পুষ্টিকাৰক দ্ৰব্য আৰু ইয়াৰ প্ৰভাৱ
১। আমি সকলোৱে জীয়াই থাকিবলৈ কি প্ৰয়োজন।
1) গাড়ী
2) আহাৰ
3) mobile
Ans: আহাৰ
২। আহাৰত থকা প্ৰধান পুষ্টিকাৰ দ্ৰব্যবোৰ নাম কি।
1) প্ৰটিন, কাৰ্ব'হাইড্ৰেট, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ।
2) ভেণ্ডি, লাউ, ৰঙালাউ, পালেং, লাই ।
3) গাখীৰ, পনীৰ, দৈ, কণী, মাছ, মাংস।
Ans: প্ৰটিন, কাৰ্ব'হাইড্ৰেট, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ।
৩। শৰীৰত শক্তিৰ কিহে যোগান ধৰে।
1) প্ৰটিন
2) কাৰ্ব'হাইড্ৰেট
3) ভিটামিন
Ans: কাৰ্ব'হাইড্ৰেট
৪। ভিটামিন কি অভাৱত কুকুৰীকণা ৰোগ সৃ্ষ্টি কৰে।
1) ভিটামিন 'A'
2) ভিটামিন 'B'
3) ভিটামিন 'C'
Ans: ভিটামিন 'A'
৫। কি ভিটামিন অভাৱত স্কাৰ্বি নামৰ ৰোগ সৃষ্টি হয়।
1) ভিটামিন 'C'
2) ভিটামিন 'B'
3) ভিটামিন 'A'
Ans: ভিটামিন 'C'
৬। ভিটামিন 'বি'ৰ অভাৱত কি ৰোগ সৃষ্টি হয়।
1) বেৰী বেৰী
2) স্কাৰ্ভি
3) ৰিকেটচ্
Ans: বেৰী বেৰী
৭। আহাৰ পৰা আমি কি পাওঁ।
1) অক্সিজেন
2) কাম কৰিবলৈ শক্তি পাওঁ
3) পাঠটোত দিয়া নাই
Ans: কাম কৰিবলৈ শক্তি পাওঁ
৮। ভিটামিন 'C' অভাৱত কি ৰোগ সৃষ্টি হয়।
1) কুকুৰীকণা
2) বেৰী বেৰী
3) স্কাৰ্ভি
Ans: স্কাৰ্ভি
৯। ভিটামিন 'A' অভাৱত কি ৰোগ সৃষ্টি হয়।
1) স্কাৰ্ভি
2) কুকুৰীকণা
3) বেৰী বেৰী
Ans: কুকুৰীকণা
১০। ভিটামিন কেইপ্ৰকাৰৰ।
1) ৫ প্ৰকাৰৰ
2) ৬ প্ৰকাৰৰ
3) ৭ প্ৰকাৰৰ
0 Comments