(খ) মৰিচা শাক, ভেন্দি, আদি

(গ) এটাও নহয়

উত্তৰ- (খ) মৰিচা শাক, ভেন্দি, আদি ।


২। খৰালি কালত হোৱা শাক-পাচলিবোৰ হ’ল?

(ক) মৰিচা শাক, ভেন্দি, আদি

(খ) লাই, পালেং, আলু, আদি

(গ) এটাও নহয়

উত্তৰ- (খ) লাই, পালেং, আলু, আদি ।


৩। শাক-পাচলিৰ খেতিৰ বাবে বতৰ কেনেকুৱা হ’ব লাগে?

(ক) ঠাণ্ডা

(খ) গৰম

(গ) এটাও নহয়

উত্তৰ- (খ) গৰম ।


৪।  পানীলাও কেতিয়া হয়?

(ক) বাৰিষা কালত

(খ) খৰালি কালত

(গ) এটাও নহয়

উত্তৰ- (ক) বাৰিষা কালত ।


৫। কবি কেতিয়া হয়?

(ক) খৰালি কালত

(খ) বাৰিষা কালত

(গ) এটাও নহয়

উত্তৰ- (ক) খৰালি কালত ।


৬। আমি লাই শাকৰ পাতৰ অংশ খাও?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰ- (ক) শুদ্ধ ।


৭। ভেন্দি জাৰকালি হোৱা শাক-পাচলি?

(ক) অশুদ্ধ

(খ) শুদ্ধ

(গ) এটাও নহয়

উত্তৰ- (ক) অশুদ্ধ ।


৮। শাক-পাচলি কেৱল ৰান্ধিহে খাব পাৰি?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰ- (খ) অশুদ্ধ ।


৯। কিছুমান শাকৰ গুটি সিঁচিলেই গজালি ওলায়?

(ক) অশুদ্ধ

(খ) শুদ্ধ

(গ) এটাও নহয়

উত্তৰ- (খ) শুদ্ধ ।


১০। আলু খেতি কেতিয়া কৰা হয়?

(ক) খৰালি কালত

(খ) বাৰিষা কালত

(গ) এটাও নহয়

উত্তৰ- (ক) খৰালি কালত ।



Type Susmita Kakati