ৰাঙলী বুঢ়ীৰ দান


১) ৰাঙলী বঢ়ীৰ পুতেকৰ নাম কি ?

1) ৰঙামুৱা

2) দিগন্ত

3) শিৱ

Ans: ৰঙামুৱা


২। আহোম ৰজা কোন আছিল ?

1) চন্দ্ৰগুপ্ত

2) চন্দ্ৰকান্ত সিংহ

3) ইয়াৰ পৰা এটাও নহয়

Ans: চন্দ্ৰকান্ত সিংহ


৩। ইংৰাজ চৰকাৰে মানক খেদি অসম ৰাজ্য দখল কিমান চনত  লৈছিল ?

1) ১৮২৭ চনত

2) ১৮২৬ চনত

3) ১৯০৭ চনত

Ans: ১৮২৬ চনত


৪। ব্ৰহ্মদেশৰ বৰ্তমান নাম কি ?

1) ম্যানমাৰ

2) অৰুণাচল

3) ইয়াৰ পৰা এটাও নহয়

Ans: ম্যানমাৰ


৫।মানৰ ভয়ত মানুহে ঘৰ বাৰী এৰি ক'ত পলাই গৈছিল ?

1) ঘৰত গৈছিল

2) হাবিত লুকাই আছিল

3) ইয়াৰ পৰা এটাও নহয়

Ans: হাবিত লুকাই আছিল


৬। মানে কেইবাৰকৈ অসম আক্ৰমণ কৰিছিল ?

1) চাৰিবাৰকৈ

2) পাঁচবাৰকৈ

3) তিনিবাৰকৈ

Ans: তিনিবাৰকৈ


৭। ইংৰাজ চৰকাৰে মানক খেদি  কিমান  অসম ৰাজ্য় দখল কৰিছিল ?

1) ১৮৩৪ খৃষ্টাব্দত

2) ১৮২৬ খৃষ্টাব্দত

3) ১৯২০ খৃষ্টাব্দত

Ans: ১৮২৬ খৃষ্টাব্দত


৮। ৰাঙলী বুঢ়ীৰ দান কবিতাটো কবিজনৰ নাম কি ?

1) বিনন্দচন্দ্ৰ বৰুৱা

2) মিত্ৰদেৱ মহন্ত

3) নৱকান্ত বৰুৱা

Ans: বিনন্দচন্দ্ৰ বৰুৱা


৯। সিধা অৰ্থ কি ?

1) ভোজন ৰান্ধিবলৈ দিয়া খাদ্য সামগ্ৰী

2) ব্যৱহাৰ কৰা সামগ্ৰী

3) ইযাৰ পৰা এটাও  নহয়

Ans: ভোজন ৰান্ধিবলৈ দিয়া খাদ্য সামগ্ৰী


১০। কৱচৰ অৰ্থ কি ?

1) অঙ্গবস্ত্ৰ

2) যঁজুত  পিন্ধিবলৈ এৰাতিতে বৈ দিয়া বস্ত্ৰ

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়


১১। ৰাঙলী বুঢ়ীয়ে জীৱন-মৰণ ভৰিৰে গছকি কি বাছি ল'লে ?

1) যশ-মান

2) গুণ-গৰিমা

3) ওপৰৰ দুয়োটা

Ans: যশ-মান


১২। ব্য়াকৰণত পুৰুষ বুজোৱা শব্দক কি বোলে ?

1) স্ত্ৰীলিংগ

2) পুংলিংগ

3) উভয়লিংগ

Ans: পুংলিংগ


১৩। মা শব্দটোৰ বিপৰীত লিংগটো কি ?

1) মামী

2) মাহী

3) দেউতা

Ans: দেউতা


১৪। মান কি আছিল ?

1) ইংৰাজ জাতি

2) ব্ৰহ্মদেশৰ এটা বৰ্বৰ জাতি

3) এটাও নহয়

Ans: ব্ৰহ্মদেশৰ এটা বৰ্বৰ জাতি


১৫। আঁচলৰ ধন মানে কি ?

1) মৰমৰ সম্পত্তি

2) সঞ্চয় কৰা টকা

3) বিয়া-সবাহৰ বাবে সঞ্চয় কৰা টকা

Ans: মৰমৰ সম্পত্তি


১৬। স্বৰ্গদেউ ঈশ্বৰৰ সোণৰ দেশ কোনে ভাঙিছে বুলি কৈছে ?

1) ৰঙামুৱাই

2) ৰঙামুৱাৰ পিতাকে

3) মানে

Ans: মানে


১৭। মানৰ যুঁজত কোন ঢুকাইছিল ?

1) পিতা

2) মা

3) ওপৰৰ দুয়োটা

Ans: পিতা


১৮। স্ত্ৰীলিংগ কাক বোলে ?

1) পুৰুষ বুজোৱা শব্দক

2) শিক্ষক-শিক্ষয়িত্ৰী বুজোৱা শব্দক

3) স্ত্ৰী বুজোৱা শব্দক

Ans: স্ত্ৰী বুজোৱা শব্দক


১৯। ছাত্ৰ শব্দৰ বিপৰীত লিংগটো কি ?

1) ছাত্ৰী

2) পুত্ৰী

3) ওপৰৰ দুয়োটা

Ans: ছাত্ৰী


২০। দা-যাঠি লৈ, _____________, বেগতে এমুঠি খাই ।

1) ওলাই আহ

2) যা লৰালৰি

3) এটাও নহয়

Ans: যা লৰালৰি

Type Susmita Kakati