কম্পিউটাৰ বৈশিষ্ট্য আৰু সুবিধা - অসুবিধাৰ সমূহ
১। কম্পিউটাৰ বৈশিষ্ট্য কেইটা ?
1) ১৫ টা
2) ১০ টা
3) ৮ টা
Ans: ৮ টা
২। কম্পিউটাৰ কোনো জ্ঞান ?
1) নাথাকে
2) থাকে
3) ইয়াৰ ভিতৰচত এটাও নহয়
Ans: নাথাকে
৩। কম্পিউটাৰ ব্যৱহাৰ কেইটা ?
1) ৮ টা
2) ৯ টা
3) ১০ টা
Ans: ১০ টা
৪। ব্যৱহাৰকাৰীয়ে দিয়া নিৰ্দেশ অথবা (Command) ই মূহুৰ্ততদে কাৰ্যকাৰ ী ?
1) নকৰে
2) কৰে
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: কৰে
৫। কম্পিউটাৰ যিকোনো গণনা কাম খৰতকীয়াকৈ কৰিব ?
1) পাৰে
2) নোৱাৰে
3) ইয়াৰ বিতৰত এটাও নহয়
Ans: পাৰে
৬। ই একে ৰাহে কেইবাধৰণৰ কি কৰিব পাৰে ?
1) ভাগ কৰিব পাৰে
2) কামো সম্পাদন কৰিব পাৰে
3) ইয়াৰ ভিচতৰত এটাও নহয়
Ans: কামো সম্পাদন কৰিব পাৰে
৭। বেংক, জীৱন বীমা আদিত কম্পিউটাৰ ব্যৱহাৰ কৰা ?
1) হয়
2) নহয়
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: হয়
৮। বতৰৰ আগজাননী দিয়া (E-mail) কিহত পঠোৱা হয় ?
1) মবা'ইল
2) কম্পিউটাৰ
3) ইয়াৰ ভিতৰত এটাৈও নহয়
Ans: কম্পিউটাৰ
৯। কম্পিউটাৰৰ কি কি সঁজুলি ?
1) UPS ,CPU আদি
2) মেমৰী , চিম আদি
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: UPS ,CPU আদি
১০। বৰ্তমান কম্পিউটাৰসমূহে প্ৰতি ছেকেণ্ডত কেইবা লাখ পৰ্যন্ত গণনা কাৰ্য সমাধা কৰিব ?
1) নোৱাৰে
2) পাৰে
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: পাৰে
১১। কম্পিউটাৰে যিকোনো গণনাৰ কাম কেনেদৰে কৰিব পাৰে ?
1) খৰতকীয়াকৈ
2) লাহেকৈ
3) বহুত সৰকৈ
Ans: খৰতকীয়াকৈ
১২। কম্পিউটাৰ স্মৃতিৰ ভঁৰাল অতি বৃহৎ অৰ্থাৎ ইয়াত কেনেধৰণৰ তথ্য় সংৰক্ষণ কৰিব পাৰে ?
1) কম পৰিমাণৰ
2) বৃহৎ পৰিমাণৰ
3) তথ্য় সংৰক্ষণ কৰিব নোৱাৰি
Ans: বৃহৎ পৰিমাণৰ
১৩। কম্পিউটাৰে বহু সময় কাম কৰিলে কি হয় ?
1) ভাগৰ নালাগে
2) দুৰ্বল হৈ যায়
3) শক্তি কমি যায়
Ans: ভাগৰ নালাগে
১৪। বিদ্য়ুৎ শক্তি অবিহনে কম্পিউটাৰ চলিব পাৰে নে ?
1) পাৰে
2) নোৱাৰে
3) ওপৰৰ দুয়োটা
Ans: নোৱাৰে
১৫। কম্পিউটাৰ এটা কি যন্ত্ৰ ?
1) দুৰ্বল
2) ব্য়বহুল
3) স্বয়ংক্ৰিয়
Ans: ব্য়বহুল
১৬। টেলিফোনৰ বিলসমূহ কিহৰ দ্বাৰা নিৰ্ধাৰিত কৰা হয় ?
1) ম'বাইলৰ দ্বাৰা
2) হাতৰ দ্বাৰা
3) কম্পিউটাৰ দ্বাৰা
Ans: কম্পিউটাৰ দ্বাৰা
১৭। কম্পিউটাৰৰ নিজৰ কি নাই ?
1) বুদ্ধি নাই
2) বুদ্ধিমত্তা নাই
3) ওপৰৰ দুয়োটা
Ans: ওপৰৰ দুয়োটা
১৮। দিনক দিনে কম্পিউটাৰৰ আকাৰ সৰু হৈ অহাত নতুন কম্পিউটাৰ উদ্ভাৱনত কি হৈছে ?
1) জটিলতা আহিছে
2) সহজ হৈছে
3) ওপৰৰ এটাও নহয়
Ans: জটিলতা আহিছে
১৯। কম্পিউটাৰৰ বিভিন্ন যন্ত্ৰপাতি আৰু অংশসমূহ __________ ?
1) স্পৰ্শহীন
2) স্পৰ্শকাতৰ
3) ওপৰৰ দুয়োটা
Ans: স্পৰ্শকাতৰ
২০। কম্পিউটাৰত ভাষা সলনি কৰিব পাৰি নে ?
1) পাৰি
2) নোৱাৰি
3) ওপৰৰ দুয়োটা
0 Comments