অসমৰ বিভিন্ন জনগোষ্ঠি আৰু সাংস্কৃতিক জীৱন


১। অসমত বাস কৰা জনগোষ্ঠী সকলৰ সাজ-পাৰ কেনে ধৰণৰ ?

1) একে ধৰণৰ

2) বেলেগ বেলেগ

3) ওপৰৰ এটাও নহয়

Ans: বেলেগ বেলেগ


২। অসমৰ চৰকাৰী ভাষা কি ?

1) হিন্দী

2) আৰ্য ভাষা

3) ইংৰাজী

Ans: আৰ্য ভাষা


৩। তদুপৰি প্ৰায় প্ৰতিটো জনগোষ্ঠীৰে নিজা নিজা ভাষা আছেনে ?

1) আছে

2) নাই

3) ওপৰৰ এটাও নহয়

Ans: আছে


৪। অসমৰ বাহিৰে উত্তৰ-পূৰ্বাঞ্চলৰ আন কেইখন ৰাজ্য় আছে?

1) ৫খন

2) ৬ খন

3) ৮ খন

Ans: ৬ খন


৫। অসমৰ শিপিনীয়ে তাঁতশালত কি কাপোৰ বয়ে ?

1) পলিপাট

2) ননিপাট

3) মুগা

Ans: মুগা


৬। অজনজাতীয় লোকসকলৰ সৰহভাগ মহিলাই কি সাজ-পাৰ পৰিধান কৰে ?

1) মেখেলা-চাদৰ

2) দখনা

3) ৰিফান কান্দুং

Ans: মেখেলা-চাদৰ


৭। জনজাতীয় লোকসকলৰ সাজ-পাৰ সাধাৰণতে কেনে কোৱা হয়?

1) পাতল

2) উজ্জল

3) ধেলা

Ans: উজ্জল


৮। অসমীয়া সমাজত অলংকাৰ পিন্ধা প্ৰথাটো কেতিয়াৰে পৰা চলি আহিছে?

1) বৰ্তমানৰ পৰা

2) অতিজৰেপৰা

3) ওপৰৰ এটাও নহয়

Ans: অতিজৰেপৰা


৯। হিন্দুসকলৰ ধৰ্মীয় উৎসৱ এটাৰ নাম কি?

1) দুৰ্গা পূজা

2) বিহু

3) বৰদিন

Ans: দুৰ্গা পূজা


১০। অসমৰ এটা কৃষিভিত্তিক উৎসৱৰ নাম?

1) আলি-আয়ে-লৃগাং

2) মে-ডাম-মে-ফি

3) গুড ফ্ৰাইডে

Ans: আলি-আয়ে-লৃগাং

Type Susmita Kakati