Chapter 24
ৰাৱণ বধ
১। লঙ্কা ৰজা কোন আছিল ?।
(ক) মেঘনাদৰ
(খ) ৰাৱণ
(গ) বিভীষণ
উত্তৰ- (খ) ৰাৱণ ।
২। কাৰ সকলো প্ৰধান বীৰৰ মৃত্যু হৈছিল ?
(ক) ৰাৱণৰ
(খ) বিভীষণ
(গ) মেঘনাদৰ
উত্তৰ- (ক) ৰাৱণৰ ।
৩। ৰাৱণক কোনে সীতা ঘূৰাই দিব দিছিল ?
(ক) মোহিনী
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) মন্দোদৰীয়ে
উত্তৰ- (গ) মন্দোদৰীয়ে ।
৪। কোন মহান,দয়ালু আৰু ৰাৱণক ক্ষমা কৰিব ?
(ক) লক্ষ্মণ
(খ) ৰাম
(গ) হনুমান
উত্তৰ- (খ) ৰাম ।
৫। কাৰ মূৰৰ ওপৰত কালে নাচি আছিল ?
(ক) ৰাৱণৰ
(খ) ৰামৰ
(গ) লক্ষ্মণৰ
উত্তৰ- (ক) ৰাৱণৰ ।
৬। কাৰ নিজৰ ওপৰত বৰ গৰ্ব আছিল ?
(ক) কুম্ভকৰ্ণৰ
(খ) মেঘনাদৰ
(গ) ৰাৱণৰ
উত্তৰ- (গ) ৰাৱণৰ ।
৭। ৰাম-ৰাৱণৰ যুদ্ধ কেইদিন হৈছিল ?
(ক) ১৫ দিন
(খ) ১৩ দিন
(গ) ১২ দিন
উত্তৰ- (খ) ১৩ দিন ।
৮। চৈধ্য দিনৰ দিনা কোনে নিজে ৰণথলীলৈ আহিছিল ?
(ক) ৰামে
(খ) হনুমানে
(গ) ৰাৱণে
উত্তৰ- (গ) ৰাৱণে ।
৯। কোনে সোণৰ ৰথত উঠি আহিছিল ?
(ক) ৰাৱণে
(খ) ৰাম
(গ) মেঘনাদে
উত্তৰ- (ক) ৰাৱণে ।
১০। ৰাৱণৰ কোনে মাৰিছিল ?
(ক) হনুমানে
(খ) ৰামে
(গ) লক্ষ্মণে
উত্তৰ- (খ) ৰামে ।