ইণ্টাৰনেট (Internet)
১। কিমান চনত আমেৰিকা ৰ ডিপাৰটমেণ্ট অফ্ নেটৱৰ্ক আৰম্ভ কৰিছিল ?
1) ১৯৬১ চনত
2) ১৯৬৪ চনত
3) ১৯৬৭ চনত
Ans: ১৯৬১ চনত
২। কি তথ্য সমূহৰ জৰিয়তে সংযোগ কৰি যোগাযোগ কৰিব পৰা কৰি তুলিব পৰে ?
1) ইণ্টাৰনেট
2) হাৰ্ডৱেৰ
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ইণ্টাৰনেট
৩। ৱেব ব্ৰাউজাৰ কেই প্ৰকাৰৰ ?
1) ৩ প্ৰকাৰৰ
2) ১ প্ৰকাৰৰ
3) ২ প্ৰকাৰৰ
Ans: ১ প্ৰকাৰৰ
৪। (TCP) সম্পূৰ্ণ নাম টো কি ?
1) Internet protoctal
2) Transmission Control
3)Internet Access
Ans: Transmission Control
৫। (IP) ৰ সম্পূৰ্ণৰ নাম টো কি ?
1) Internet protocal
2) Internel Access
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: Internet protocal
৬। বৰ্তমান ইণ্টাৰনেট ব্যৱস্থাত কিমান হাজাৰ কম্পিউটাৰতকৈ কম্পিউটাৰ সংযোগ হৈ আছে ?
1) ১৩ হাজাৰ
2) ১০ হাজাৰ
3) ১২ হাজাৰ
Ans: ১০ হাজাৰ
৭। ইণ্টাৰনেট কি হয় ?
1) কম্পিউটাৰ
2) যন্ত্ৰ
3) সকলোবোৰ মিলি সৃষ্টি হোৱা ইণ্টাৰনেট
Ans: সকলোবোৰ মিলি সৃষ্টি হোৱা ইণ্টাৰনেট
৮। (ISP) সম্পূৰ্ণ নাম টো কি ?
1) national canter for Super computing Application
2) Internet Servicte Provider
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: Internet Servicte Provider
৯। (URL) সম্পূৰ্ণৃৰ নাম টো কি ?
1) Uniform Resource Locator
2) Mozila firefox
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: Uniform Resource Locator
১০। ৱেবৰ (Web) প্ৰতিটো পেজক একোটা ৱেব পেজ বুলি কোৱা ?
1) হয়
2) নহয়
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: হয়
১১। 'Advanced Research Project Agency Network' এই নেটৱৰ্কটো স্থাপনত কেইটা কম্পিউটাৰ ব্য়ৱহাৰ কৰা হৈছিল ?
1) পাঁচটা
2) সাতটা
3) তিনিটা
Ans: তিনিটা
১২। এই তিনিটা কম্পিউটাৰ ভিতৰত প্ৰথম কম্পিউটাৰ ক'ত আছিল ?
1) আটাহ
2) কেলিৰ্ফনিয়াত
3) ইউনিভাৰচিটি
Ans: কেলিৰ্ফনিয়াত
১৩। নেটৱৰ্কত তথ্য় আদান প্ৰদান কৰিবৰ বাবে কি থাকে ?
1) নিৰ্দিষ্ট সময় থাকে
2) নিৰ্দিষ্ট কাম থাকে
3) নিৰ্দিষ্ট নিয়ম থাকে
Ans: নিৰ্দিষ্ট নিয়ম থাকে
১৪। নেটৱৰ্কত নিৰ্দিষ্ট নিয়ম থকাটোক কি বোলে ?
1) নিয়মাৱলী বোলে
2) প্ৰট'কল বোলে
3) TCP বোলে
Ans: প্ৰট'কল বোলে
১৫। ইণ্টাৰনেটৰ দ্বাৰা তথ্য় আদান প্ৰদানত সাধাৰাণতে কেইটা প্ৰট'কল ব্য়ৱহাৰ কৰা হয় ?
1) দুটা
2) সাতটা
3) চাৰিটা
Ans: দুটা
১৬। IP ৰ সম্পূৰ্ণ নাম কি ?
1) Indian Power
2) Internet Protocal
3) ওপৰৰ এটাও নহয়
Ans: Internet Protocal
১৭। ইণ্টাৰনেট ব্য়ৱস্থা কোনে নিয়ন্ত্ৰণ কৰে ?
1) ব্য়ক্তিয়ে
2) সংস্থাই
3) ওপৰৰ এটাও নহয়
Ans: ওপৰৰ এটাও নহয়
১৮। কোনো ব্য়ক্তিৰ কম্পিউটাৰৰ লগত ইণ্টাৰনেটৰ সংযোগ ব্য়ৱস্থা কোনে প্ৰদান কৰে ?
1) ইণ্টাৰনেটৰ মালিকে
2) ISP য়ে
3) IP য়ে
Ans: ISP য়ে
১৯। ৱেবৰ প্ৰতিটো পেজক কি বুলি কোৱা হয় ?
1) ৱেৱ পেজ
2) ব্ৰাউজাৰ
3) ৱেব ব্ৰাউজাৰ
Ans: ৱেৱ পেজ
২০। ছবি, তথ্য়, ভিডিঅ' আদি সকলোবোৰ চাব পৰা প্ৰথম ৱেব ব্ৰাউজাৰটোৰ নাম কি ?
1) Yahoo
2) World wide web
3) MOSAIC
0 Comments