আমাৰ শৰীৰৰ বিভিন্ন তন্ত্ৰ
১। এজন প্ৰপ্তবয়স্ক ব্যক্তিৰ মুখত মুঠ দাঁত কিমাটা আছে
1) ৩০
2) ৩১
3) ৩২
Ans: ৩২
২। আমাৰ মুখত কেইপ্ৰকাৰৰ দাঁত আছে?
1) চাৰি প্ৰকাৰৰ
2) পাঁচ প্ৰকাৰৰ
3 তিনি প্ৰকাৰৰ
Ans: চাৰি প্ৰকাৰৰ
৩। হৃদপিণ্ড আমাৰ ক'ত থাকে?
1) পেটত থাকে
2) বুকুত থাকে
3) চকুত থাকে
Ans: বুকুত থাকে
৪। মনুহৰ শৰীৰত মুঠ কিমান ডাল হাড় থাকে?
1) ২০৩
2) ২০৪
3) ২০৬
Ans: ২০৬
৫। খাদ্য ভালদৰে চোবাই খাব লাগে?
1) লাগে
2) নালাগে
3) একো কৰিব নালাগে
Ans: লাগে
৬। বানপানীক বাধা দিয়াত মথাউৰিয়ে যথেষ্ট সহায় কৰে। হয় নে নহয় ।
1) হয়
2) নহয়
3) একো নহয়
Ans:হয় ।
৭। ভূমিকম্পৰ আহিলে কিব লাগে?
1) ঘৰৰ ভিতৰত পৰা মুকলি ঠাইলৈ ওলাই আহিব লাগে
2) ঘৰৰ ভিতৰতে থাকিব লাগে
3) একো কৰিব নালাগে
Ans:ঘৰৰ ভিতৰত পৰা মুকলি ঠাইলৈ ওলাই আহিব লাগে ।
৮। কোখন দেশত সঘনে ভূমিকম্পৰ হোৱা দেখা যায়?
1) জাপান
2) নেপাল
3) ভূটান
Ans: জাপান ।
৯। বেছিকৈ ভূটানত ভূমিকম্পৰ হোৱা দেখা যায়? হয় নে নহয়।
1) হয়
2) নহয়
3) একো নহয়
Ans: নহয় ।
১০। নেপালত ভূমিকম্প বেছিকৈ হোৱা দেখা যায়? হয় নে নহয়।
1) হয়
2) নহয়
3) একো নহয়
Ans: নহয় ।
Type Susmita Kakati
0 Comments