আমাৰ পৰিৱেশৰ বৈচিত্ৰময় প্ৰাণীবোৰ


(১) উঁই হ'ল এবিধ বলয়ী প্ৰাণী?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: অশুদ্ধ


(২) পলুৱে কি খায়?

1) ঘাঁহ

2) গছৰ পাত

3) এটাও নহয়

Ans: গছৰ পাত


(৩) এক একৰ মাটিত প্ৰায় কিমান হাজাৰ কেঁচু বাস কৰিব পাৰে?

1) ৫০ হাজাৰ

2) ৫২ হাজাৰ

3) ৫৩ হাজাৰ

Ans: ৫৩ হাজাৰ


(৪) ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত কাক সুদক্ষ কাৰিকৰ বুলি কোৱা হয়?

1) পৰুৱাক

2) উঁই পোকক

3) কেঁচুক

Ans: উঁই পোকক


(৫) উঁইৱে কিমান মিটাৰ ওখ উঁই হাফলু সাজিব পাৰে?

1) ১০ মিটাৰ

2) ১২ মিটাৰ

3) ১৩ মিটাৰ

Ans: ১৩ মিটাৰ


(৬) ধুনীয়া জোনাকী পৰুৱাৰ পলুবিলাক কি প্ৰাণী?

1) তৃণভোজী প্ৰাণী

2) মাংসভোজী প্ৰাণী

3) এটাও নহয়

Ans: মাংসভোজী প্ৰাণী


(৭) নিৰ্জু প্ৰকৃতিৰ ফুটুকী গুবৰুৱাবিলাক কি প্ৰাণী?

1) তৃণভোজী প্ৰাণী

2) মাংসভোজী প্ৰাণী

3) এটাও নহয়

Ans: মাংসভোজী প্ৰাণী


(৮) মোৱা পোকৰ লগত কাৰ সম্পৰ্ক বৰ মধুৰ?

1) কেঁচুৰ

2) পৰুৱাৰ

3) উঁই পোকৰ

Ans: পৰুৱাৰ


(৯) কেঁচু শৰীৰটো সৰু সৰু আঙঠিৰে গঠিত?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

 Ans: শুদ্ধ


(১০) উঁই পোকে মাটিৰ বাৰ মিটাৰ পৰ্যন্ত ওখ হাফলু সাজে?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: অশুদ্ধ

Type Susmita Kakati