প্ৰাকৃতিক দুৰ্যোগ

১। প্ৰাকৃতিক দুৰ্যোগ কাক বোলে?

1) যিবোৰ ঘটনা হঠাতে হয়

2) যিবোৰ ঘটনা বহুদিনৰ আগতে ঘটে

3) পাঠত দিয়া নাই

Ans: যিবোৰ ঘটনা হঠাতে হয়


২। প্ৰাকৃতিক দুৰ্যোগ ঘটনা কোনবোৰ যেনে- বানপানী, ধুমুহা, ভূমিকম্প আদি। হয় নে নহয়।

1) হয়

2) নহয়

3) পাঠত দিয়া নাই

Ans: হয়


৩। অত্যধিক বৰষুণৰ ফলত পানী কি হোৱা দেখা যায়?

1) পানী ওপৰলৈ উঠি আহে

2) পানী তললৈ কমি যায়

3) পানী ওপৰলৈও নাহে আৰু তললৈও নাযায়

Ans: পানী ওপৰলৈ উঠি আহে


৪। ভূমিকম্পৰ জোখা যন্ত্ৰটোৰ নাম চিছ্ম'গ্ৰাফ হয় নে নহয়?

1) নহয়

2) হয়

3) পাঠটোত দিয়া নাই

Ans: হয়


৫। ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ বৰষুণ বেছিকৈ হয় নে নহয়?

1) হয়

2) নহয়

3) একো নহয়

Ans: হয়


৬। বানপানীক বাধা দিয়াত মথাউৰিয়ে যথেষ্ট সহায় কৰে। হয় নে নহয় ।

1) হয়

2) নহয়

3) একো নহয়

Ans: হয়


৭। ভূমিকম্পৰ আহিলে কিব লাগে?

1) ঘৰৰ ভিতৰত পৰা মুকলি ঠাইলৈ ওলাই আহিব লাগে

2) ঘৰৰ ভিতৰতে থাকিব লাগে

3) একো কৰিব নালাগে

Ans: ঘৰৰ ভিতৰত পৰা মুকলি ঠাইলৈ ওলাই আহিব লাগে


৮। কোখন দেশত সঘনে ভূমিকম্পৰ হোৱা দেখা যায়?

1) জাপান

2) নেপাল

3) ভূটান

Ans: জাপান


৯। বেছিকৈ ভূটানত ভূমিকম্পৰ হোৱা দেখা যায়? হয় নে নহয়।

1) হয়

2) নহয়

3) একো নহয়

 Ans: নহয়


১০। নেপালত ভূমিকম্প বেছিকৈ হোৱা দেখা যায়? হয় নে নহয়।

1) হয়

2) নহয়

3) একো নহয়

Ans: নহয়

Type Susmita Kakati