অমাতৰ মাত


১। ভাটৌটো নাম কি আছিল ?

1) বকত

2) মুনু

3) চুনু

 Ans: বকত


২। ভাটৌটো কিনা কিমান বছৰ হল ?

1) এবছৰ

 2) দুবছৰ

3) পাঁচ বছৰ

Ans: এবছৰ


৩। ভাটৌটো কিমান দামত কিনা হৈছিল ?

1) ৩০ টকাত

2) ১১ টকাত

3) ২৫ টকাত

Ans: ১১ টকাত


৪। মানুহতোৱে ভাটৌটো লগতে আৰু কি  আনিছিল ?

1) শহাপহু

2) বগা নিগনি, সৰু-ডাঙৰ চৰাই

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়


৫। মুনমুনৰ বয়স কিমান বছৰ ?

1) দুবছৰ

2) সাতবছৰ

3) চাৰিবছৰ

Ans: চাৰিবছৰ


৬। মুনমুনৰ মাকৰ নাম কি ?

1) ৰীতা

2) মিনা

3) ইয়াৰ পৰা এটাও নহয়

Ans: ইয়াৰ পৰা এটাও নহয়


৭। ভাটৌটোৱে কি খায় ?

1) ভাত

2) চাহ

3) ৰুটি

Ans: ভাত


৮। উধাতু খাই কোন সোমাই আহিছিল ?

1) মুনমুন

2) মুনমনুৰ দেউতাক

3) মাক

Ans: মুনমুন


৯। অমাতৰ মাত পাঠটোৰ কবিৰ নাম কি ?

1) অতুলানন্দ গোস্বামী

2) হৰিনাৰায়ণ দত্তবৰুৱা

3) মিত্ৰদেৱ মহন্ত

Ans: অতুলানন্দ গোস্বামী


১০। বেপাৰীজনৰ পৰা মানুহটোৱে কি কিনিলে ?

1) শহাপহু

2) চৰাই

3) ভাটৌ

Ans: ভাটৌ


১১। ভাটৌ চৰাইটো কাৰ ?

1)ভনৰ

2) মুনমুনৰ

3) চুনুৰ

Ans: ভনৰ


১২। ঘৰখনৰ আটাইৰে উমৈহতীয়া চেষ্টা কি ?

1) ভাটৌটো বিক্ৰী কৰাৰ

2) ভাটৌটোক মাত শিকোৱাৰ

3) ওপৰৰ দুয়োটা

Ans: ভাটৌটোক মাত শিকোৱাৰ


১৩। সকলোৰে মুখত আপোনা-আপুনি কি নামটো ওলাইছিল ?

1) ভকত

2) বকত

3) চুনু

Ans: ভকত


১৪। চৰাইটোৱে কি মাত লগাই দিলে মুনমুনৰ আনন্দ উপচি পৰে ?

1) 'কেঁট'কৈ তাৰ হুটা মাতটো লগাই দিলে

2) কথা ক'লে

3) এটাও নহয়

Ans: 'কেঁট'কৈ তাৰ হুটা মাতটো লগাই দিলে


১৫। আলফুলে শব্দৰ অৰ্থ কি ? 

1) অতি সাৱধানে

2) দুখ নোপোৱাকৈ ৰখা

3) ওপৰৰ দুয়োটা

Ans: ওপৰৰ দুয়োটা


১৬। বিভক্তি কাক বোলে ?

1) চিহ্নক

2) শব্দত যোগ কৰা চিহ্নক

3) এটাও নহয়

Ans: শব্দত যোগ কৰা চিহ্নক


১৭। শেষত ভাটৌটোৱে কি কলে ?

1) ওলাই উৰি যাবলৈ লাগে

2) কিবা খাব দিব লাগে

3) ওপৰৰ দুয়োটা

Ans: ওলাই উৰি যাবলৈ লাগে


১৮। 'ৰামৰ কিতাপ নাই' এই বাক্য়টোৰ কোনটো শব্দত আৰু কি বিভক্তি যোগ হৈছে ?

1) না শব্দটোত ই বিভক্তি যোগ হৈছে

2) ৰাম শব্দটোত ৰ বিভক্তি যোগ হৈছে

3) এটাও নহয়

Ans: ৰাম শব্দটোত ৰ বিভক্তি যোগ হৈছে


১৯। চৰাইটোৰ লগত ভনে কিনা সঁজাটোৰ আকাৰ কেনেকুৱা ?

1) নিচেই সৰু

2) মজলীয়া

3) ডাঙৰ

Ans: নিচেই সৰু


২০। মাজে মাজে চৰাইটোৱে ________তাৰ নিজৰ ভাযাত ।

1) চিঞৰে

2) কথা কয়

3) এটাও নহয়

Ans: চিঞৰে

Type Susmita Kakati