Chapter 10
সীতা - হৰণ
১। ৰাৱণক শূৰ্পনখাই কাৰ সৌন্দৰ্যৰ বিষয়ে কৈছিল ?
(ক) ৰামৰ
(খ) সীতা
(গ) মোহিনী
উত্তৰ- (খ) সীতা ।
২। কোনে মাৰীচক সোণৰ হৰিণৰ ৰূপ ধৰিব কৈছিল ?
(ক) ৰাৱণে
(খ) শূৰ্পনখায়ে
(গ) কুম্ভকৰ্ণয়ে
উত্তৰ- (ক) ৰাৱণে ।
৩। মাৰীচ তাড়কাৰ কোন আছিল ?
(ক) ভায়েক
(খ) ককায়েক
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) ভায়েক ।
৪। কোনে কেতিয়াও সোণৰ হৰিণ দেখা নাছিল ?
(ক) ৰামে
(খ) তাড়কায়ে
(গ) সীতায়ে
উত্তৰ- (গ) সীতায়ে ।
৫। কোনে কাক সেই হৰিণটো ধৰি আনিবলৈ ক’লে ?
(ক) ৰামে লক্ষ্মণক ক’লে
(খ) সীতায়ে ৰামক ক’লে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) সীতায়ে ৰামক ক’লে ।
৬। ৰামে কাক সীতা ৰক্ষাৰ ভাৰ দিলে ?
(ক) লক্ষ্মণক
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) ভৰতক
উত্তৰ- (ক) লক্ষ্মণক ।
৭। চিঞৰা শুনি কোনে ভয় খালে ?
(ক) লক্ষ্মণে
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) সীতায়ে
উত্তৰ- (গ) সীতায়ে ।
৮। সীতা কাক বিপদ হোৱা বুলি ভাবিনে ?
(ক) ৰামৰ
(খ) লক্ষ্মণৰ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) ৰামৰ ।
৯। কোনে সীতা হৰণ কৰিলে ?
(ক) শূৰ্পনখায়ে
(খ) ৰাৱণে
(গ) কুম্ভকৰ্ণয়ে
উত্তৰ- (খ) ৰাৱণে ।
১০। ৰাৱণক সীতা সৌন্দৰ্যৰ বিষয়ে কোনে কৈছিল ?
(ক) কুম্ভকৰ্ণয়ে
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) শূৰ্পনখায়ে
উত্তৰ- (গ) শূৰ্পনখায়ে ।