Chapter 25

 বিভীষণ ৰাজপাটত উঠিল



১) ৰামে কাক ৰাৱণ ওচৰলৈ পঠিয়ালে ?

(ক) হনুমানক

(খ) বিভীষণক

(গ) লক্ষ্মণক

উত্তৰঃ (ক) হনুমানক।


২) লক্ষ্মণে কাৰ কাষলৈ গ’ল ?

(ক) ৰামৰ

(খ) ৰাৱণৰ

(গ) হনুমানৰ

উত্তৰঃ (খ) ৰাৱণৰ।


৩) ৰাৱণৰ মৃত্যু পিচত কোনে ৰাজপাটত উঠিছিল ?

(ক) ৰামে

(খ) বিভীষণে

(গ) লক্ষ্মণে

উত্তৰঃ (খ) বিভীষণে।


৪) ৰাৱণে লক্ষ্মণক জ্ঞান দিলে নে নাই ?

(ক) নিদিলে

(খ) ইয়াৰ পৰ এটাএ নহয়

(গ) দিলে

উত্তৰঃ (গ) দিলে।


৫) অন্তিম বেয়াত ৰাৱণে কাৰ চাব খুজিলে ?

(ক) হনুমানক

(খ) ৰামক

(গ) বিভীষণক

উত্তৰঃ (খ) ৰামক।


৬) কোনে ৰাৱণৰ পাপবোৰৰ ক্ষমা কৰিলে ?

(ক) ৰামে

(খ) হনুমানে

(গ) লক্ষ্মণে

উত্তৰঃ (ক) ৰামে।


৭) বিভীষণে কাৰ শৱ সৎকাৰ কৰিলে ?

(ক) ৰামৰ

(খ) ৰাৱণৰ

(গ) হনুমানৰ

উত্তৰঃ (খ) ৰাৱণৰ।


৮) কোনে লঙ্কা বৰ ভাল পাইছিল ?

(ক) লক্ষ্মণে

(খ) ৰামে

(গ) হনুমানে

উত্তৰঃ (ক) লক্ষ্মণে।


৯) কোনে প্ৰাণ ত্যাগ কৰিলে ?

(ক) ৰামে

(খ) ৰাৱণে

(গ) মেঘনাদে

উত্তৰঃ (খ) ৰাৱণে।


১০) ৰামে লক্ষ্মণক ৰাৱণৰ পৰা কি শিক্ষা গ্ৰহন কৰিব দিছিল ?

(ক) ৰাৱণৰ পৰা ৰাজনীতি শিক্ষা গ্ৰহণ কৰিব দিছিল

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ৰাৱণৰ পৰা অস্ত্ৰ-শস্ত্ৰ শিক্ষা গ্ৰহন কৰিব দিছিল

উত্তৰঃ (ক) ৰাৱণৰ পৰা ৰাজনীতি শিক্ষা গ্ৰহণ কৰিব দিছিল




POTS  ID =DABP006760