অসমৰ যাতায়াত ব্য়ৱস্থা


১। এক্সপ্ৰেছ হাইৱে বা দ্ৰুতবেগী ৰাজপথটো নাম কি?

1) ইষ্ট- কৰিড'ৰ'

2) ইষ্ট--ৱেষ্ট কৰিড'ৰ'

3) ৱেষ্ট-কৰিড'ৰ'

Ans: ইষ্ট--ৱেষ্ট কৰিড'ৰ'


২। অসমৰ সকলো প্ৰধান ঠাই সংযোগ কৰি আহল-বহল আলিবাট নিৰ্মাণ কৰা দায়িত্বটো কোনে লৈছে?

1) চৰকাৰে

2) ব্ৰিটিছে

3) ৰাইজে

Ans: চৰকাৰে


৩। এই পথবোৰক কি পথ বোলে?

1) ভাৰতীয় পথ

2) ৰাষ্ট্ৰীয় পথ

3) চৰকাৰৰ পথ

Ans: ৰাষ্ট্ৰীয় পথ


৪। গোৱালপাৰা আৰু বঙাইগাঁও জিলাক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত কি সেতু আছে?

1) ড॰ ভূপেন হাজৰিকা সেতু

2) নৰনাৰায়ণ সেতু

3) ওপৰৰ এটাও নহয়

Ans: নৰনাৰায়ণ সেতু


৫। নগাঁও আৰু শোণিতপুৰ জিলাক সংযোগ কৰি কি দলং আছে?

1) ড॰ ভূপেন হাজৰিকা দলং

2) শৰাইঘাট দলং

3) কলিয়াভোমোৰা দলং

Ans: কলিয়াভোমোৰা দলং


৬। ড॰ ভূপেন হাজৰিকা সেতু নামেৰ দলংখন কিমান স্থান থকা দলং?

1) প্ৰথম

2) তৃতীয়

3) চতুৰ্থ

Ans: চতুৰ্থ


৭। ধেমাজি আৰু ডিব্ৰুগড় জিলাক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত পঞ্চমখন দলংৰ নাম কি?

1) বগী বিল

2) শৰাইঘাট

3) কলিয়াভোমোৰা

Ans: বগী বিল


৮। বৰাক আৰু ব্ৰহ্মপুত্ৰ নদীত কি চলে?

1) নাও

2) জাহাজ

3) এৰপিলেন

Ans: জাহাজ


৯। অসমত কেইপ্ৰকাৰৰ যাতায়াত ব্য়ৱস্থা আছে?

1) দুইপ্ৰকাৰৰ

2) তিনিপ্ৰকাৰৰ

3) চাৰিপ্ৰকাৰৰ

Ans: চাৰিপ্ৰকাৰৰ


১০। গুৱাহাটীৰ পাণ্ডুত এটা কি আছে?

1) একো নাই

2) নদী বন্দৰ

3) ওপৰৰ এটাও নহয়

Ans: নদী বন্দৰ

Type Susmita Kakati