পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ


১। সূৰ্যৰ পোহৰ নাপালে উদ্ভিদে খাদ্য তৈয়াৰ কৰিব নোৱাৰে। হয় নহয়?

(ক) হয়

(খ) নহয়

(গ) একো নহয়

উত্তৰ- (ক) হয় ।


২। প্ৰকৃতিৰ পৰা পোৱাৰ সম্পদক কি বুলি কোৱা হয়?

(ক) প্ৰাকৃতিক সম্পদ

(খ) আপুৰুগীয়া সম্পদ

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (ক) প্ৰাকৃতিক সম্পদ ।


৩। সাগৰৰ তলত তৰপে-তৰপে বালি গোট খাই চাপৰ প্ৰভাৱত গোট মাৰে আৰু এবিধ শল সৃষ্টি হয়। শল বিধৰ নাম কি?

(ক) গেদীয় শিল

(খ) আগ্নেয় শিল

(গ) ৰূপান্তৰিত শিল

উত্তৰ- (ক) গেদীয় শিল ।


৪। শিলৰ পৰা কি সৃষ্টি হয়?

(ক) শিল

(খ) বালি

(গ) সৰু শিল

উত্তৰ- (খ) বালি ।


৫। বালিৰ পৰা পুনৰ কিহৰ লৈ সৃষ্টি হয়?

(ক) শিললৈ

(খ) মাটিলৈ

(গ) ডাঙৰ শিললৈ

উত্তৰ- (ক) শিললৈ ।


৬। পেট্ৰ’লিয়ামৰ ওপৰত উচ্চ চাপত গেছৰ একোটা আৱৰণ থাকে। ইয়াকে প্ৰাকৃতিক গেছ বোলা হয়?

(ক) হয়

(খ) নহয়

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (ক) হয় ।


৭। দুবিধ বিশেষ প্ৰাকৃতিক সম্পদ হ’ল কয়লা আৰু পেট্ৰ’লিয়াম। হয় নে নহয়।

(ক) হয়

(খ) নহয়

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (ক) হয় ।


৮। অসমৰ লিডু, ৰাংৰিং, বৰগোলাই, টিপং আদিত কয়লাখনি আছে নে নাই।

(ক) নাই

(খ) আছে

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (খ) আছে ।


৯। কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান হয় নে নহয়।

(ক) নহয়

(খ) হয়

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (খ) হয় ।


১০। গিবন, পবিতৰা, লাওখোৱা আদি হ’ল অভয়াৰণ্য হয় নে নহয়।

(ক) নহয়

(খ) হয়

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (খ) হয় ।

Type Susmita Kakati