Chapter 25
বিভীষণ ৰাজপাটত উঠিল
১) ৰামে কাক ৰাৱণ ওচৰলৈ পঠিয়ালে ?
(ক) হনুমানক
(খ) বিভীষণক
(গ) লক্ষ্মণক
উত্তৰঃ (ক) হনুমানক।
২) লক্ষ্মণে কাৰ কাষলৈ গ’ল ?
(ক) ৰামৰ
(খ) ৰাৱণৰ
(গ) হনুমানৰ
উত্তৰঃ (খ) ৰাৱণৰ।
৩) ৰাৱণৰ মৃত্যু পিচত কোনে ৰাজপাটত উঠিছিল ?
(ক) ৰামে
(খ) বিভীষণে
(গ) লক্ষ্মণে
উত্তৰঃ (খ) বিভীষণে।
৪) ৰাৱণে লক্ষ্মণক জ্ঞান দিলে নে নাই ?
(ক) নিদিলে
(খ) ইয়াৰ পৰ এটাএ নহয়
(গ) দিলে
উত্তৰঃ (গ) দিলে।
৫) অন্তিম বেয়াত ৰাৱণে কাৰ চাব খুজিলে ?
(ক) হনুমানক
(খ) ৰামক
(গ) বিভীষণক
উত্তৰঃ (খ) ৰামক।
৬) কোনে ৰাৱণৰ পাপবোৰৰ ক্ষমা কৰিলে ?
(ক) ৰামে
(খ) হনুমানে
(গ) লক্ষ্মণে
উত্তৰঃ (ক) ৰামে।
৭) বিভীষণে কাৰ শৱ সৎকাৰ কৰিলে ?
(ক) ৰামৰ
(খ) ৰাৱণৰ
(গ) হনুমানৰ
উত্তৰঃ (খ) ৰাৱণৰ।
৮) কোনে লঙ্কা বৰ ভাল পাইছিল ?
(ক) লক্ষ্মণে
(খ) ৰামে
(গ) হনুমানে
উত্তৰঃ (ক) লক্ষ্মণে।
৯) কোনে প্ৰাণ ত্যাগ কৰিলে ?
(ক) ৰামে
(খ) ৰাৱণে
(গ) মেঘনাদে
উত্তৰঃ (খ) ৰাৱণে।
১০) ৰামে লক্ষ্মণক ৰাৱণৰ পৰা কি শিক্ষা গ্ৰহন কৰিব দিছিল ?
(ক) ৰাৱণৰ পৰা ৰাজনীতি শিক্ষা গ্ৰহণ কৰিব দিছিল
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) ৰাৱণৰ পৰা অস্ত্ৰ-শস্ত্ৰ শিক্ষা গ্ৰহন কৰিব দিছিল
উত্তৰঃ (ক) ৰাৱণৰ পৰা ৰাজনীতি শিক্ষা গ্ৰহণ কৰিব দিছিল
0 Comments