Chapter 12

সুুগ্ৰীৱৰ লগত বন্ধুত্ব



১। প্ৰতাপী ৰজাজনৰ নাম কি আছিল ?

(ক) নবালী

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) সুগ্ৰীৱ

উত্তৰ- (ক) নবালী ।


২। বালী কাৰণে সেই পৰ্বতটো কি আছিল ?

(ক) বন্ধুত্ব

(খ) শত্ৰু

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (গ) ইয়াৰ পৰা এটাও নহয় ।


৩। বালী ভায়কৰ নাম কি ?

(ক) হনুমান

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) সুগ্ৰীৱ

উত্তৰ- (গ) সুগ্ৰীৱ ।


৪। দুয়ো ভায়েকৰ মাজত কি আছিল ?

(ক) বৰ মিলন আছিল

(খ) বৰ শত্ৰুতা আছিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) বৰ মিলন আছিল ।


৫। কিছু দিনৰ পিছত দুয়ো ভায়েকৰ মাজত কি হ’ল ?  

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) কাজিয়া হৈছিল

(গ) যুদ্ধ হৈছিল

উত্তৰ- (খ) কাজিয়া হৈছিল ।


৬। বালী কেনেকুৱা স্বভাৱৰ আছিল ?

(ক) বৰ ভাল আছিল

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) বৰ অহংকাৰী আছিল

উত্তৰ- (গ) বৰ অহংকাৰী আছিল ।


৭। বালীয়ে কাক ঘৰৰ পৰা উলিয়াই দিছিল ?

(ক) সুগ্ৰীৱক

(খ) হনুমানক

(গ) সুগ্ৰীৱৰ ঘৈণীয়েকক

উত্তৰ- (ক) সুগ্ৰীৱক ।


৮। হনুমানৰ মাকৰ নাম কি আছিল ?

(ক) মোহিনী

(খ) পাৰ্বতী

(গ) অঞ্জনা

উত্তৰ- (গ) অঞ্জনা ।


৯। কোন অতি বলবান আৰু জ্ঞানী আছিল ?

(ক) হনুমান

(খ) বালী

(গ) সুগ্ৰীৱ

উত্তৰ- (ক) হনুমান ।


১০। কাৰ ভগৱানৰ প্ৰতি অগাধ ভক্তি আছিল ?

(ক) বালীৰ

(খ) সুগ্ৰীৱ

(গ) হনুমান

উত্তৰ- (গ) হনুমান ।