Chapter 9

ৰাক্ষসী শূৰ্পনখাৰ নাক কটা গ’ল



১। কোন কোন চিত্ৰকূটত বহুদিন থাকিলে ?

(ক) ভৰত, শত্ৰুঘ্ন, সীতা

(খ) ৰাম, লক্ষ্মণ, সীতা

(গ) ইঅয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) ৰাম, লক্ষ্মণ, সীতা ।


২। ৰাম তাৰ পাছত কোন দিশত আগবাঢ়ি গ’ল ?

(ক) দক্ষিণফালে

(খ) পশ্চিমফালে

(গ) উত্তৰফালে

উত্তৰ- (ক) দক্ষিণফালে ।


৩। ৰামহঁতে বাটত কোন মুনিৰ আশ্ৰম দেখিলে ?

(ক) অগস্ত্যমুনি

(খ) বশিষ্ঠমুনি

(গ) বিশ্বামিত্ৰ

উত্তৰ- (ক) অগস্ত্যমুনি ।


৪। শূৰ্পনখা কোন আছিল ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) ৰামৰ ভনীয়েক

(গ) ৰাৱণৰ ভনীয়েক

উত্তৰ- (গ) ৰাৱণৰ ভনীয়েক ।


৫। মুনিয়ে ৰামক কি দিছিল

(ক) তৰুৱাল

(খ) ধনৃু, বাণ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) ধনৃু, বাণ ।


৬। পঞ্চৱটী কোন নৈৰ পাৰত আছিল ?

(ক) যমোনা নৈ

(খ) গংগা নৈ

(গ) গোদাবৰী নৈ

উত্তৰ- (গ) গোদাবৰী নৈ ।


৭। ৰাম আৰু লক্ষ্মণ দেখাত কেনেকুৱা আছিল ?

(ক) ধুনীয়া

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ভাল নাছিল

উত্তৰ- (ক) ধুনীয়া ।


৮। কোন ৰাম-লক্ষ্মণৰ ৰূপত মোহিত হৈছিল ?

(ক) সীতা

(খ) শূৰ্পনখা

(গ) মোহিনী

উত্তৰ- (খ) শূৰ্পনখা ।


৯। কোনে ৰামক বিয়াৰ প্ৰস্তাৱ দিলে ?

(ক) শূৰ্পনখা

(খ) মোহিনী

(গ) সীতা

উত্তৰ- (ক) শূৰ্পনখা ।


১০। শূৰ্পনখা খঙত কাৰ ওচৰলৈ গৈছিল ?

(ক) খৰ আৰু দূষণৰ

(খ) ৰাৱণৰ আৰু কুম্ভকৰ্ণ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) খৰ আৰু দূষণৰ ।


DABP007857