সৰল যন্ত্ৰ

(১) সৰল যন্ত্ৰবোৰ হ'ল?

1) মটৰ ইঞ্জিন, চাইকেল

2) ঢেঁকী, বেলচা

3) এটাও নহয়

Ans: ঢেঁকী, বেলচা


(২) হেলনীয়া তলৰ সহায়ত কম বল প্ৰয়োগ কৰি ডাঙৰ কাম কৰিব পাৰি?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: অশুদ্ধ


(৩) সৰল যন্ত্ৰ মূলত কেইবিধ?

1) দুবিধ

2) তিনিবিধ

3) চাৰিবিধ

Ans: তিনিবিধ


(৪) গধুৰ বস্তু উঠাবলৈ লিভাৰ ব্যৱহাৰ কৰা হয়?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: অশুদ্ধ


(৫) অংগ-প্ৰত্যংগৰে বলে নোৱাৰা কামবোৰৰ বাবে কিছুমান আহিলাৰ সহায় লওঁ এনে আহিলাক কি বোলে?

1) সৰল যন্ত্ৰ

2) যন্ত্ৰ

3) হেলনীয়া তল

Ans: যন্ত্ৰ


(৬) চকাই ঘৰ্ষণজনিত বাধা নোহোৱা কৰাত সহায় কৰে?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: শুদ্ধ


(৭) জটিল যন্ত্ৰবোৰ হ'ল?

1) মটৰ ইঞ্জিন, চাইকেল

2) ঢেঁকী, বেলচা

3) এটাও নহয়

Ans: মটৰ ইঞ্জিন, চাইকেল


(৮) কি ব্যৱহাৰ কৰি চাপৰ ঠাইৰ পৰা ওখ ঠাইলৈ কম বল প্ৰয়োগ কৰি গধুৰ বস্তু চোঁচৰাই নিব পাৰি?

1) লিভাৰ

2) হেলনীয়া তল

3) চকা

Ans: হেলনীয়া তল


(৯) সভ্যতাৰ অগ্ৰগতিৰ লগে লগে মানুহে কি ব্যৱহাৰ কৰিবলৈ শিকিছে?                                                                                                                                      

1) বহুতো  সৰল যন্ত্ৰ

2) বহুতো জটিল যন্ত্ৰ

3) বহুতো সৰল যন্ত্ৰ আৰু জটিল যন্ত্ৰ

 Ans: বহুতো সৰল যন্ত্ৰ আৰু জটিল যন্ত্ৰ


(১০) কিহৰ সহায়ত আমি কিছুমান কাম সহজে কৰিব পাৰোঁ?

1) লিভাৰ সহায়ত

2) সৰল যন্ত্ৰৰ সহায়ত

3) হেলনীয়া তলৰ সহায়ত

Ans: সৰল যন্ত্ৰৰ সহায়ত

Type Susmita Kakati