প্ৰদূষণঃ বায়ু, পানী আৰু মাটি


(১) বায়ু প্ৰদূষণৰ প্ৰধান কাৰক কি কি ?

1) যান-বাহন আৰু নদ-নদী

2) কল-কাৰখানা আৰু নদ-নদী

3) যান-বাহন আৰু কল-কাৰখানা

Ans: যান-বাহন আৰু কল-কাৰখানা


(২) কি হ'লে মাটি প্ৰদূষিত হ'ব পাৰে?

1) ধুমুহা হ'লে

2) এছিড বৰষুণ হ'লে

3) এটাও নহয়

Ans: এছিড বৰষুণ হ'লে


(৩) ছালফাৰ-ডাই-আক্সাইডে শৰীৰৰ কি কি ক্ষতি কৰে?

1) মূৰৰ বিষ, বমি, মূৰ-ঘূৰণি ইত্যাদি সৃষ্টি কৰে

2) হাওঁফাওঁ নষ্ট কৰে

3) মগজুত ক্ৰিয়া কৰে

Ans: হাওঁফাওঁ নষ্ট কৰে


(৪) এছিড বৰষুণে কি কি প্ৰদূষিত কৰে?

1) বায়ু আৰু পানী

2) পানী আৰু মাটি

3) বায়ু আৰু মাটি

Ans: পানী আৰু মাটি


(৫) ছালফাৰ-ডাই-অক্সাইডৰ মিশ্ৰিত বায়ুৱে মানুহৰ কি কৰিব পাৰে?

1) বিভিন্ন বেমাৰ আদিৰো সৃষ্টি কৰিব পাৰে

2) চকুৰ দৃষ্টি শক্তিও হ্ৰাস কৰিব পাৰে

3) এটাও নহয়

Ans: চকুৰ দৃষ্টি শক্তিও হ্ৰাস কৰিব পাৰে


(৬) প্ৰদূষণ কেই প্ৰকাৰৰ?

1) দুই প্ৰকাৰৰ

2) চাৰি প্ৰকাৰৰ

3) নানা প্ৰকাৰৰ

Ans: নানা প্ৰকাৰৰ


(৭) গছ-গছনি ৰুই বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: শুদ্ধ


(৮) জলজ উদ্ভিদ পানীত বেছিকৈ থাকিলে পানী প্ৰদূষিত হয়?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: শুদ্ধ


(৯) প্ৰদূষিত মাটিত হোৱা উদ্ভিদৰ পৰা উপযুক্ত পৰিমাণৰ ফচল পোৱা নাযায়?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: শুদ্ধ


(১০) কল-কাৰখানাত ওখ চিমনি ব্যৱহাৰ কৰিব নালাগে?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: অশুদ্ধ

Type Susmita Kakati