ঘড়ী

১। ভগন অৰ্থ কি ?

1) সঁচা

2) মিছা

3) ইয়াৰ পৰা এটাও নহয়

Ans: ইয়াৰ পৰা এটাও নহয়


২। ক্ষন্তেক অৰ্থ কি ?

1) অকণমান সময়

2) বেছি সময়

3) অটি কম সময়

Ans: অকণমান সময়


৩। ধন-সোণ দি সময় ঘূৰাই আনিব পাৰিনে ?

1) পাৰে

2) নোৱাৰে

3) ইয়াৰ পৰা এটাও নহয়

Ans: নোৱাৰে


৪। সময়ক ধৰি ৰাখিব পাৰিনে ?

1) নোৱাৰে

2) পাৰে

3) ওপৰৰ পৰা এটাও নহয়

Ans: নোৱাৰে


৫। পদ কেইবিধ ?

1) চাৰিবিধ

2) দুইবিধ

3) ছয় বিধ

Ans: চাৰিবিধ


৬। ঘড়ীয়ে  টিক্ টিক্ টিক্ কৈ কি কথা কয় ?

1) সময় কথা কৈ

2) ইয়াৰ পৰা এটাও নহয়

3) সময় কথা নকৈয়

Ans: সময় কথা কৈ


৭। লেশৰ অৰ্থ কি ?

1) সামান্য পৰিমাণ

2) বেছি পৰিমাণ

3) কম পৰিমাণ

Ans: সামান্য পৰিমাণ


৮। কবিয়ে আদৰ্শ মানি কি কৰিবলৈ কৈছে?

1) হাতে কামে লগা কথা কৈছে

2) কাম কৰিব নালাগে বুলি কৈছে

3) ইয়াৰ পৰা এটাও নহয়

Ans: হাতে কামে লগা কথা কৈছে


৯। পৰকাল অৰ্থ কি ?

1) মৰণপৰ পাছৰ সময়

2) আগৰ সময়

3) ইয়াৰ পৰা এটাও নহয়

Ans: মৰণপৰ পাছৰ সময়


১০। নিমিষৰ অৰ্থ কি ?

1) চকুৰ পলক

2) খৰচ

3) চকুৰ পানী

Ans: চকুৰ পলক


১১। কি গ'লে আৰু ঘূৰি নাহে ?

1) টকা-পইচা

2) সময়

3) ওপৰৰ দুয়োটা

Ans: সময়


১২। নাহে যোৱা কাল চাপে পৰকাল __________ স্বৰূপ কয় ।

1) ঘড়ীয়ে

2) সময়ে

3) কামেই

Ans: ঘড়ীয়ে


১৩। তলৰ কোনকেইটা বিশেষ্য পদৰ উদাহৰণ ।

1) ৰাম, নদী, পৰ্বত, কিতাপ ইত্যাদি

2) ভাল, বেয়া, উজ্জ্বল, ধুনীয়া ইত্যাদি

3) যাম, কৰিছে, গ'ল ইত্যাদি

Ans: ৰাম, নদী, পৰ্বত, কিতাপ ইত্যাদি


১৪। স্বৰূপ শব্দৰ অৰ্থ কি ?

1) সঁচা কথা

2) চকুৰ পলক

3) খৰচ

Ans: সঁচা কথা


১৫। বিশেষণ পদ কাক বোলে ?

1) নাম বুজোৱা পদক

2) বিশেষ্যৰ গুণ, দোষ বুজোৱা পদক

3) এটাও নহয়

Ans: বিশেষ্যৰ গুণ, দোষ বুজোৱা পদক


১৬। ডাঁৰ, পল, ক্ষণ লাখ লাখ ধন মানিবা ___________ ক'ই ।

1) স্বৰূপ

2) নিমিষ

3) এটাও নহয়

Ans: এটাও নহয়


১৭। ক্ষণ শব্দৰ অৰ্থ কি ?

1) অতি কম সময়, প্ৰায় চাৰি মিনিট

2) মৰণৰ পাছৰ সময়

3) ২৪ মিনিট বা এক দণ্ড

Ans: অতি কম সময়, প্ৰায় চাৰি মিনিট


১৮। তলৰ কোনকেইটা বিশেষণ পদৰ উদাহৰণ ।

1) ধুনীয়া, উজ্জ্বল, আদি

2) ওখ, দীঘল, চাপৰ আদি

3) ওপৰৰ দুয়োটাই

Ans: ওপৰৰ দুয়োটাই


১৯। নিতে বয় যায় আদি অন্ত নাই নিছিগে __________ ধাৰ;

1) ঘড়ীৰ

2) সময়

3) ওপৰৰ দুয়োটাই

 Ans: সময় 


২০। দোণ শব্দৰ অৰ্থ কি ?

1) বাঁহৰ পাত্ৰ

2) ২৪ মিনিট

3) ২৪ ছেকেণ্ড

Ans: বাঁহৰ পাত্ৰ

Type Susmita Kakati