আমাৰ শৰীৰৰ বিভিন্ন তন্ত্ৰ


১। এজন প্ৰপ্তবয়স্ক ব্যক্তিৰ মুখত মুঠ দাঁত  কিমাটা আছে

1) ৩০

2) ৩১

3) ৩২

Ans: ৩২


২। আমাৰ মুখত কেইপ্ৰকাৰৰ দাঁত আছে?

1) চাৰি প্ৰকাৰৰ

2) পাঁচ প্ৰকাৰৰ

3 তিনি প্ৰকাৰৰ

Ans: চাৰি প্ৰকাৰৰ


৩। হৃদপিণ্ড আমাৰ ক'ত থাকে?

1) পেটত থাকে

2) বুকুত থাকে

3) চকুত থাকে

Ans: বুকুত থাকে


৪। মনুহৰ শৰীৰত মুঠ কিমান ডাল হাড় থাকে?

1) ২০৩

2) ২০৪

3) ২০৬

Ans: ২০৬


৫। খাদ্য ভালদৰে চোবাই খাব লাগে?

1) লাগে

2) নালাগে

3) একো কৰিব নালাগে

Ans: লাগে


৬। বানপানীক বাধা দিয়াত মথাউৰিয়ে যথেষ্ট সহায় কৰে। হয় নে নহয় ।

1)  হয়

2)  নহয়

3)  একো নহয়

Ans:হয় ।


৭। ভূমিকম্পৰ আহিলে কিব লাগে?

1)  ঘৰৰ ভিতৰত পৰা মুকলি ঠাইলৈ ওলাই আহিব লাগে

2)  ঘৰৰ ভিতৰতে থাকিব লাগে

3)  একো কৰিব নালাগে

Ans:ঘৰৰ ভিতৰত পৰা মুকলি ঠাইলৈ ওলাই আহিব লাগে ।


৮। কোখন দেশত সঘনে ভূমিকম্পৰ হোৱা দেখা যায়?

1)  জাপান

2)  নেপাল

3)  ভূটান

Ans: জাপান ।


৯। বেছিকৈ ভূটানত ভূমিকম্পৰ হোৱা দেখা যায়? হয় নে নহয়।

1)  হয়

2)  নহয়

3)  একো নহয়

Ans: নহয় ।


১০। নেপালত ভূমিকম্প বেছিকৈ হোৱা দেখা যায়? হয় নে নহয়।

1)  হয়

2)  নহয়

3)  একো নহয়

Ans:  নহয় ।

Type Susmita Kakati