পুষ্টিকাৰক দ্ৰব্য আৰু ইয়াৰ প্ৰভাৱ


১। আমি সকলোৱে জীয়াই থাকিবলৈ কি প্ৰয়োজন।

1) গাড়ী

2) আহাৰ

3) mobile

Ans: আহাৰ


২। আহাৰত থকা প্ৰধান পুষ্টিকাৰ দ্ৰব্যবোৰ নাম কি।

1) প্ৰটিন, কাৰ্ব'হাইড্ৰেট, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ।

2) ভেণ্ডি, লাউ, ৰঙালাউ, পালেং, লাই ।

3) গাখীৰ, পনীৰ, দৈ, কণী, মাছ, মাংস।

Ans: প্ৰটিন, কাৰ্ব'হাইড্ৰেট, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ।


৩। শৰীৰত শক্তিৰ কিহে যোগান ধৰে।

1) প্ৰটিন

2) কাৰ্ব'হাইড্ৰেট

3) ভিটামিন

Ans: কাৰ্ব'হাইড্ৰেট


৪। ভিটামিন কি অভাৱত কুকুৰীকণা ৰোগ সৃ্ষ্টি কৰে।

1) ভিটামিন 'A'

2) ভিটামিন 'B'

3) ভিটামিন 'C'

Ans: ভিটামিন 'A'


৫। কি ভিটামিন অভাৱত স্কাৰ্বি  নামৰ ৰোগ সৃষ্টি হয়।

1) ভিটামিন 'C'

2) ভিটামিন 'B'

3) ভিটামিন 'A'

Ans: ভিটামিন 'C'


৬। ভিটামিন 'বি'ৰ অভাৱত কি ৰোগ সৃষ্টি হয়।

1) বেৰী বেৰী

2) স্কাৰ্ভি

3) ৰিকেটচ্

Ans: বেৰী বেৰী


৭। আহাৰ পৰা আমি কি পাওঁ।

1) অক্সিজেন

2) কাম কৰিবলৈ  শক্তি পাওঁ

3) পাঠটোত দিয়া নাই

Ans: কাম কৰিবলৈ  শক্তি পাওঁ


৮। ভিটামিন 'C' অভাৱত কি ৰোগ সৃষ্টি হয়।

1) কুকুৰীকণা

2) বেৰী বেৰী

3) স্কাৰ্ভি

Ans: স্কাৰ্ভি


৯। ভিটামিন 'A' অভাৱত কি ৰোগ সৃষ্টি হয়।

1) স্কাৰ্ভি

2) কুকুৰীকণা

3) বেৰী বেৰী

 Ans: কুকুৰীকণা


১০। ভিটামিন কেইপ্ৰকাৰৰ।

1) ৫ প্ৰকাৰৰ

2) ৬ প্ৰকাৰৰ

3) ৭ প্ৰকাৰৰ

Ans: ৬ প্ৰকাৰৰ

Type Susmita Kakati