আমৈৰ নাতি


১) কাৱৈমাৰিত কাৰ ঘৰ আছিল ?

1) আমৈৰ

2) মাহী

3) তাৱৈৰ

Ans: তাৱৈৰ


২) আমগুৰিত কাৰ ঘৰ আছিল ?

1) মামা

2) আমৈৰ

3) জেঠাই

Ans: আমৈৰ


৩) তাৱৈ আৰু আমৈৰ জীয়েকৰ নাম কি আছিল ?

1) মুনু

2) নিকিতা

3) জেতুকী

Ans: জেতুকী


৪) তাৱৈ আৰু আমৈৰ জীয়েকক ক'লৈ বিয়া দিছিল ?

1) জামুগুৰিত

2) চৰাইবাহী

3) নগাঁও

Ans: জামুগুৰিত


৫) বাট হেৰুৱাই আমৈ ক'ত ওলালগৈ ?

1) ৰহা

2) চামগুৰি

3) কলিয়াবৰ

Ans: চামগুৰি


৬) লেৰেলা বাপু ক'ত ঘৰ আছিল ?

1) কেৰেলা আটিত

2) মৰিগাঁও

3) তিনিচুকিয়া

Ans: কেৰেলা আটিত


৭) গৰু কাৰ  হেৰুৱাইছিল ?

1) মেধিৰ

2) জেতুকী

3) ইয়াৰ পৰা এটাও নহয়

Ans: মেধিৰ


৮) মেমেৰা মেধিয়ে কি বিচাৰি ফুৰিছিল ?

1) গৰু

2) ছাগলী

3) ইয়াৰ পৰা এটাও নহয়

Ans: গৰু

৯) আমৈয়ে  মেধিক দেখি কি সুধিলে ?

1) জেতুকী ঘৰৰ বাট

2) গৰু

3) ইয়াৰ পৰা এটাও নহয়

Ans: জেতুকী ঘৰৰ বাট


১০) আমৈয়ে জেতুকীৰ ঘৰৰ বাটতো সুধোতে মেধিয়ে কি সুনিলে ?

1) কেতুৰী তলত  গৰু আছে

2) ইয়াৰ পৰা এটাও নহয়

3) গৰুতো মৰা বুলি সুনিলে

Ans: কেতুৰী তলত  গৰু আছে


১১। মেধিৰ হেৰুৱা দমৰা গৰুটো ক'ৰ পৰা কিনিছিল ?

1) চামগুৰিৰ পৰা

2) অমৰাগুৰিৰ পৰা

3) ৰহাৰ পৰা

Ans: অমৰাগুৰিৰ পৰা


১২। ক'ত বহোতে আমৈৰ চকু মুদ খালে ?

1) আমৰ তলত

2) কঠালৰ তলত

3) এটাও নহয়

Ans: আমৰ তলত


১৩। দেউৰ কি হেৰাল ?

1) চেঁউৰী এজনি

2) দমৰা এটা

3) বলধ এহাল

Ans: চেঁউৰী এজনি


১৪। কোন লুটি খাই পৰিল ?

1) দেউ

2) আমৈ

3) লেৰেলা বাপু

Ans: লেৰেলা বাপু


১৫। কোনে নিজৰ চিনাকি দি জীয়েকৰ কথা ক'লে ?

1) তাৱৈয়ে

2) আমৈয়ে

3) লেৰেলা বাপুয়ে

Ans: আমৈয়ে


১৬। ভাদমহীয়া __________ গৰুৰহে জগিছে দমৰা ।

1) চেঁউৰি

2) বগী

3) ক'লী

Ans: ক'লী


১৭। তেওঁ বাট _________ চামগুৰিত ওলালগৈ ।

1) হেৰুৱায়

2) হেৰুৱাই

3) হেৰায়

Ans: হেৰুৱাই


১৮। আমৈৰ নাতি জন্মিছিলনে ?

1) জন্মিছিল

2) নাই জন্মা

3) এটাও নহয়

Ans: জন্মিছিল


১৯। "নাতি হোৱাৰ খবৰ জানো পায় ?" এই কথাষাৰি কোনে কৈছিল ?

1) তাৱৈয়ে

2) আমৈয়ে

3) নাতি টোৱে

 Ans: আমৈয়ে


২০। চেঁউৰি বুলি ডিঙিত লগালে _______ বন্ধা ফই ।

1) হাতী

2) দমৰা

3) চকু

Ans: হাতী

Type Susmita Kakati