সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ


১। মেলেৰিয়া কি?

1) মেলেৰিয়া এবিধ খোৱা বস্তু

2) মেলেৰিয়া এবিধ সংক্ৰামক ৰোগ

3) মেলেৰিয়া এটা ভাল বস্তু

Ans: মেলেৰিয়া এবিধ সংক্ৰামক ৰোগ


২। পৃথিৱীৰ প্ৰায় সকলো ঠাইতে মহ পোৱা যায় নে।

1) নাযায়

2) যায়

3) পাঠত দিয়া নাই

Ans: যায়


৩। দূষিত পানী খাব লাগে।

1) নালাগে

2) লাগে

3) পাঠত দিয়া নাই

Ans: নালাগে


৪। যেতিয়া এজন মানুহৰ কাহ আৰু হাঁচি হয় তেতিয়া কি কৰিব লাগে।

1) মানুহজনৰ ওচৰত থাকিব লালগে

2) মানুহজনৰ দূৰত থাকিব লাগে

3) মানুহজনৰ লগত কথা পাতি থাকিব লাগে

Ans: মানুহজনৰ দূৰত থাকিব লাগে


৫। বেমাৰসমূহৰ সঠিক ভাৱে চিনাক্ত কৰিবলৈ আমি চিকিৎসকৰ পৰামৰ্শ লব লাগে

1) নালাগে

2) লাগে

3) পাঠটোত দিয়া নাই

Ans: লাগে


৬।  মতা মহতকৈ মাইকী মহ কিছুদিন বেছিকৈ জীয়াই থাকে।

1) হয়

2) নহয়

3) পাঠটোত দিয়া নাই

Ans: হয়


৭। মহৰ দৰেই মাখিৰ শৰীৰতো কেইটা ভাগত ভাগ কৰিব পাৰি।

1) ১ টা

2) ২ টা

3) ৩ টা

Ans: ৩ টা


৮। মহৰ দৰেই মাখিৰ শৰীৰতো কি কি ভাগত ভাগ কৰা হৈছে।

1) পাখি, মূৰ আৰু খুং

2) মূৰ, বুকু আৰু উদৰ

3) চৰাই, পখিলা আৰু জন্তু

Ans:মূৰ, বুকু আৰু উদৰ


৯। মাখিয়ে এবাৰত কিমাটা কণী পাৰে।

1)  এশ বিশৰ পৰা এশ পঞ্চাশ টা পাৰে

2) দুশ দহ পৰা দুশ পঞ্চাশ টা পাৰে

3) পঞ্চাশ টা পৰা নবৈটা পাৰে

 Ans: এশ বিশৰ পৰা এশ পঞ্চাশ টা পাৰে


১০। মহৰ দৰেই মাখিৰো জীৱনকাল কিমান।

1) এশ সপ্তাহ মাত্ৰ

2) দুশ সপ্তাহ মাত্ৰ

3) তিনি সপ্তাহ মাত্ৰ

Ans: দুশ সপ্তাহ মাত্ৰ

Type Susmita Kakati