প্ৰাকৃতিক দুৰ্যোগ
১। প্ৰাকৃতিক দুৰ্যোগ কাক বোলে?
1) যিবোৰ ঘটনা হঠাতে হয়
2) যিবোৰ ঘটনা বহুদিনৰ আগতে ঘটে
3) পাঠত দিয়া নাই
Ans: যিবোৰ ঘটনা হঠাতে হয়
২। প্ৰাকৃতিক দুৰ্যোগ ঘটনা কোনবোৰ যেনে- বানপানী, ধুমুহা, ভূমিকম্প আদি। হয় নে নহয়।
1) হয়
2) নহয়
3) পাঠত দিয়া নাই
Ans: হয়
৩। অত্যধিক বৰষুণৰ ফলত পানী কি হোৱা দেখা যায়?
1) পানী ওপৰলৈ উঠি আহে
2) পানী তললৈ কমি যায়
3) পানী ওপৰলৈও নাহে আৰু তললৈও নাযায়
Ans: পানী ওপৰলৈ উঠি আহে
৪। ভূমিকম্পৰ জোখা যন্ত্ৰটোৰ নাম চিছ্ম'গ্ৰাফ হয় নে নহয়?
1) নহয়
2) হয়
3) পাঠটোত দিয়া নাই
Ans: হয়
৫। ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ বৰষুণ বেছিকৈ হয় নে নহয়?
1) হয়
2) নহয়
3) একো নহয়
Ans: হয়
৬। বানপানীক বাধা দিয়াত মথাউৰিয়ে যথেষ্ট সহায় কৰে। হয় নে নহয় ।
1) হয়
2) নহয়
3) একো নহয়
Ans: হয়
৭। ভূমিকম্পৰ আহিলে কিব লাগে?
1) ঘৰৰ ভিতৰত পৰা মুকলি ঠাইলৈ ওলাই আহিব লাগে
2) ঘৰৰ ভিতৰতে থাকিব লাগে
3) একো কৰিব নালাগে
Ans: ঘৰৰ ভিতৰত পৰা মুকলি ঠাইলৈ ওলাই আহিব লাগে
৮। কোখন দেশত সঘনে ভূমিকম্পৰ হোৱা দেখা যায়?
1) জাপান
2) নেপাল
3) ভূটান
Ans: জাপান
৯। বেছিকৈ ভূটানত ভূমিকম্পৰ হোৱা দেখা যায়? হয় নে নহয়।
1) হয়
2) নহয়
3) একো নহয়
Ans: নহয়
১০। নেপালত ভূমিকম্প বেছিকৈ হোৱা দেখা যায়? হয় নে নহয়।
1) হয়
2) নহয়
3) একো নহয়
0 Comments