ইণ্টাৰনেট (Internet)

 

১।  কিমান চনত আমেৰিকা ৰ ডিপাৰটমেণ্ট অফ্ নেটৱৰ্ক আৰম্ভ কৰিছিল ?

1) ১৯৬১ চনত

2) ১৯৬৪ চনত

3) ১৯৬৭ চনত

Ans: ১৯৬১ চনত


২। কি তথ্য সমূহৰ জৰিয়তে সংযোগ কৰি যোগাযোগ কৰিব পৰা কৰি তুলিব পৰে ?

1) ইণ্টাৰনেট

2) হাৰ্ডৱেৰ

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ইণ্টাৰনেট


৩। ৱেব ব্ৰাউজাৰ কেই প্ৰকাৰৰ ?

1) ৩ প্ৰকাৰৰ

2) ১ প্ৰকাৰৰ

3) ২ প্ৰকাৰৰ

Ans: ১ প্ৰকাৰৰ


৪। (TCP) সম্পূৰ্ণ নাম টো কি ?

1) Internet protoctal

2) Transmission Control

3)Internet Access

Ans: Transmission Control


৫। (IP) ৰ সম্পূৰ্ণৰ নাম টো কি  ?

1) Internet protocal

2) Internel Access

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: Internet protocal


৬। বৰ্তমান ইণ্টাৰনেট ব্যৱস্থাত কিমান হাজাৰ কম্পিউটাৰতকৈ কম্পিউটাৰ সংযোগ হৈ আছে ?

1) ১৩ হাজাৰ

2) ১০ হাজাৰ

3) ১২ হাজাৰ

Ans: ১০ হাজাৰ


৭। ইণ্টাৰনেট কি হয় ?

1) কম্পিউটাৰ

2) যন্ত্ৰ

3) সকলোবোৰ মিলি সৃষ্টি হোৱা ইণ্টাৰনেট

Ans: সকলোবোৰ মিলি সৃষ্টি হোৱা ইণ্টাৰনেট


৮। (ISP) সম্পূৰ্ণ নাম টো কি ?

1) national canter for Super computing Application

2) Internet Servicte Provider

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: Internet Servicte Provider


৯। (URL) সম্পূৰ্ণৃৰ নাম টো কি ?

1) Uniform Resource Locator

2) Mozila firefox

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: Uniform Resource Locator


১০। ৱেবৰ (Web) প্ৰতিটো পেজক একোটা ৱেব পেজ বুলি কোৱা ?

1) হয়

2) নহয়

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: হয়


১১। 'Advanced Research Project Agency Network' এই নেটৱৰ্কটো স্থাপনত কেইটা কম্পিউটাৰ ব্য়ৱহাৰ কৰা হৈছিল ?

1) পাঁচটা

2) সাতটা

3) তিনিটা

Ans: তিনিটা


১২। এই তিনিটা কম্পিউটাৰ ভিতৰত প্ৰথম কম্পিউটাৰ ক'ত আছিল ?

1) আটাহ

2) কেলিৰ্ফনিয়াত

3) ইউনিভাৰচিটি

Ans: কেলিৰ্ফনিয়াত


১৩। নেটৱৰ্কত তথ্য় আদান প্ৰদান কৰিবৰ বাবে কি থাকে ?

1) নিৰ্দিষ্ট সময় থাকে

2) নিৰ্দিষ্ট কাম থাকে

3) নিৰ্দিষ্ট নিয়ম থাকে

Ans: নিৰ্দিষ্ট নিয়ম থাকে


১৪। নেটৱৰ্কত নিৰ্দিষ্ট নিয়ম থকাটোক কি বোলে ?

1) নিয়মাৱলী বোলে

2) প্ৰট'কল বোলে

3) TCP বোলে

Ans: প্ৰট'কল বোলে


১৫। ইণ্টাৰনেটৰ দ্বাৰা তথ্য় আদান প্ৰদানত সাধাৰাণতে কেইটা প্ৰট'কল ব্য়ৱহাৰ কৰা হয় ?

1) দুটা

2) সাতটা

3) চাৰিটা

Ans: দুটা


১৬। IP ৰ সম্পূৰ্ণ নাম কি ?

1) Indian Power

2) Internet Protocal

3) ওপৰৰ এটাও নহয়

Ans: Internet Protocal


১৭। ইণ্টাৰনেট ব্য়ৱস্থা কোনে নিয়ন্ত্ৰণ কৰে ?

1) ব্য়ক্তিয়ে

2) সংস্থাই

3) ওপৰৰ এটাও নহয়

Ans: ওপৰৰ এটাও নহয়


১৮। কোনো ব্য়ক্তিৰ কম্পিউটাৰৰ লগত ইণ্টাৰনেটৰ সংযোগ ব্য়ৱস্থা কোনে প্ৰদান কৰে ?

1) ইণ্টাৰনেটৰ মালিকে

2) ISP য়ে

3) IP য়ে

Ans: ISP য়ে


১৯। ৱেবৰ প্ৰতিটো পেজক কি বুলি কোৱা হয় ?

1) ৱেৱ পেজ

2) ব্ৰাউজাৰ

3) ৱেব ব্ৰাউজাৰ

Ans: ৱেৱ পেজ


২০। ছবি, তথ্য়, ভিডিঅ' আদি সকলোবোৰ চাব পৰা প্ৰথম ৱেব ব্ৰাউজাৰটোৰ নাম কি ? 

1) Yahoo

2) World wide web

3) MOSAIC

Ans: MOSAIC

Type Susmita Kakati