পোহৰ আৰু আন্ধাৰ


(১) টমাছ আলভা এডিছন নামৰ বিজ্ঞানীগৰাকীয়ে কিমান চনত পোহৰ পাব পৰা বাল্ব সাজি উলিয়ায়?

1) ১৮৭৭ চনত

2) ১৮৭৮ চনত

3) ১৮৭৯ চনত

Ans: ১৮৭৯ চনত


(২) বাল্বৰ পৰা পোৱা পোহৰ প্ৰাকৃতিক পোহৰ নহয়?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: শুদ্ধ

(৩) আন্ধাৰ আমাৰ বাবে দৰকাৰী?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: শুদ্ধ


(৪) পোহৰত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ কণাবোৰক কি বোলে?

1) ছ'নাৰ

2) ফ'টন

3) এটাও নহয়

Ans: ফ'টন


(৫) উদ্ভিদে সূৰ্যৰ পোহৰত কি গেছৰ সহায়ত আহাৰ প্ৰস্তুত কৰে?

1) নাইট্ৰ'জেন

2) অক্সিজেন

3) কাৰ্বন-ডাই-অক্সাইড

Ans: কাৰ্বন-ডাই-অক্সাইড


(৬) চন্দ্ৰৰ নিজা পোহৰ আৰু তাপ নাই?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: শুদ্ধ


(৭) যিবোৰ বস্তুৰ পৰা আমি পোহৰ পাওঁ সেইবোৰক কি বোলে?

1) পোহৰৰ প্ৰতিফলন

2) পোহৰৰ উৎস

3) এটাও নহয়

Ans: পোহৰৰ উৎস


(৮) কোন দিনাৰ নিশা পোহৰ আটাইতকৈ বেছি হয়?

1) অমাৱস্যাৰ দিনা

2) পূৰ্ণিমাৰ দিনা

3) এটাও নহয়

Ans: পূৰ্ণিমাৰ দিনা


(৯) আন্ধাৰেও আমাক সহায় কৰে?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: শুদ্ধ


(১০) দিনত আমি চন্দ্ৰৰ পৰা পোহৰ পাওঁ?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: অশুদ্ধ

Type Susmita Kakati