Chapter 17
বিভীষণ ৰামৰ শৰণাগত হ’ল
১। লঙ্কা দাহৰ পিছত কাৰ চিন্তা বাঢ়িল ?
(ক) ৰাৱণৰ
(খ) ৰামৰ
(গ) বিভীষণৰ
উত্তৰ- (ক) ৰাৱণৰ ।
২। ৰাৱণৰ ঘৈণীয়েকৰ নাম কি আছিল ?
(ক) ৰাণী মৌহিনী
(খ) ৰাণী মন্দোদৰী
(গ) ৰাণী ৰুকমিনী
উত্তৰ- (খ) ৰাণী মন্দোদৰী ।
৩। সভাত কোন কোন উপস্থিত আছিল ?
(ক) ইয়াৰ পৰা এঠাও নহয়
(খ) ৰাম, লক্ষ্মণ আৰু অঙ্গত
(গ) মন্দোদৰী, কুম্ভকৰ্ণ আৰু বিভীষণ
উত্তৰ- (গ) মন্দোদৰী, কুম্ভকৰ্ণ আৰু বিভীষণ ।
৪। কোনে হনুমানৰ উৎপাতৰ দেখি ভয় খাইছিল ?
(ক) ৰাণী মন্দোদৰী
(খ) বিভীষণৰ
(গ) ইয়াৰ পৰা এঠাও নহয়
উত্তৰ- (ক) ৰাণী মন্দোদৰী ।
৫। কোনে নিজৰ শক্তি লৈ অহংকাৰ কৰিছিল ?
(ক) মেঘনাদে
(খ) ৰাৱণে
(গ) কুম্ভকৰ্ণ
উত্তৰ- (খ) ৰাৱণে ।
৬। ভক্তি অৰ্থ কি ?
(ক) মানুহক সেৱা কৰা
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) ভগৱানক সেৱা কৰা
উত্তৰ- (গ) ভগৱানক সেৱা কৰা ।
৭। কুম্ভকৰ্ণ কাৰ ভায়েক আছিল ?
(ক) ৰাম
(খ) ৰাৱণ
(গ) অঙ্গত
উত্তৰ- (খ) ৰাৱণ ।
৮। ৰাৱণৰ মন্ত্ৰী নাম কি আছিল ?
(ক) অঙ্গত
(খ) বিভীষণৰ
(গ) মাল্যবান
উত্তৰ- (গ) মাল্যবান ।
৯। বিভীষণ কোন আছিল ?
(ক) ৰাৱণ ভায়েক
(খ) ৰামৰ ভায়েক
(গ) অঙ্গত ভায়েক
উত্তৰ- (ক) ৰাৱণ ভায়েক ।
১০। কোনে বিভীষণক লঙ্কাৰ পৰা উলিয়াই ?
(ক) ৰামে
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) ৰাৱণে
উত্তৰ- (গ) ৰাৱণে ।
0 Comments