Chapter 19

অঙ্গদৰ ভৰি


১) ৰামে কি কৰিব বিচৰা নাছিল ?  

(ক) সীতা আনিব বিচৰা নাছিল

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) যুদ্ধ কৰিব বিচৰা নাছিল

উত্তৰঃ (গ) যুদ্ধ কৰিব বিচৰা নাছিল।


২) যুদ্ধ কৰিলে কি ক্ষতি সাধন হয় ?

(ক) ধন-জনৰ ক্ষতি হয়

(খ) বহুতো লোকৰ প্ৰাণ হানি হয়

(গ) ওপৰৰ দুয়োটায়ে শুদ্ধ

উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে শুদ্ধ।


৩) ৰামে কাক দূত হিচাপে পঠিয়ালে ?

(ক) হনুমানক

(খ) অঙ্গদৰ

(গ) সুগ্ৰীৱ

উত্তৰঃ (খ) অঙ্গদৰ।


৪) অঙ্গদ পিতৃ নাম কি ?

(ক) বালী

(খ) সুগ্ৰীৱ

(গ) হনুমান

উত্তৰঃ (ক) বালী।


৫) অঙ্গদ কেনেকুৱা আছিল ?

(ক) বৰ ভয়াটোৰ আছিল

(খ) বৰ বীৰ, পৰাত্ৰূমি আছিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) বৰ বীৰ, পৰাত্ৰূমি আছিল।


৬) অঙ্গদে কাৰ দৰে নিজৰ শক্তি গৰ্ব নকৰিছিল ?

(ক) হনুমান

(খ) বালী

(গ) সুগ্ৰীৱ

উত্তৰঃ (খ) বালী।


৭) ভাল স্বভাৱ কাৰণে কোনে অঙ্গদক ভাল পাইছিল ?

(ক) লক্ষ্মণে

(খ) হনুমানে

(গ) ৰামে

উত্তৰঃ (খ) হনুমানে।


৮) কোন গৈ লঙ্কাত উপস্থিত হৈছিল ?

(ক) অঙ্গদৰ

(খ) হনুমান

(গ) সুগ্ৰীৱ

উত্তৰঃ (ক) অঙ্গদৰ।


৯) কাক দেখি লঙ্কাবাসীয়ে ভয় খালে ?

(ক) হনুমানক দেখি

(খ) সুগ্ৰীৱ দেখি

(গ) অঙ্গদক দেখি

উত্তৰঃ (গ) অঙ্গদক দেখি।


১০) অঙ্গদ কাৰ দৰবাৰত উপস্থিত হৈছিল ?

(ক) ৰাৱণৰ

(খ) কুম্ভকৰ্ণ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) ৰাৱণৰ।