Chapter 22
কুম্ভকৰ্ণ বধ
১) মুৰ্ছাৰ পৰা লক্ষ্মণে সাৰ পোৱাত কাৰ চিন্তা হৈছিল ?
(ক) কুম্ভকৰ্ণৰ
(খ) ৰাৱণৰ
(গ) মেঘনাদৰ
উত্তৰঃ (খ) ৰাৱণৰ।
২) কোন ছমাহ শুইছিল আৰু ছমাহ খাইছিল ?
(ক) কুম্ভকৰ্ণ
(খ) ৰাৱণ
(গ) মেঘনাদ
উত্তৰঃ (ক) কুম্ভকৰ্ণ।
৩) কোন মাংসহাৰী আৰু মদিৰাও পান কৰিছিল ?
(ক) মেঘনাদে
(খ) কুম্ভকৰ্ণে
(গ) ৰাৱণে
উত্তৰঃ (খ) কুম্ভকৰ্ণে।
৪) কোনে কুম্ভকৰ্ণক জগাৱলৈ ভয় খাই ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) ৰাৱণে
(গ) ৰাক্ষসবোৰে
উত্তৰঃ (গ) ৰাক্ষসবোৰে।
৫) ৰাৱণে কাক সকলো ঘটনা জনালে ?
(ক) কুম্ভকৰ্ণক
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) মেঘনাদক
উত্তৰঃ (ক) কুম্ভকৰ্ণক।
৬)কুম্ভকৰ্ণ কেনেকুৱা আকৃতিৰ আছিল ?
(ক) ধনিয়া আকৃতিৰ
(খ) বেয়া আকৃতিৰ
(গ) ভয়ঙ্কৰ আকৃতি
উত্তৰঃ (গ) ভয়ঙ্কৰ আকৃতি।
৭) কাৰ দেহত বহুতো হাতী বল আছিল ?
(ক) কুম্ভকৰ্ণৰ
(খ) ৰাৱণৰ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) কুম্ভকৰ্ণৰ।
৮) কোনে আহি বান্দৰবোৰৰ বধ কৰিছিল ?
(ক) ৰাৱণে
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) কুম্ভকৰ্ণৰ
উত্তৰঃ (গ) কুম্ভকৰ্ণৰ।
৯) কুম্ভকৰ্ণৰ কাক এপৰলৈ তুলি মাটিত আফাল্ মাৰি দিলে ?
(ক) ৰাম-লক্ষ্মণক
(খ) নল-নীলক
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (খ) নল-নীলক।
১০) কোনে কুম্ভকৰ্ণৰ মাৰিছিল ?
(ক) ৰামে
(খ) হনুমানে
(গ) লক্ষ্মণে
উত্তৰঃ (ক) ৰামে।