জীৱজগত


১। মৌ-মাখি কোন পৰ্বৰ প্ৰাণী?

1) সন্ধিপদী প্ৰাণী

2)  জড় পদাৰ্থ

3) ওপৰৰ এটাও নহয়

Ans: সন্ধিপদী প্ৰাণী


২। বগা ভালুক ক'ত পোৱা যায়?

1) ৰাজস্থানত

2) মেৰু অঞ্চলত

3) ওপৰৰ এটাও নহয়

Ans: মেৰু অঞ্চলত


৩ । কি প্ৰাণীয়ে জীৱনৰ আদি কালছোৱা পানীত কটায়?

1) মেৰুদণ্ডী প্ৰাণীয়ে

2) কণ্টকচৰ্মী প্ৰাণীয়ে

3) উভচৰ প্ৰাণীয়ে

Ans: উভচৰ প্ৰাণীয়ে


৪। লালুকী দেখাত কেনেকুৱা?

1) হাতীৰ দৰে

2) মাছৰ পোৱালীৰ দৰে

3) ওপৰৰ এটাও নহয়

Ans: মাছৰ পোৱালীৰ দৰে


৫। লালুকীয়ে কিহৰ সহায়ত উশাহ-নিশাহ লয়?

1) জলক্লোমৰ সহায়ত

2) পাখিৰ সহায়ত

3) নাকৰ সহায়ত

Ans: জলক্লোমৰ সহায়ত


৬। মাছে কিহৰ সহায়ত উশাহ-নিশাহ লয়?

1) পাখিৰ সহায়ত

2) ফুলৰ সহায়ত

3) ওপৰৰ এটাও নহয়

Ans: ফুলৰ সহায়ত


৭। তৰামাছ কোন পৰ্বৰ অন্তৰ্ভুক্ত প্ৰাণী?

1) কন্টকচৰ্মী পৰ্বৰ

2) সন্ধিপদী পৰ্বৰ

3) ওপৰৰ এটাও নহয়

Ans: কন্টকচৰ্মী পৰ্বৰ


৮। জেঠী,গুঁই আদি  কি প্ৰাণী?

1) সাগৰীয় প্ৰাণী

2) স্তন্যপায়ী প্ৰাণী

3) সৰীসৃপ প্ৰাণী

Ans: সৰীসৃপ প্ৰাণী


৯। পাউৰুটি বনোৱাত কি ব্যৱহাৰ কৰা হয়?

1) আটা

2) ইষ্ট নামৰ ভেঁকুৰ

3) ওপৰৰ এটাও নহয়

Ans: ইষ্ট নামৰ ভেঁকুৰ


১০। প্ৰটিষ্টা ৰাজ্য কি?

1) এককোযী জীৱ

2) এখন ৰাজ্য

3) ওপৰৰ এটাও নহয়

Ans: এককোযী জীৱ


১১। ঢেঁকীয়া,শেলাই,মচ আদি কি উদ্ভিদ?

1) সপুষ্পক প্ৰাণী

2) অপুষ্পক প্ৰাণী

3) ওপৰৰ এটাও নহয়

Ans: অপুষ্পক প্ৰাণী


১২। আম,লিচু,বগৰী আদি কি উদ্ভিদ?

1) নগ্নবীজী উদ্ভিদ

2) দ্বিবীজপত্ৰী উদ্ভিদ

3) গুপ্তবীজী উদ্ভিদ

Ans: গুপ্তবীজী উদ্ভিদ


১৩। যিবোৰ উদ্ভিদত দুটাকৈ বীজপত্ৰ থাকে,সিহঁতক কি উদ্ভিদ বোলে?  

1) নগ্নবীজী উদ্ভিদ

2) দ্বিবীজপত্ৰী উদ্ভিদ

3) ওপৰৰ এটাও নহয়

Ans: দ্বিবীজপত্ৰী উদ্ভিদ


১৪। তৃণ বা ঘাঁহতকৈ কিছু ওখ আৰু জোপোহা উদ্ভিদক কি বোলে?

1) তৃণ

2) বৃক্ষ

3) গুল্ম

Ans: গুল্ম


১৫। যিবোৰ উদ্ভিদ লেহুকা,মাটিৰ সৈতে প্ৰায় লিপিট খাই থাকে,সেইবোৰ উদ্ভিদক কি বোলে?

1) বৃক্ষ

2) গুল্ম

3) তৃণ

Ans: তৃণ


১৬। যিবোৰ উদ্ভিদ বহু ডাঙৰ,ওখ আৰু শক্তিশালী কাণ্ডযুক্ত হয়,সেইবোৰ উদ্ভিদক কি বোলে?

1) তৃণ

2) গুল্ম

3) বৃক্ষ

Ans: বৃক্ষ


১৭। কঁঠাল কি উদ্ভিদৰ ভিতৰত পৰে?

1) বৃক্ষ

2) তৃণ

3) গুল্ম

Ans: বৃক্ষ


১৮। যিবোৰ উদ্ভিদৰ কাণ্ড অতি লেহুকা আৰু ইহঁতে আন গছ নাইবা দেৱাল আদিক অৱলম্বন কৰি বগাই যায়,সেইবোৰ উদ্ভিদক কি উদ্ভিদ বোলে?

1) লতা

2) বৃক্ষ

3) গুল্ম

Ans: লতা


১৯। ধান,মাকৈ,গম আদি কি উদ্ভিদৰ ভিতৰত পৰে?

1) বৃক্ষ

2) তৃণ

3) একবীজপত্ৰী

Ans: একবীজপত্ৰী


২০। কৃমি বা পেলু কি?

1) মৃতজীৱী প্ৰাণী

2) পৰজীৱী প্ৰাণী

3) ওপৰৰ এটাও নহয়

Ans: পৰজীৱী প্ৰাণী

Type Susmita Kakati