৩) বামুণী আৰু নেউল


১। বামুণীয়ে পানী আনিবলৈ গৈ কাক ৰখীয়া থৈছিল ?

1) নেউলক

2) ফেঁটী সাপক

3) ফেঁচা

Ans: নেউলক


২। বামুণীয়ে সৰু লৰাটোক চোতালত শুৱাই থৈ কলৈ গৈছিল ?

1) পানী আনিবলৈ

2) ফুৰিব গৈছিল

3) মাহীয়েকৰ ঘৰলৈ গৈছিল

Ans: পানী আনিবলৈ


৩। নেউল আৰু সাপৰ যুঁজখন কোন জিকিলে ?

1) নেউল

2) সাপ

3) ফেঁচা

Ans: নেউল


৪। বামুণীয়ে অধৈৰ্য হৈ কলহটো দলিয়াই দিওঁতে কি হল ?

1) কলহটো ভাঙিলে

2) কলটোৰ পৰা পানী খিনি পৰিল

3) ইয়াৰ পৰা এটাও নহয়

Ans: ইয়াৰ পৰা এটাও নহয়


৫। কাৰ কাৰ মাজত  থৈয়া নথৈয়া ৰণ হৈছিল ?

1) সাপ আৰু নেউল

2) বাঘ আৰু সিংহ

3) কুকুৰ আৰু মেকুৰী

Ans: সাপ আৰু নেউল


৬। শেযত কোন মৰিল ?

1) সাপ

2) নেউল

3) মেকুৰী

Ans: সাপ


৭। কেৰমেৰ কৈ কোন আহিছিল ?

1) ফেঁটী সাপ

2) নেউল

3) ভেঁকুলি

Ans: ফেঁটী সাপ


 ৮। শেষত বামুণীয়ে কিয় চকুলো মচিলে ?

1) নেউলটোৰ কাৰণে

2) সাপটোৰ কাৰণে

3) কুকুৰটোৰ কাৰণে

Ans: নেউলটোৰ কাৰণে


৯। কালৰূপ ধৰি কালৈ ফেঁট তুলি লৈছিল ?

1) লৰাটোৰ গালৈ

2) নেউলটোৰ  গালৈ

3) মেকুৰীটোৰ গালৈ

Ans: লৰাটোৰ গালৈ


১০। যুঁজখনত কোন বিনাশন হৈছিল ?

1) মেকুৰী

2) ইয়াৰ পৰা এটাও নহয়

3) নেউল

Ans: ইয়াৰ পৰা এটাও নহয়


১১। বামুণী আৰু নেউল কবিতাটো কোনে ৰচনা কৰিছিল ?

1) বিষয় চন্দ্ৰ বিশ্বাসী

2) অতুলানন্দ গোস্বামী

3) এটাও নহয়

Ans: বিষয় চন্দ্ৰ বিশ্বাসী


১২।সাপ+ক=

1) সাপক

2) শাপকে

3) ওপৰৰ দুয়োটা

Ans: সাপক


১৩। পাছত বামুণী আহি কি দেখিছিল ?

1) চেনেহৰ পোনাই নাচি-বাগি আছে

2) সাপ মৰি আছে

3) ওপৰৰ দুয়োটা

Ans: ওপৰৰ দুয়োটা


১৪। কলহটো বামুণীয়ে কিয় দলিয়াই দিছিল ?

1) পানী মাৰিবলৈ

2) ল'ৰাটোক খোৱা বুলি ভাবি

3) সাপৰ বিনাশৰ বাবে

Ans: ল'ৰাটোক খোৱা বুলি ভাবি


১৫। তেজ+এ+ৰে=

1) তেজএৰে

2) তেজেৰে

3) এটাও নহয়

Ans: তেজেৰে


১৬। ___________ ধৰি ল'ৰাৰ গালৈ ফেঁট যেই তুলি ল'লে,

1) কালৰূপ

2) সাপটো

3) ওপৰৰ দুয়োটা

Ans: কালৰূপ


১৭। বামুণী+এ=

1) বামুণ

2) বামুণীএ

3) এটাও নহয়

Ans: এটাও নহয়


১৮। কাষলৈ আহি অলপ দূৰৈত দেখে _____________ আছে ।

1) সাপ মৰি

2) নাচি-বাগি

3) ল'ৰাৰ সুখ

Ans: সাপ মৰি


১৯। বাট+ত+এ=

1) বাতটএ

2) বাটতএ

3) বাটতে

 Ans: বাটতে


২০। ক'ৰবাৰ এটি মাটি ফেঁটী সাপ আহি কৰে __________ ;

1) কেৰমেৰ

2) ৰণ

3) এটাও নহয়

Ans: কেৰমেৰ

Type Susmita Kakati