কম্পিউটাৰ  বৈশিষ্ট্য আৰু সুবিধা - অসুবিধাৰ সমূহ

১। কম্পিউটাৰ বৈশিষ্ট্য কেইটা ?

1) ১৫ টা

2) ১০ টা

3) ৮ টা

Ans: ৮ টা


২।  কম্পিউটাৰ কোনো জ্ঞান ?

1) নাথাকে

2) থাকে

3) ইয়াৰ ভিতৰচত এটাও নহয়

Ans: নাথাকে


৩। কম্পিউটাৰ ব্যৱহাৰ কেইটা ?

1) ৮ টা

2) ৯ টা

3) ১০ টা

Ans: ১০ টা


৪। ব্যৱহাৰকাৰীয়ে দিয়া নিৰ্দেশ অথবা (Command) ই মূহুৰ্ততদে কাৰ্যকাৰ ী ?

1) নকৰে

2) কৰে

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: কৰে


৫। কম্পিউটাৰ যিকোনো গণনা কাম খৰতকীয়াকৈ কৰিব ?

1) পাৰে

2) নোৱাৰে

3) ইয়াৰ বিতৰত এটাও নহয়

Ans: পাৰে


৬। ই একে ৰাহে কেইবাধৰণৰ কি কৰিব পাৰে ?

1) ভাগ কৰিব পাৰে

2) কামো সম্পাদন কৰিব পাৰে

3) ইয়াৰ ভিচতৰত এটাও নহয়

Ans: কামো সম্পাদন কৰিব পাৰে


৭। বেংক, জীৱন বীমা আদিত কম্পিউটাৰ ব্যৱহাৰ কৰা ?

1) হয়

2) নহয়

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: হয়


৮। বতৰৰ আগজাননী দিয়া (E-mail) কিহত পঠোৱা হয় ? 

1) মবা'ইল

2) কম্পিউটাৰ

3) ইয়াৰ ভিতৰত এটাৈও নহয়

Ans: কম্পিউটাৰ


৯। কম্পিউটাৰৰ কি কি সঁজুলি ?

1) UPS ,CPU আদি

2) মেমৰী , চিম আদি

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: UPS ,CPU আদি


১০। বৰ্তমান কম্পিউটাৰসমূহে প্ৰতি ছেকেণ্ডত কেইবা লাখ পৰ্যন্ত গণনা কাৰ্য সমাধা কৰিব ?

1) নোৱাৰে

2) পাৰে

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: পাৰে


১১। কম্পিউটাৰে যিকোনো গণনাৰ কাম কেনেদৰে কৰিব পাৰে ?

1) খৰতকীয়াকৈ

2) লাহেকৈ

3) বহুত সৰকৈ

Ans: খৰতকীয়াকৈ


১২। কম্পিউটাৰ স্মৃতিৰ ভঁৰাল অতি বৃহৎ অৰ্থাৎ ইয়াত কেনেধৰণৰ তথ্য় সংৰক্ষণ কৰিব পাৰে ?

1) কম পৰিমাণৰ

2) বৃহৎ পৰিমাণৰ

3) তথ্য় সংৰক্ষণ কৰিব নোৱাৰি

Ans: বৃহৎ পৰিমাণৰ


১৩। কম্পিউটাৰে বহু সময় কাম কৰিলে কি হয় ?

1) ভাগৰ নালাগে

2) দুৰ্বল হৈ যায়

3) শক্তি কমি যায়

Ans: ভাগৰ নালাগে


১৪। বিদ্য়ুৎ শক্তি অবিহনে কম্পিউটাৰ চলিব পাৰে নে ?

1) পাৰে

2) নোৱাৰে

3) ওপৰৰ দুয়োটা

Ans: নোৱাৰে


১৫। কম্পিউটাৰ এটা কি যন্ত্ৰ ? 

1) দুৰ্বল

2) ব্য়বহুল

3) স্বয়ংক্ৰিয়

Ans: ব্য়বহুল


১৬। টেলিফোনৰ বিলসমূহ কিহৰ দ্বাৰা নিৰ্ধাৰিত কৰা হয় ? 

1) ম'বাইলৰ দ্বাৰা

2) হাতৰ দ্বাৰা

3) কম্পিউটাৰ দ্বাৰা

Ans: কম্পিউটাৰ দ্বাৰা


১৭। কম্পিউটাৰৰ নিজৰ কি নাই ?

1) বুদ্ধি নাই

2) বুদ্ধিমত্তা নাই

3) ওপৰৰ দুয়োটা

Ans: ওপৰৰ দুয়োটা


১৮। দিনক দিনে কম্পিউটাৰৰ আকাৰ সৰু হৈ অহাত নতুন কম্পিউটাৰ উদ্ভাৱনত কি হৈছে ?

1) জটিলতা আহিছে

2) সহজ হৈছে

3) ওপৰৰ এটাও নহয়

Ans: জটিলতা আহিছে


১৯। কম্পিউটাৰৰ বিভিন্ন যন্ত্ৰপাতি আৰু অংশসমূহ __________ ?

1) স্পৰ্শহীন

2) স্পৰ্শকাতৰ

3) ওপৰৰ দুয়োটা

Ans: স্পৰ্শকাতৰ

২০। কম্পিউটাৰত ভাষা সলনি কৰিব পাৰি নে ?

1) পাৰি

2) নোৱাৰি

3) ওপৰৰ দুয়োটা

Ans: পাৰি

Type Susmita Kakati