Chapter 17

বিভীষণ ৰামৰ শৰণাগত হ’ল


১। লঙ্কা দাহৰ পিছত কাৰ চিন্তা বাঢ়িল ?

(ক) ৰাৱণৰ

(খ) ৰামৰ

(গ) বিভীষণৰ

উত্তৰ- (ক) ৰাৱণৰ ।


২। ৰাৱণৰ ঘৈণীয়েকৰ নাম কি আছিল ?

(ক) ৰাণী মৌহিনী

(খ) ৰাণী মন্দোদৰী

(গ) ৰাণী ৰুকমিনী

উত্তৰ- (খ) ৰাণী মন্দোদৰী ।


৩। সভাত কোন কোন উপস্থিত আছিল ?

(ক) ইয়াৰ পৰা এঠাও নহয়

(খ) ৰাম, লক্ষ্মণ আৰু অঙ্গত

(গ) মন্দোদৰী, কুম্ভকৰ্ণ আৰু বিভীষণ

উত্তৰ- (গ) মন্দোদৰী, কুম্ভকৰ্ণ আৰু বিভীষণ ।


৪। কোনে হনুমানৰ উৎপাতৰ দেখি ভয় খাইছিল ?

(ক) ৰাণী মন্দোদৰী

(খ) বিভীষণৰ

(গ) ইয়াৰ পৰা এঠাও নহয়

উত্তৰ- (ক) ৰাণী মন্দোদৰী ।


৫। কোনে নিজৰ শক্তি লৈ অহংকাৰ কৰিছিল ?

(ক) মেঘনাদে

(খ) ৰাৱণে

(গ) কুম্ভকৰ্ণ

উত্তৰ- (খ) ৰাৱণে ।


৬। ভক্তি অৰ্থ কি ?

(ক) মানুহক সেৱা কৰা

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ভগৱানক সেৱা কৰা

উত্তৰ- (গ) ভগৱানক সেৱা কৰা ।


৭। কুম্ভকৰ্ণ কাৰ ভায়েক আছিল ?

(ক) ৰাম

(খ) ৰাৱণ

(গ) অঙ্গত

উত্তৰ- (খ) ৰাৱণ ।


৮। ৰাৱণৰ মন্ত্ৰী নাম কি আছিল ?

(ক) অঙ্গত

(খ) বিভীষণৰ

(গ) মাল্যবান

উত্তৰ- (গ) মাল্যবান ।


৯। বিভীষণ কোন আছিল ?

(ক) ৰাৱণ ভায়েক

(খ) ৰামৰ ভায়েক

(গ) অঙ্গত ভায়েক

উত্তৰ- (ক) ৰাৱণ ভায়েক ।


১০। কোনে বিভীষণক লঙ্কাৰ পৰা উলিয়াই ?

(ক) ৰামে

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ৰাৱণে

উত্তৰ- (গ) ৰাৱণে ।