Chapter 12
সুুগ্ৰীৱৰ লগত বন্ধুত্ব
১। প্ৰতাপী ৰজাজনৰ নাম কি আছিল ?
(ক) নবালী
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) সুগ্ৰীৱ
উত্তৰ- (ক) নবালী ।
২। বালী কাৰণে সেই পৰ্বতটো কি আছিল ?
(ক) বন্ধুত্ব
(খ) শত্ৰু
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (গ) ইয়াৰ পৰা এটাও নহয় ।
৩। বালী ভায়কৰ নাম কি ?
(ক) হনুমান
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) সুগ্ৰীৱ
উত্তৰ- (গ) সুগ্ৰীৱ ।
৪। দুয়ো ভায়েকৰ মাজত কি আছিল ?
(ক) বৰ মিলন আছিল
(খ) বৰ শত্ৰুতা আছিল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) বৰ মিলন আছিল ।
৫। কিছু দিনৰ পিছত দুয়ো ভায়েকৰ মাজত কি হ’ল ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) কাজিয়া হৈছিল
(গ) যুদ্ধ হৈছিল
উত্তৰ- (খ) কাজিয়া হৈছিল ।
৬। বালী কেনেকুৱা স্বভাৱৰ আছিল ?
(ক) বৰ ভাল আছিল
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) বৰ অহংকাৰী আছিল
উত্তৰ- (গ) বৰ অহংকাৰী আছিল ।
৭। বালীয়ে কাক ঘৰৰ পৰা উলিয়াই দিছিল ?
(ক) সুগ্ৰীৱক
(খ) হনুমানক
(গ) সুগ্ৰীৱৰ ঘৈণীয়েকক
উত্তৰ- (ক) সুগ্ৰীৱক ।
৮। হনুমানৰ মাকৰ নাম কি আছিল ?
(ক) মোহিনী
(খ) পাৰ্বতী
(গ) অঞ্জনা
উত্তৰ- (গ) অঞ্জনা ।
৯। কোন অতি বলবান আৰু জ্ঞানী আছিল ?
(ক) হনুমান
(খ) বালী
(গ) সুগ্ৰীৱ
উত্তৰ- (ক) হনুমান ।
১০। কাৰ ভগৱানৰ প্ৰতি অগাধ ভক্তি আছিল ?
(ক) বালীৰ
(খ) সুগ্ৰীৱ
(গ) হনুমান
উত্তৰ- (গ) হনুমান ।