Chapter 22

কুম্ভকৰ্ণ বধ


১) মুৰ্ছাৰ পৰা লক্ষ্মণে সাৰ পোৱাত কাৰ চিন্তা হৈছিল ?

(ক) কুম্ভকৰ্ণৰ

(খ) ৰাৱণৰ

(গ) মেঘনাদৰ

উত্তৰঃ (খ) ৰাৱণৰ।


২) কোন ছমাহ শুইছিল আৰু ছমাহ খাইছিল ?

(ক) কুম্ভকৰ্ণ

(খ) ৰাৱণ

(গ) মেঘনাদ

উত্তৰঃ (ক) কুম্ভকৰ্ণ।


৩) কোন মাংসহাৰী আৰু মদিৰাও পান কৰিছিল ?

(ক) মেঘনাদে

(খ) কুম্ভকৰ্ণে

(গ) ৰাৱণে

উত্তৰঃ (খ) কুম্ভকৰ্ণে।


৪) কোনে কুম্ভকৰ্ণক জগাৱলৈ ভয় খাই ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) ৰাৱণে

(গ) ৰাক্ষসবোৰে

উত্তৰঃ (গ) ৰাক্ষসবোৰে।


৫) ৰাৱণে কাক সকলো ঘটনা জনালে ?

(ক) কুম্ভকৰ্ণক

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) মেঘনাদক

উত্তৰঃ (ক) কুম্ভকৰ্ণক।


৬)কুম্ভকৰ্ণ কেনেকুৱা আকৃতিৰ আছিল ?

(ক) ধনিয়া আকৃতিৰ

(খ) বেয়া আকৃতিৰ

(গ) ভয়ঙ্কৰ আকৃতি

উত্তৰঃ (গ) ভয়ঙ্কৰ আকৃতি।


৭) কাৰ দেহত বহুতো হাতী বল আছিল ?

(ক) কুম্ভকৰ্ণৰ

(খ) ৰাৱণৰ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) কুম্ভকৰ্ণৰ।


৮) কোনে আহি বান্দৰবোৰৰ বধ কৰিছিল ?

(ক) ৰাৱণে

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) কুম্ভকৰ্ণৰ

উত্তৰঃ (গ) কুম্ভকৰ্ণৰ।


৯) কুম্ভকৰ্ণৰ কাক এপৰলৈ তুলি মাটিত আফাল্ মাৰি দিলে ?

(ক) ৰাম-লক্ষ্মণক

(খ) নল-নীলক

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) নল-নীলক।


১০) কোনে কুম্ভকৰ্ণৰ মাৰিছিল ?

(ক) ৰামে

(খ) হনুমানে

(গ) লক্ষ্মণে

উত্তৰঃ (ক) ৰামে।



Post id = DABP006759