Chapter 24

ৰাৱণ বধ


১। লঙ্কা ৰজা কোন আছিল ?।

(ক) মেঘনাদৰ

(খ) ৰাৱণ

(গ) বিভীষণ

উত্তৰ- (খ) ৰাৱণ ।


২। কাৰ সকলো প্ৰধান বীৰৰ মৃত্যু হৈছিল ?

(ক) ৰাৱণৰ

(খ) বিভীষণ

(গ) মেঘনাদৰ

উত্তৰ- (ক) ৰাৱণৰ ।


৩। ৰাৱণক কোনে সীতা ঘূৰাই দিব দিছিল ?

(ক) মোহিনী

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) মন্দোদৰীয়ে

উত্তৰ- (গ) মন্দোদৰীয়ে ।


৪। কোন মহান,দয়ালু আৰু ৰাৱণক ক্ষমা কৰিব ?

(ক) লক্ষ্মণ

(খ) ৰাম

(গ) হনুমান

উত্তৰ- (খ) ৰাম ।


৫। কাৰ মূৰৰ ওপৰত কালে নাচি আছিল ?

(ক) ৰাৱণৰ

(খ) ৰামৰ

(গ) লক্ষ্মণৰ

উত্তৰ- (ক) ৰাৱণৰ ।


৬। কাৰ নিজৰ ওপৰত বৰ গৰ্ব আছিল ?

(ক) কুম্ভকৰ্ণৰ

(খ) মেঘনাদৰ

(গ) ৰাৱণৰ

উত্তৰ- (গ) ৰাৱণৰ ।


৭। ৰাম-ৰাৱণৰ যুদ্ধ কেইদিন হৈছিল ?

(ক) ১৫ দিন

(খ) ১৩ দিন

(গ) ১২ দিন

উত্তৰ- (খ) ১৩ দিন ।


৮। চৈধ্য দিনৰ দিনা কোনে নিজে ৰণথলীলৈ আহিছিল ?

(ক) ৰামে

(খ) হনুমানে

(গ) ৰাৱণে

উত্তৰ- (গ) ৰাৱণে ।


৯। কোনে সোণৰ ৰথত উঠি আহিছিল ?

(ক) ৰাৱণে

(খ) ৰাম

(গ) মেঘনাদে

উত্তৰ- (ক) ৰাৱণে ।


১০। ৰাৱণৰ কোনে মাৰিছিল ?

(ক) হনুমানে

(খ) ৰামে

(গ) লক্ষ্মণে

উত্তৰ- (খ) ৰামে ।