পানী


১। পৃথিৱীৰ তিনি ভাগৰ কিমান ভাগ পানীৰে আগুৰা?

1) ১ ভাগ

2) ৩ ভাগ

3) ২ ভাগ

Ans: ২ ভাগ


২। সাগৰ-মহাসাগৰত মুঠ পানীৰ কিমান শতাংশ জমা হৈ আছে?

1) তিশ শতাংশ

2) পঞ্চাশ শতাংশ

3) নিৰানব্বৈ শতাংশ

Ans: নিৰানব্বৈ শতাংশ


৩। পানীৰ প্ৰয়োজনীয়তাৰ কথা কৈ আমি শেষ কৰিব পাৰোনে?

1) নোৱাৰোঁ

2) পাৰো

3) ওপৰৰ এটাও নহয়

Ans: নোৱাৰোঁ


৪। যি পানীত কোনো বেমাৰৰ বীজাণু নাথাকে,সেই পানীক কি বোলে?

1) দূষিত

2) বিশুদ্ধ

3) ওপৰৰ এটাও নহয়

Ans: নোৱাৰোঁ


৫। কি পানীৰ বৰণ আৰু সোৱাদ নাথাকে?

1) বিশুদ্ধ পানীৰ

2) দূষিত পানীৰ

3) ওপৰৰ এটাও নহয়

Ans: বিশুদ্ধ পানীৰ


৬। আমি শৰীৰৰ কিমান শতাংশই পানী?

1) পঞ্চাশ শতাংশই

2) নব্বৈ শতাংশই

3) সত্তৰ শতাংশই

Ans: সত্তৰ শতাংশই


৭। ভাইৰেল কি?

1) এখন গাওঁ

2) পানীৰ পৰা হোৱা এটা বেমাৰ

3) ওপৰৰ এটাও নহয়

Ans: পানীৰ পৰা হোৱা এটা বেমাৰ


৮। পানীৰ পৰা কোনটো বেমাৰ হয়?

1) যক্ষ্মা

2) মেলেৰিয়া

3)ডিপথেৰিয়া

Ans: ডিপথেৰিয়া


৯। ডাৱৰ কৰ পৰা সৃষ্টি হয়?

1) পানীৰ পৰা

2) ভাপৰ পৰা

3) বৰফৰ পৰা

Ans: ভাপৰ পৰা


১০। ভূগৰ্ভৰ পানী কৰ পৰা দূষিত হয়?

1) ৰাসায়নিক দ্ৰব্যৰ বাবে

2) পাথৰৰ বাবে

3) জীৱাশ্মৰ বাবে

Ans: ৰাসায়নিক দ্ৰব্যৰ বাবে


১১। বৰষুণৰ পানী খোৱাৰ উপযোগী নোহোৱাৰ কাৰণ কি?

1) বীজাণু থাকে কাৰণে

2) ৰাসায়নিক দ্ৰব্য থাকে কাৰণে

3) এচিড থাকে কাৰণে

Ans: এচিড থাকে কাৰণে


১২। যিবোৰ পানী বিশুদ্ধ নহয়,সেইবোৰ কি?

1) দূষিত পানী

2) বিশুদ্ধ পানী

3) ওপৰৰ এটাও নহয়

Ans: দূষিত পানী


১৩। দমকলৰ পানীত ৰাসায়নিক দ্ৰব্য মিহলি হোৱাৰ ফলত পানীখিনি কি হয়?

1) বিশুদ্ধ হয়

2) দূষিত হয়

3) ওপৰৰ এটাও নহয়

Ans: দূষিত হয়


১৪। বৰষুণৰ পানীৰ কাপোৰ ধুলে কি হয়?

1) কাপোৰত দাগ লাগে আৰু চাবোনৰ খৰছ বেছি হয়

2) কাপোৰো অধিক পৰিস্কাৰ হয় আৰু চাবোনৰ খৰছ কম হয়

3) ওপৰৰ এটাও নহয়

Ans: কাপোৰো অধিক পৰিস্কাৰ হয় আৰু চাবোনৰ খৰছ কম হয়


১৫। ডায়েৰিয়া বেমাৰ কৰ পৰা হয়?

1) চাউলৰ পৰা

2) দৈ পৰা

3) পানীৰ পৰা

Ans: পানীৰ পৰা


১৬। পৃথিৱীত থকা মুঠ পানীৰ কিমান শতকৰা আমাৰ ব্যৱহাৰৰ উপযোগী?

1) পঞ্চাশ শতাংশ

2) বিছ শতাংশ

3) সত্তৰ শতাংশ

Ans: বিছ শতাংশ


১৭। প্ৰাকৃতিক বিশুদ্ধ পানী কিমান শতাংশ?

1) ২%

2) ৭%

3) ৩%

Ans: ৩%


১৮। বৰষুণৰ পানী কি?

1) পানীৰ এটি উৎস

2) পানীৰ এটি উৎস নহয়

3) ওপৰৰ এটাও নহয়

Ans: পানীৰ এটি উৎস


১৯। ভাত আৰু আঞ্জা ৰন্ধাৰ বাবে আমাক কি লাগে?

1) গাখীৰ

2) পানী

3) ওপৰৰ এটাও নহয়

 Ans: পানী


২০। পানী কি?

1) এটা অপ্ৰয়োজনীয় বস্তু

2) জীৱৰ প্ৰাণ

3) ওপৰৰ এটাও নহয়

Ans: জীৱৰ প্ৰাণ

Type Susmita Kakati