Chapter 18

সাগৰৰ ওপৰত সাঁকো


১। কাৰ লগ লগাত ৰামৰ  শক্তি আৰু বাঢ়িল ?

(ক) লক্ষ্মণ

(খ) বিভীষণৰ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) বিভীষণৰ ।


২। সাগৰ পৰা কেনেকৈ হ’ল ?

(ক) সাগৰৰ ওপৰত সাঁকোৰে পৰা হৈছিল

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) সাগৰৰ ওপৰত নাওঁৰে পৰা হৈছিল

উত্তৰ- (ক) সাগৰৰ ওপৰত সাঁকোৰে পৰা হৈছিল ।


৩। সুগ্ৰীৱে সেনা-বাহিনী পৰা কাক মাতিছিল ?      

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) নল আৰু নলী

(গ) হনুমানক আৰু বিভীষণ

উত্তৰ- (খ) নল আৰু নলী ।


৪। অভিযন্তা অৰ্থ কি ?

(ক) ইঞ্জিনিয়াৰ

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) পুলিচ

উত্তৰ- (ক) ইঞ্জিনিয়াৰ ।


৫। নল-নীলে সাগৰ ওপচত কি সাজিলে ?

(ক) ঘৰ সাজিলে

(খ) সাঁকো সাজিলে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) সাঁকো সাজিলে ।


৬। ৰামে কাৰ মনৰ কথা বুজি পালে ?

(ক) বান্দৰ মনৰ কথা

(খ) সিংহ মনৰ কথা

(গ) কেৰ্কেটুৱাৰ মনৰ কথা

উত্তৰ- (গ) কেৰ্কেটুৱাৰ মনৰ কথা ।


৭। কোনে ৰামক একো নকলে ?

(ক) কেৰ্কেটুৱায়ে

(খ) বাম্দৰে

(গ) সিংহয়ে

উত্তৰ- (ক) কেৰ্কেটুৱায়ে ।


৮। ৰামৰ কাক দেখি আচৰিত লাগিল ?

(ক) বান্দৰ দেখি

(খ) কেৰ্কেটুৱাৰ দেখি

(গ) সিংহ দেখি

উত্তৰ- (খ) কেৰ্কেটুৱাৰ দেখি ।


৯। ৰামে কাৰ পিঠিত হাত বুলালে ?

(ক) কেৰ্কেটুৱাৰক

(খ) সিংহক

(গ) বান্দৰক

উত্তৰ- (ক) কেৰ্কেটুৱাৰক ।


১০। ৰামে সাগৰৰ পাৰত কাৰ বিশাল মন্দিৰ সাজিলে ?

(ক) ৰামৰ বিশাল মন্দিৰ

(খ) শিৱৰ বিশাল মন্দিৰ

(গ) গণেশৰ বিশাল মন্দিৰ

উত্তৰ- (খ) শিৱৰ বিশাল মন্দিৰ ।