ৰংমনৰ চিঠি


১) ৰংমনৰ ঘৰ ক'ত আছিল ?

1) জালুকবাৰীত

2) চামগুৰি

3) গুৱাহাটী

Ans: জালুকবাৰীত


২) ৰংমনৰ মাকে কি চাকৰি কৰে ?

1) শিক্ষক

2) বেংকত

3) ইয়াৰ পৰা এটাও নহয়

Ans: বেংকত


৩) ৰংমনৰ দেউতাকে কি কৰে ?

1) ব্যৱসায়

2) কোম্পানীৰ বিষয়া

3) ইয়াৰ পৰা এটাও নহয়

Ans: কোম্পানীৰ বিষয়া


৪) ৰংমনে স্কুলত আহোতে  মাক-দেউতাকক কিমান টকা আনিব কৈছে ?

1) ৯০০ টকা

2) ৫০০ টকা

3) ২০০ টকা

Ans: ৯০০ টকা


৫) ৰংমন কোন স্কুলত পঢ়ে ?

1) মহিলা হোমত

2) শংকৰদেৱ শিশু নিকেতম ছাত্ৰাবাস গীতাশ্ৰম

3) ইয়াৰ পৰা এটাও নহয়

Ans: শংকৰদেৱ শিশু নিকেতম ছাত্ৰাবাস গীতাশ্ৰম


৬) ৰংমন ঘৰলৈ কেতিয়া অহা কথা কৈছে ?

1) বিহু বন্ধত

2) পূজা বন্ধত

3) ইয়াৰ পৰা এটাও নহয়

Ans: বিহু বন্ধত


৭) ৰংমনে কোনটো বিহুত অহা কথা কৈছে ?

1) মাঘ বিহুত

2) বহাগ বিহুত

3) ওপৰৰ এটাও নহয়

Ans: ওপৰৰ এটাও নহয়


৮) ৰংমনৰ স্কুলত কিমান টকা দিবলগা হয় আছে ?

1) ৭৫০ টকা

2) ৮৬০ টকা

3) ৪৩৪ টকা

Ans: ৮৬০ টকা


৯। ধনী বিপৰীত শব্দ  কি ?                                                        

1) দূখীয়া

2) মৰমিয়াল

3) ইয়াৰ পৰা এটাও নহয়

Ans: দূখীয়া


১০। আপদৰ যুৰীয়া শব্দ কি ?

1) দায়

2) বিপদ

3) বিৰিখ

Ans: বিপদ


১১। ৰংমনে ক'ত পঢ়ে ?

1) ছাত্ৰাবাসত

2) জালুকবাৰীত

3) মৰিগাৱত

Ans: ছাত্ৰাবাসত


১২। কি বাৰত ছাত্ৰাবাসৰ আচাৰ্যই ফোন ধৰিবলৈ দিয়ে ? 

1) বুধবাৰে

2) শনিবাৰে

3) ৰবিবাৰে

Ans: শনিবাৰে


১৩। বিহু বুলি ছাত্ৰাবাস কিমান দিন বন্ধ থাকিব ?

1) এসপ্তাহ

2) এমাহ

3) পোন্ধৰ দিন

Ans: এসপ্তাহ


১৪। ৰংমনে ছাত্ৰাবাসত কিমান টকা দিবলগীয়া হৈ আছিল ?

1) ৯০০ টকা

2) ৮৬০ টকা

3) ৬৯০ টকা

Ans: ৮৬০ টকা


১৫। ৰংমনে মাকহঁতক আহোঁতে লগত কিমান টকা আনিবলৈ কৈছিল ?

1) ৯০০ টকা

2) ৮০০ টকা

3) ৭০০ টকা

Ans: ৯০০ টকা


১৬। ছাত্ৰাবাসত থাকি ৰংমনৰ কেনেকুৱা লাগিছিল ?

1) বেয়া লাগিছিল

2) বেয়া লগা নাছিল

3) এটাও নহয়

Ans: বেয়া লগা নাছিল


১৭।  আবেলি ছাত্ৰাবাসত সকলোৱে কি কৰে ?

1) সৰস্বতী বন্দনা কৰে

2) খেলে

3) সাধু শুনে

Ans: খেলে


১৮। সেইদিনা কাৰ হাতত ম'বাইল ফোন এটা দেখি অধীক্ষকগৰাকীয়ে পঠিয়াই দিবলৈ খুজিছিল ?

1) কেশৱৰ হাতত

2) ৰংমনৰ হাতত

3) ওপৰৰ দুয়োটা

Ans: কেশৱৰ হাতত


১৯। ৰাতি ভোজন কৰাৰ আগত কি কৰিব লাগে ?

1) ভোজন মন্ত্ৰ কৰিব লাগে

2) সৰস্বতী বন্দনা কৰিব লাগে

3) আচাৰ্যক সেৱা কৰিব লাগে

 Ans: ভোজন মন্ত্ৰ কৰিব লাগে


২০। ৰংমনে পঢ়া ছাত্ৰাবাসখনৰ নাম কি ?

1) হোজাই গীতাশ্ৰম ছাত্ৰাবাস

2) শংকৰদেৱ শিশু নিকেতন ছাত্ৰাবাস

3) এটাও নহয়

Ans: শংকৰদেৱ শিশু নিকেতন ছাত্ৰাবাস

Type Susmita Kakati