আহাৰৰ উপাদান


১। উপকৰণত থকা উপাদানবোৰ আমাৰ শৰীৰ বাবে অতি আৱশ্যক। এই উপাদানবোৰক কি বোলে?

1) সুষম আহাৰ

2) পৰিপোষক

3) ওপৰৰ এটাও নহয়

Ans: পৰিপোষক


২। কাৰ্বহাইড্ৰেট,প্ৰটিন,স্নেহ পদাৰ্থ,ভিটামিন আৰু খনিজ লৱণ কি?

1) সুষম আহাৰ

2) স্নেহ পদাৰ্থ

3) খাদ্যৰ প্ৰধান পৰিপোষক

Ans: খাদ্যৰ প্ৰধান পৰিপোষক


৩। আমি আমাৰ খোৱাবস্তুসমূহক কেইটা ভাগত ভাগ কৰিব পাৰোঁ?

1) দুটা

2) তিনিটা

3) ওপৰৰ এটাও নহয়

Ans: তিনিটা


৪। স্নেহপদাৰ্থ আৰু কাৰ্বহাইড্ৰেটযুক্ত খাদ্যসমূহক কি বোলে?

1) শক্তিদায়ক খাদ্য

2) সুষম আহাৰ

3) ওপৰৰ এটাও নহয়

Ans: শক্তিদায়ক খাদ্য


৫। শৰ্কৰা,চেনি আৰু গ্লুক'জ কি?

1) প্ৰধান স্নেহপদাৰ্থবোৰ

2) প্ৰধান কাৰ্বহাইড্ৰেটবোৰ

3) ওপৰৰ এটাও নহয়

Ans: প্ৰধান কাৰ্বহাইড্ৰেটবোৰ


৬। কি পদাৰ্থই কাৰ্বহাইড্ৰেটকৈও অধিক শক্তিৰ যোগান ধৰে?

1) স্নেহপদাৰ্থই

2) কাৰ্বহাইড্ৰেট

3) ওপৰৰ এটাও নহয়

Ans: স্নেহপদাৰ্থই


৭। শৰীৰ বৃদ্ধি আৰু গঠনৰ বাবে প্ৰটিনৰ প্ৰয়োজন। প্ৰটিন থকা খাদ্যবোৰক কি খাদ্য বোলে?

1) শৰীৰবদ্ধক

2) সুষম আহাৰ

3) ওপৰৰ এটাও নহয়

Ans: শৰীৰবদ্ধক


৮। কাৰ্বহাইড্ৰেট আৰু স্নেহপদাৰ্থই আমাক কিহত সহায় কৰে?

1) শৰীৰৰ বৃদ্ধি আৰু পুনৰ গঠনত

2) আমাৰ দেহত শক্তি যোগায়

3) ওপৰৰ এটাও নহয়

Ans: আমাৰ দেহত শক্তি যোগায়


৯। কি ভিটামিনৰ অভাৱত আমাৰ চকুৰ দৃষ্টি কমি যায়?

1) ভিটামিন A

2) ভিটামিনৱ B

3) ভিটামিন C

Ans: ভিটামিন A


১০। কি ভিটামিনৰ অভাৱত আমাৰ বেৰিবেৰি নামৰ ৰোগ হয়?

1) ভিটামিন D

2) ভিটামিন C

3) ভিটামিন B

Ans: ভিটামিন B


১১। কি ভিটামিনৰ অভাৱত আমাৰ স্কাৰ্ভি নামৰ ৰোগ হয়?

1) ভিটামিন B

2) ভিটামিন A

3) ভিটামিন C

Ans: ভিটামিন C


১২। কি ভিটামিনৰ অভাৱত আমাৰ ৰিকেট নামৰ ৰোগ হয়?

1) ভিটামিন B

2) ভিটামিন D

3) ভিটামিন C

Ans: ভিটামিন D


১৩। ভিটামিনে আমাক কি কৰে?

1) বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰে

2) বেমাৰ বৃদ্ধি কৰে

3) ওপৰৰ এটাও নহয়

Ans: বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰে


১৪। অধিক চৰ্বীযুক্ত খাদ্য খোৱা উচিতনে?

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: নহয়


১৫। এটা বা তাতোধিক পৰিপোষকৰ দীৰ্ঘদিনীয়া অভাৱত হোৱা ৰোগক কি বোলে?

1) স্কাৰ্ভি

2) ৰিকেট

3) অভাৱজনিত

Ans: অভাৱজনিত


১৬। আহাৰত যথেষ্ট পৰিমাণে পানী আৰু আঁহজাতীয় খাদ্য থাকিলে,সেই আহাৰক কি বোলে?

1) সুষম আহাৰ

2) আভাৱজনিত ৰোগ

3) স্নেহপদাৰ্থ

Ans: সুষম আহাৰ


১৭। ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা তাপে খাদ্যৰ কি ভিটামিন সহজে নষ্ট কৰে?

1) ভিটামিন B

2) ভিটামিন C

3) ভিটামিন A

Ans: ভিটামিন C


১৮। কণীত থকা ভিটামিন বিধ কি?

1) ভিটামিন A

2) ভিটামিন B

3) ভিটামিন D

Ans: ভিটামিন D


১৯। বিলাহীত থকা ভিটামিন বিধ কি?

1) ভিটামিন C

2) ভিটামিন A

3) ভিটামিন B

Ans: ভিটামিন C


২০। নেমুত থকা ভিটামিন বিধ কি?

1) ভিটামিন B

2) ভিটামিন D

3) ভিটামিন C

Ans: ভিটামিন C

Type Susmita Kakati