এম.এচ. ৰ্ৱড(MS Word)


১। বৰ্তমান সময়ত বিশ্বৰ আতাইতকৈ জনপ্ৰিয় টো কি ?

1) MS - office

2) MS - Word

3) MS - word window

 Ans: MS - Word


২। Notepad , Word pad আৰু paint ত কৰিব পৰা কাম সমূহ MS- Word ত সহজতে কৰিব ?

1) নোৱাৰি

2) পাৰি

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: পাৰি


৩। (office button) ৰ ভিতৰত কি click  কৰিব লাগে ?

1) close button ত click

2) print option ত click

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: close button ত click


৪। ইতিমধ্য save হৈ থকা ফাইল কাম কৰি পুনৰ save কৰিবলৈ কি লাগে ?

1) MS - Word Window ত

2) office button ত

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: office button ত


৫। MS- Word ৰ গোটেই পৃষ্ঠাটোক কি বুলি কোৱা হয় ? 

1) office button

2) document

3) save button

Ans: document


৬। (Document) এখন  paint কৰিবলৈ হ'লে প্ৰথমে কি কৰিব লাগে ?

1) office button

2) print Window

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: office button


৭। (Bold) দে কি কাম কৰে ?

1) আখৰ বিভিন্ন ৰং কৰে

2) আখৰ কলা কৰে

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans:আখৰ কলা কৰে


৮। Help button ৰ সহায়ত MS - word ৰ প্ৰতিটো কাৰ্যৰ সহায় লব পৰা  ?

1) লব পৰা নাযায়

2) লব পৰা যায়

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: লব পৰা যায়


৯। খোল খাই থকা FILE টো বন্ধ কৰিবলৈ কিহত CLICK কৰিব লাগে ?

1) office button click

2) Print option click

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: office button click


১০। সকলো option প্ৰয়োজন পূৰোৱাৰ পিছত কি click কৰিব লাগে ?   

1) ok button

2) office button

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ok button


১১। কোনো চিঠি, তথ্য়, দৰ্খাস্ত আদি টাইপ কৰিবৰ বাবে কি ব্য়ৱহাৰ কৰা ?

1) মবাইল

2) টিভি

3) এম.এচ ৱৰ্ড

Ans: এম.এচ ৱৰ্ড


১২। এম.এচ.ৱৰ্ডৰ গোটেই পৃষ্ঠাটোক কি বুলি কোৱা হয় ?

1) File

2) Document

3) ওপৰৰ এটাও নহয়

Ans: Document


১৩। এটা নতুন ফাইল বনোৱাৰ পাছত তাক ভৱিষ্য়তে ব্য়ৱহাৰ কৰিবলৈ কি কৰিব লাগিব ?

1) সংৰক্ষণ কৰিব লাগিব

2) মচিব লাগিব

3) ওপৰৰ এটাও নহয়

Ans: সংৰক্ষণ কৰিব লাগিব


১৪। ফাইল বনোৱাৰ চৰ্ট নিয়ম কি ?

1)  Ctrl+T

2)  Ctrl+P

3) Ctrl+N

Ans: Ctrl+N


১৫। MS word ত কম্পিউটাৰ খোলাৰ স্তৰ কেইটা কি কি ?

1) Start → All program → Ms-Office →Ms-Word

2) Start → Ms Word → All program → Ms Office

3) ওপৰৰ এটাও নহয়

Ans: Start → All program → Ms-Office →Ms-Word


১৬। MS word ৰ File ৰ extension  টো কি ?

1) Documents

2) Docs

3) File

Ans: Docs


১৭। গোটেই ফাইলটোৰ তথ্য়খিনি Select কৰিব লাগিলে তাৰ Shortcut টো কি ? 

1) Ctrl+A

2) Ctrl+B

3) Ctrl+V

Ans: Ctrl+A


১৮। সকলো Option প্ৰয়োজন পূৰোৱাৰ পিছত কিহত ক্লিক কৰিলে Print কৰিব খোজা পৃষ্ঠাকেইটা Print হৈ ওলাই আহিব ?

1) Not Ok Button ত

2) Ok Button ত

3) ওপৰৰ এটাও নহয়

Ans: Ok Button ত


১৯। কম্পিউটাৰৰ ব্ৰেইন বুলি কাক কোৱা হয় ?

1) মাউচ

2) CPU

3) মনিটৰ

Ans: CPU


২০। হালি থকা আখৰক কি বুলি কোৱা হয় ?

1) Bold

2) Underline

3) Italic

Ans: Italic

Type Susmita Kakati