মৰমৰ আই
১। তোমাক সৰুতে কোনো ডাঙৰ-দীঘল কৰিছিল ?
1) আই
2) মামা
3) আইতা
Ans: আই
২। আই শব্দ অৰ্থ কি?
1) পিতাই
2) ককা
3) মা
Ans: মা
৩। মাকে সৰু ল'ৰা-ছোৱালীক টোপনি নিয়াবলৈ গোৱা গীতবোৰ নাম কি ?
1) নিচুকনি গীত
2) বৰগীত
3) লোক গীত
Ans: নিচুকনি গীত
৪। সৰুতে তোমাক কোনে নিচুকাইছিল ?
1) মামা
2) আইতা
3) মা
Ans: মা
৫। সিজনাক বুলি কাক বুজোৱা হৈছিল ?
1) বায়েক
2) মায়েক
3) ভায়েক
Ans: মায়েক
৬। চেনেহৰ চকুপানী ধাৰেৰে বোৱাই কোনে তোমাক বুকুত শুৱাই ৰাখিছিল ?
1) ককা
2) মা
3) মাহী
Ans: মা
৭। অ'ত ত'ত থিয় দিওঁতে শিশুটি পৰিলে মাকে তাক কেনেদৰে নিচুকায় ?
1) নাম গুণ গাই
2) লোক গীত গাই
3) বৰগীত গাই
Ans: নাম গুণ গাই
৮। মৰমৰ আইক আমি কিয় পাহৰিব নোৱাৰো ?
1) ভাল কাৰণে
2) বেয়া
3) পূজনীয়া আই
Ans: পূজনীয়া আই
৯। স্নেহ শব্দ অৰ্থ কি ?
1) চেনেহ, মৰম
2) খং
3) দূখ
Ans: চেনেহ, মৰম
১০। অসীম শব্দ অৰ্থ কি ?
1) সীমা নথকা
2) সীমা হীন
3) ওপৰৰ দুয়োটায়ে হয়
Ans: ওপৰৰ দুয়োটায়ে হয়
১১। মৰমৰ আই কবিতাটি কোনে ৰচনা কৰিছিল ?
1) আনন্দচন্দ্ৰ আগৰৱালা
2) বিষয় চন্দ্ৰ বিশ্বাসী
3) এটাও নহয়
Ans: আনন্দচন্দ্ৰ আগৰৱালা
১২। নৰিয়া শব্দৰ অৰ্থ কি ?
1) লালন-পালন
2) বেমাৰ
3) ওপৰৰ দুয়োটা
Ans: বেমাৰ
১৩। আয়ে মোক ___________ ডাঙৰ কৰিছে ।
1) নাম-গুন গাই
2) তুলি-তালি
3) ওপৰৰ দুয়োটা
Ans: তুলি-তালি
১৪। অসীম শব্দৰ অৰ্থ কি ?
1) সীমা নথকা
2) সুমধুৰ
3) এটাও নহয়
Ans: সীমা নথকা
১৫। নিচুকনি গীত মানে কি ?
1) সৰু ল'ৰা-ছোৱালীক টোপনি নিয়াবলৈ গোৱা গীত
2) মানুহৰ মুখে মুখে চলি অহা পুৰণি গীত
3) এটাও নহয়
Ans: সৰু ল'ৰা-ছোৱালীক টোপনি নিয়াবলৈ গোৱা গীত
১৬। চেনেহৰ চকুপানী __________ বোৱাই,
1) নদীৰ দৰে
2) ধাৰেৰে
3) ওপৰৰ দুয়োটা
Ans: ধাৰেৰে
১৭। কবিৰ মতে পূজনীয় মৰমৰ আই কোন ?
1) মা
2) বা
3) আইতা
Ans: মা
১৮। মাকে সন্তানক কিমান মৰম কৰে ?
1) সীমাহীন
2) অসীম
3) এটাও নহয়
Ans: অসীম
১৯। তলৰ কোনটো শুদ্ধ-
1) কেনেকঈ
2) কেনেকই
3) এটাও নহয়
Ans: এটাও নহয়
২০। একেথিৰে শব্দৰ অৰ্থ কি ?
1) একে থিতাতে
2) হঠাৎ
3) লৰচৰ নকৰা
Ans: লৰচৰ নকৰা
Type Susmita Kakati