কুলি


১) কুলি চৰায়ে কি বুলি মাতে ?

1) কুউ-কুউ-কুউ বুলি মাতে

2) খটলটোপ-খটলটোপ

3) ইয়াৰ পৰা এটাও নহয়

Ans: কুউ-কুউ-কুউ বুলি মাতে


২) কুঁহিপাতৰ অৰ্থ কি ?

1) গছৰ কোমল পাত

2) গছৰ পৰা নতুন কৈ ওলেৱা কুমলীয়া পাত

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়


৩। মৌ বৰষা অৰ্থ কি ?

1) সুমধুৰ

2) শুৱলা নহয়

3) ইযাৰ পৰা এটাও নহয়

Ans: সুমধুৰ


৪। বিহু আহিলে কোনে জাননি দিয়ে ?

1) কুলি

2) ঘন চিৰিকা

3) ফেঁচা

Ans: কুলি


৫। বসন্ত ঋতুৰ শেষৰ ফালে কি বয় ?

1) বৰষুণ

2) বৰদৈচিলা বয়

3) ইয়াৰ পৰা এটাও নহয়

Ans: বৰদৈচিলা বয়


৬। কোনটো ঋতুত আম-কঁঠাল পকে ?

1) বসন্ত ঋতুত

2) শীত ঋতুত

3) গ্ৰীষ্ম ঋতুত

Ans: গ্ৰীষ্ম ঋতুত


৭। কুলি আৰু কাউৰীৰ দুয়োটায়ে বৰণ কেনেকুৱা ?

1) বগা

2) ক'লা

3) নীলা

Ans: ক'লা


৮। কুলিৰ মাত কেনেকুৱা ?

1) শুৱলা

2) ৰমলিয়া

3) ইয়াৰ পৰা এটাও নহয়

Ans: শুৱলা


৯। কুলিৰ কবিতাটোৰ কবিজনৰ নাম কি ?

1) দেৱকান্ত বৰুৱা

2) মিত্ৰদেৱ মহন্ত

3) চন্দ্ৰকুমাৰ আগৰৱালা

Ans: মিত্ৰদেৱ মহন্ত


১০। কাউৰীৰ মাত কেনেকুৱা ?

1) শুৱলা

2) ৰমলিয়ায়

3) ইয়াৰ পৰা এটাও নহয়

Ans: ৰমলিয়ায়


১১। দোকোল-টকা শব্দৰ অৰ্থ কি ?

1) দুয়ো পাৰ উপচি যোৱা

2) দুটা পাচি টকাৰে ভৰি যোৱা

3) গছৰ দুটা ডাল

Ans: দুয়ো পাৰ উপচি যোৱা


১২। ভেকুলীয়ে                

1) ভুন্ভুনায়

2) ভুকভুকায়

3) টোৰটোৰায়

Ans: টোৰটোৰায়


১৩। গছৰ                  ওলায় ।

1) কলি

2) কুঁহিপাত

3) পছোৱা

Ans: কুঁহিপাত


১৪। পাতৰ মাজেৰে কুলিয়ে কিয় নাচায় ?

1) লাজ লাগে

2) ভাগৰ লাগে

3) এলাহ লাগে

Ans: লাজ লাগে


১৫। কুলিক ক'লা গা-টি কিহেৰে ঢাকি লবলৈ কৈছে ?

1) নতুন সাজেৰে

2) কুঁহিপাতেৰে

3) ওপৰৰ দুয়োটা

Ans: কুঁহিপাতেৰে


১৬। বাৰীত কি ফুলিল ?

1) ছিৰাল তিহুঁ

2) কোমল পাত

3) কপৌ ফুল

Ans: ছিৰাল তিহুঁ


১৭। ফুলে                 পেলায়।

1) মুচি

2) কলি

3) কুঁহিপাত

Ans: কলি


১৮। 'ক'লা' শব্দটোৱে কি বুজাইছে ?

1) ৰং

2) কাণেৰে নুশুনা

3) চকুৰে নেদেখা

Ans: ৰং


১৯। সিংহই ________ ।

1) কুৰুলিয়াই

2) গোজৰে

3) ভুকভুকায়

Ans: গোজৰে


২০। _________ বতাহ বয় ।

1) পছোৱা

2) মলিয়ালে

3) গজৰিলে

Ans: পছোৱা

Type Susmita Kakati